হস্তনিৰ্মিত মোনা বা বেগ

হস্তনিৰ্মিত মোনা বা বেগ

bag bag2

হস্তনিৰ্মিত কাগজৰ বেগ। সাজিছে আৰু ডিজাইন কৰিছে–
মিচিমি চৌধুৰী
পঞ্চম মান
ডন বস্কো স্কুল , পাণবজাৰ


 

হাতৰ কাম আৰু চিত্ৰাংকন

হাতৰ কাম আৰু চিত্ৰাংকন

moinamel.com_alice (1)

ওপৰৰ ছ‌ৱিত : প্লাইবৰ্ডত হাতৰ কাম কৰিছে – এলিছ ড’ৰী (কেন্দ্ৰীয় বিদ্যালয়, জাগীৰোডৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী)য়ে

moinamel.com_alice (2)

ওপৰৰ ছ‌ৱিত : মম ৰঙেৰে ছ‌ৱি আঁকিছে – এলিছ ড’ৰী (কেন্দ্ৰীয় বিদ্যালয়, জাগীৰোডৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী)য়ে।


 

কাগজৰ কাম(- চিত্ৰধৰ বাবাজীৰ সৌজন্যত )

কাগজৰ কাম(- চিত্ৰধৰ বাবাজীৰ সৌজন্যত )

কাগজেৰে কৰা হাতৰ কাম — শুভেচ্ছা পত্ৰ, শিকলি, কাগজৰ ফুল, ফুলদানি

13613313_292517461100469_1606405135512504421_o