শিশু-কিশোৰৰ উপযোগী ই-পুথি (e-book)

এই পৃষ্ঠাত শিশু-কিশোৰৰ বাবে উপযোগী ভিন্ন ভাষাৰ ই-পুথিসমূহ উপলব্ধ হৈছে । এই কিতাপসমূহ পঢ়িবৰ বাবে কিতাপখনৰ শিৰোনামাটোত ক্লিক কৰিলেই কিতাপখন আপো‌নাৰ মোবাইল ফোন বা টেব বা কম্পিউটাৰলৈ ডাউনলোড হ’ব। ডাউনলোড হো‌ৱাৰ পাছত কিতাপখন পঢ়িবৰ বাবে আপোনাৰ সঁজুলীটোত ‘এডোব ৰিডাৰ’ বা ‘পিডিএফ ৰিডাৰ’ নামৰ চফ্ট‌ৱেৰটো বা এপটো ইনষ্টল হৈ থাকিব লাগিব। যদিহে ইনষ্টল হৈ থকা নাই,( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

কবি অতুল চন্দ্ৰ হাজৰিকাই ৰচনা কৰা ‘পিঠাৰ মেল’ কবিতাৰ আবৃত্তি

পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি ‘অংকুৰণ’-ৰ অন্তৰ্গত, কবি অতুল চন্দ্ৰ হাজৰিকাই ৰচনা কৰা ‘পিঠাৰ মেল’ নামৰ পদ্যটোৰ শ্ৰৱ্য ৰূপ দিয়া হৈছে ৷   —দে‌ৱভূষণৰ সৌজন্যত অনুগ্ৰহ কৰি আমাৰ এই পৃষ্ঠাটোক ‘লাইক’ কৰক আৰু বন্ধুৰ সতে ভাগ-বতৰা কৰক0

জোনবাই

জোনবাই আহাচোন জোনবাই কিনো আছা চাই, আকাশৰ পৰা নামি আহি আমাৰ লগত খেলিবানে নাই। আকাশত ঘুৰি ফুৰা কিবা ভাবি গুনি, আহাচোন আহা ধৰালৈ নামি। লুকা ভাকু খেলা তুমি তৰাৰ লগত, জোনাক হৈ পোহৰোৱা গোটেই জগত। ———- নিখিল বৰ্মন  অনুগ্ৰহ কৰি আমাৰ এই পৃষ্ঠাটোক ‘লাইক’ কৰক আৰু বন্ধুৰ সতে ভাগ-বতৰা কৰক0

পাখি

পাখি

সিদিনা মোৰ এনে লাগিল যেন চৰাইৰ দৰে মোৰো দুখন পাখি আছে৷ উৰি গৈ মই এঠাইত চকলেটেৰে ভৰা এখন পাহাৰ দেখিলোঁ৷ তাত আইচক্ৰিমৰ গছ আছে আৰু চাৰিওফালে ফুলেৰে আল্পনা আঁকি থোৱা আছে৷ উৰি উৰি গৈ থাকোঁতে এঠাইত দেখিলোঁ দুটা ল’ৰাৰ চুলিবোৰ ছোৱালীৰ নিচিনাকৈ দীঘল হৈ গৈছে৷ সিহঁত দুয়োটা শুই আছিল আৰু মই মনে মনে গৈ সিহঁতৰ( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে যৎকিঞ্চিত

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে যৎকিঞ্চিত

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ———————————- এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আছিল (১৯৫২ -১৯৬২)। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল। জন্ম: ——— ১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

কণমানি দেনিকাৰ সাফল্য

কণমানি দেনিকাৰ সাফল্য

‘দি কাৰাটে’ৰ উদ্যোগত যোৱা ২৭ আগষ্টত তেজপুৰ কেন্দ্রিয় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ৯ম সদৌ শোণিতপুৰ জিলা কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহন কৰি তেজপুৰৰ দেনিকা গোস্বামীয়ে প্ৰতিযোগিতাৰ কাটা আৰু কুমিটেৰ ৬ বছৰৰ অনুৰ্ধ শাখাত যোগদান কৰি ক্রমে সোণৰ আৰু ৰূপৰ পদক জিনিবলৈ সক্ষম হয়। । উল্লেখনীয় যে যোৱা ১৩ আৰু ১৮ মে’ত গুৱাহাটিৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

কিশোৰ-কিশোৰীয়ে একান্তই পঢ়িবলগীয়া কেইখনমান গ্ৰন্থৰ তালিকা

কিশোৰ-কিশোৰীয়ে একান্তই পঢ়িবলগীয়া কেইখনমান গ্ৰন্থৰ তালিকা

স্বীকাৰোক্তি : তলত দিয়া ক্ৰমসমূহ গ্ৰন্থসমূহৰ মান অনুসাৰে নহয় । ১) স্কুলত যি শিকোৱা নহয়— পাৰ্থ চট্টোপাধ্যায় ২) মৰমৰ দেউতা—ভৱেন্দ্ৰনাথ শইকীয়া । ৩) শান্তনু কৌশিক বৰুৱাৰ বিশ্বকোষ ৪) চিচকিন মই আৰু বহুতো ৫) ভৱেন্দ্ৰ নাথ শইকীয়াৰ মোৰ শৈশৱ মোৰ কৈশোৰ ৬) ভৱেন্দ্ৰ নাথ শইকীয়াৰ প্ৰতিধ্বনি ৭) পাৰ্ল বাৰ্ক(ইংৰাজী) ৮) ভৱেন্দ্ৰ নাথ শইকীয়াৰ শিয়ালী পালেগৈ ৰতনপুৰ( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

পৰীক্ষাৰ বাবে প্ৰস্তুতি

পৰীক্ষাৰ বাবে প্ৰস্তুতি

দশম আৰু দ্বাদশ শ্ৰেণীত ছাত্ৰ-ছাত্ৰীসকলে জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাত অৱতীৰ্ণ হয় । এই দুয়োটা পৰীক্ষাই বহু সময়ত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ গতিপথ নিৰ্ণয় কৰে । সেয়েহে এই দুটা পৰীক্ষাৰ ফলাফলক লৈ ছাত্ৰ-ছাত্ৰী, পিতৃ-মাতৃ, অভিভাৱক, শুভাকাংক্ষী সকল যথেষ্ট উদ্বিগ্ন হৈ থাকে । ফলাফল ঘোষিত হোৱাৰ পিছত ভাল ফল দেখুওৱা ছাত্ৰ-ছাত্ৰী সকলক লৈ সমাজৰ সকলোৱে গৌৰৱ কৰে ।( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা জন্ম:- ১৭ জুন, ১৯০৩ তামোলবাৰী চাহ বাগিছা, ডিব্ৰুগড়, অসম মৃত্যু:- ১৭ জানুৱাৰী, ১৯৫১ জ্যোতি ভাৰতী, তেজপুৰ, অসম পেচা:- গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা সক্ৰিয় হৈ থকা সময়:- ১৯৩২-১৯৫১ দাম্পত্যসঙ্গী:- দেৱযানী ভূঞা সন্তান:- চিন্ময় আগৰৱালা বিশ্বেন্দু আগৰৱালা জয়শ্ৰী জ্ঞানশ্ৰী সত্যশ্ৰী হেমাশ্ৰী মনশ্ৰী পিতৃ-মাতৃ :- পৰমানন্দ আগৰৱালা কিৰণময়ী আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালা( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

সফলতা – (তনভী তনয়া বৰুৱা)

মইনামেল-বাৰ্তা:  চিট’ৰিঅ’ কাৰাটে স্কুল অব ইণ্ডিয়াৰ উদ্যোগত যোৱা ২৬-৩০ ডিচেম্বৰলৈকে দিল্লীত  অনুষ্ঠিত হৈ যোৱা ৭ম আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহন কৰি ডিব্ৰুগড়ৰ তনভী তনয়া বৰুৱাই ৩টি কৈ সোণৰ পদক জিনিবলৈ সক্ষম হয়। ।প্ৰতিযোগিতাৰ তিনিওটা শাখা ক্ৰমে – কাটা, কুমিটে আৰু দলীয় প্ৰদৰ্শনত যোগদান কৰি ৮ বছৰ অনুৰ্ধৰ  তনভী তনয়া বৰুৱাই এই খিতাপ অৰ্জন কৰে ।উল্লেখনীয় যে,( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)