বিজ্ঞানৰ যাদু !

তলৰ ভিডিঅ’টো চাই বিজ্ঞানৰ যাদু শিকিব পাৰিবা ।   আৰু এনে ভিডিঅ’ আৰু লেখা অতি শীঘ্ৰে এই পৃষ্ঠাত পঢ়িবলৈ পাবা । তোমালোকেও এনে ধৰণৰ বিজ্ঞানৰ কথা আমাৰ ইয়াত প্ৰকাশ কৰিবৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰা । নিজেও শিকা , আনকো শিকো‌ৱা । অনুগ্ৰহ কৰি আমাৰ এই পৃষ্ঠাটোক ‘লাইক’ কৰক আৰু বন্ধুৰ সতে ভাগ-বতৰা কৰক0

অকণিৰ ছ‌ৱি (মম ৰং )

আঁকোতা : চাহিল ৰয় বয়স: ১০ বছৰ (৯ মাৰ্চ ২০১৮ তাৰিখে ) শ্ৰেণী: পঞ্চম বিদ্যালয়ৰ নাম: D.B.S : বিদ্যালয়ৰ নাম: D.B.S অনুগ্ৰহ কৰি আমাৰ এই পৃষ্ঠাটোক ‘লাইক’ কৰক আৰু বন্ধুৰ সতে ভাগ-বতৰা কৰক0

গণিত বিষয়ত পাৰদৰ্শিতা

‘অসম গণিত শিক্ষায়তন’ এ আয়োজন কৰা ‘Mathletics Competition’ ত বোকাখাত কেন্দ্ৰ ৰ সাফল্য: ************************* যোৱা ২০.০৫.২১৮ ত অনুষ্ঠিত হোৱা ‘Mathletics Competition’ ত বোকাখাত কেন্দ্ৰ ৰ পৰা আঠ টা দলে সাফল্য অৰ্জন কৰিছে। প্ৰতি বছৰে অনুস্থিত এই পৰীক্ষাত ৫ টা দলক rank দিয়াৰ লগতে কিছু সংখ্যক দলক Certificate of Merit আৰু Certificate of Appreciation প্ৰদান কৰে।( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

অকণিৰ ছ‌ৱি

অকণিৰ ছ‌ৱি

আঁকোতা — প্ৰাচুৰ্য বৰুৱা । ৩য় শ্ৰেণী সংগম একাডেমী । উত্তৰ লখিমপুৰ । অনুগ্ৰহ কৰি আমাৰ এই পৃষ্ঠাটোক ‘লাইক’ কৰক আৰু বন্ধুৰ সতে ভাগ-বতৰা কৰক0

পাখি

পাখি

সিদিনা মোৰ এনে লাগিল যেন চৰাইৰ দৰে মোৰো দুখন পাখি আছে৷ উৰি গৈ মই এঠাইত চকলেটেৰে ভৰা এখন পাহাৰ দেখিলোঁ৷ তাত আইচক্ৰিমৰ গছ আছে আৰু চাৰিওফালে ফুলেৰে আল্পনা আঁকি থোৱা আছে৷ উৰি উৰি গৈ থাকোঁতে এঠাইত দেখিলোঁ দুটা ল’ৰাৰ চুলিবোৰ ছোৱালীৰ নিচিনাকৈ দীঘল হৈ গৈছে৷ সিহঁত দুয়োটা শুই আছিল আৰু মই মনে মনে গৈ সিহঁতৰ( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

দবা খেল শিকোঁ আহা

দবা খেল শিকোঁ আহা

তলৰ ভিডিঅ’টো চাই যিকোনো লোকে দবা খেল (Chess ) খেলিবলৈ শিকিব পাৰিব ।  ভিডিঅ’টো চাবৰ বাবে তলৰ ৰঙা ৰঙৰ বুটামটোত টিপক । ভিডিঅ’টো নিজৰ কম্পিউটাৰলৈ ডাউনলোড কৰিবৰ বাবে YTD Downloader বা UmmyVideoDownloader নামৰ চফ্ট‌ৱেৰটো নিজৰ কম্পিউটাৰত ইন্ষটল কৰি লওঁক । অনুগ্ৰহ কৰি আমাৰ এই পৃষ্ঠাটোক ‘লাইক’ কৰক আৰু বন্ধুৰ সতে ভাগ-বতৰা কৰক0

অসমৰ বনৌষধি

অসমৰ বনৌষধি

এই পৃষ্ঠাত কিছুমান অমিমাংসিত বিষয় আছে পৃথিৱীৰ ২,৫০,০০০ বিধ উচ্চ উদ্ভিদৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধিযুক্ত। পৃথিৱীৰ প্ৰায়বোৰ দেশতে এইবোৰৰ ব্যৱহাৰ লোকবিশ্বাসৰ ওপৰতেই প্ৰতিষ্ঠিত। এই বিশ্বাস এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ লিখিত বা মৌখিকভাৱে হস্তান্তৰ হৈ আহিছে। চীনাসকলেই প্ৰথমে ঔষধি উদ্ভিদৰ উপকাৰিতাৰ সদ্ব্যৱহাৰ জানিছিল আৰু এই বিষয়ে অধ্যয়ন কৰিছিল। ভাৰততো প্ৰায় ৫,০০০ বছৰৰ পূৰ্বৰপৰাই( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

ফকৰা-যোজনা আৰু ডাকৰ বচন

ফকৰা-যোজনা আৰু ডাকৰ বচন

১ অমাতৰ মাত, আকালৰ ভাত । ২ অতিৰ লগত যতি মৰে, উলুৰ লগত বগৰি পোৰে। ৩ অচিন কাঠৰ থোৰাকো নলগাবা, অচিন লোকক থাকিবলৈ নিদিবা । ৪ অতিপাত শলাগণী ফুচুলনিৰ চিন, আপুনি আঁতৰি যাবা কৰি তাক ঘিণ। ৫ আছে দান দিয়া, নাই সমিধান দিয়া । ৬ আইৰ ঘৰলৈ যাম দুহাতে খাম, বিধিয়ে বোলে মই পিছে পিছে( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

অসমৰ বিষয়ে কিছু তথ্য

অসমৰ বিষয়ে কিছু তথ্য

ৰাজধানী :-দিছপুৰ মুঠ মাটি কালি :-78,438 বৰ্গ কিমি. মুঠ জনসংখ্যা :- (2011চনৰ পিয়ল মতে):-  3,11,69,272. বিধান সভা আসন :-126 লোকসভা আসন :-14 ৰাজ্য সভা আসন:-7 মুঠ জিলা :- 33 মুঠ গাওঁ:- 26,247 মুঠ গাওঁ পঞ্চায়ত :- 2489. ( বৰ্তমান ) মুঠ মহকুমা :- 78. জিলা পৰিষদ:- 21. আঞ্চলিক পঞ্চায়ত:- 185. গাওঁ পঞ্চায়ত:- 2202.(2011 সমীক্ষা )( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

শিক্ষক দিৱসৰ তাৎপৰ্য

শিক্ষক দিৱসৰ তাৎপৰ্য

মহান শিক্ষক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন ৫ চেপ্টেম্বৰ দিনটো ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয় ৷ ৰাধাকৃষ্ণন ১৯৬২ চনত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আছিল ৷ কিন্তু তেওঁ জীৱনত শিক্ষকৰ বৃত্তিটোকহে অগ্ৰাধিকাৰ দিছিল আৰু সেয়ে তেওঁৰ জন্মদিনটোক তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই “শিক্ষক দিৱস” হিচাপে পালন কৰা হয় ৷ শিক্ষকসকল হৈছে সমাজ এখনৰ মেৰুদণ্ডস্বৰূপ ৷ শিশু এজনৰ জন্মৰ( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)