ঈছপৰ সাধু- “গাধ”

অনুগ্ৰহ কৰি ওপৰৰ ভিডিঅ’টো চাওঁতে মন কৰিব যে ইয়াৰ বাবে বহুত ইন্টাৰনেট ডাটা খৰছ হ’ব । অনুগ্ৰহ কৰি আমাৰ এই পৃষ্ঠাটোক ‘লাইক’ কৰক আৰু বন্ধুৰ সতে ভাগ-বতৰা কৰক0

যেনে চোৰ তেনে টাঙোন (-লক্ষ্মীনাথ বেজবৰুৱা)

যেনে চোৰ তেনে টাঙোন (-লক্ষ্মীনাথ বেজবৰুৱা)

কটীয়া মোমাই চৰকাৰী মোমাই। সকলোৰে সৈতে তেওঁৰ মোমাই সম্বন্ধ লাগে। বগৰিগুটি এটাৰ সমান ঘুট্মুট্ কৰে মোমাইটিক লৰালৰিৰ বেলিকা চোলাৰ মোনাত সুমুৱাই লৈ যাবলৈকো তুমি সাহ কৰিব পাৰা। তেওঁৰ বয়স কিমান আমি ক’ব নোৱাৰোঁ, আৰু কোনে কব পাৰে তাকো কব নোৱাৰোঁ। আমি তেওঁক সদায় একে চিন একে ছাবেই দেখিছোঁ, এই মাত্ৰ। এটা উপমা দিওঁ। তোমাৰ সেই( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

মিছা কোৱাৰ প্ৰতিযোগিতা

মিছা কোৱাৰ প্ৰতিযোগিতা

এবাৰ এজন ৰজাই মিছা কথা কোৱাৰ প্ৰতিযোগিতা পাতিলে আৰু ঘোষণা কৰিলে যে যিয়ে তেওঁক হেপাঁহ পলুৱাই মিছা কথা কব পাৰে তেওঁক দহ টেকেলি সোণৰ মুদ্ৰা দিয়া হব । সমগ্ৰ ৰাজ্যতে কথাটো ঘোষণা কৰি দিলে । ৰজাই নিৰ্দিষ্ট কৰি দিয়া দিনত মিছা কথা কোৱা প্ৰতিযোগিতাৰ প্ৰতিযোগীৰে ৰাজ সভা ভৰি গ’ল । বিভিন্ন জনে বিভিন্ন ধৰণে ৰজাক( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

বুঢ়ী আইৰ সাধু

বুঢ়ী আইৰ সাধু

এখন গাঁৱত এটা মানুহৰ দুজনী ৰূপহী জীয়েক আছিল| ডাঙৰজনীৰ নাম ৰূপেশ্বৰী, সৰুজনীৰ নাম গুণেশ্বৰী| ৰূপেশ্বৰীক বিয়া দিবৰ হ’লত,বাপেকে তাৰ গাঁৱত অনেক প্ৰবন্ধ কৰি দৰা বিচাৰিবলৈ ধৰিলে, কিন্তু ছোৱালীৰ যোৰৰ দৰা বিচাৰি নাপালে| সেইদেখি দূৰৰ গাঁৱত দৰা বিচাৰিবলৈ বুলি বাপেক ওলাল| এনেতে ৰূপেশ্বৰীৰ মাকে গিৰীয়েকক ক’লে, “আপুনি দূৰলৈ দৰা বিচাৰি নাযাব, দূৰত মই ছোৱালী বিয়া নিদিওঁ|( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

“দুই ভাই” মণিপুৰী লোকসাধু

“দুই ভাই” মণিপুৰী লোকসাধু

সংগ্ৰহ আৰু অনুবাদ: মিতালী বৰ্মন বহুদিনৰ আগৰ কথা, এটা মেকুৰী আৰু এটা বাঘ একেখন ঘৰতে দুই ভাই হৈ জন্ম লৈছিল। মেকুৰীটো অলপ দুৰ্বল আছিল বাবে সি সদায় ঘৰতে থাকিছিল আৰু প্ৰায়ে ঘৰুৱা কাম-বনবোৰ কৰিছিল। আনফালে আকৌ বাঘটোৱে সদায় বাহিৰলৈ গৈ পৰিয়ালটোৰ বাবে চিকাৰ কৰি খাদ্য যোগাৰ কৰি আনিছিল। মেকুৰীটোৱে সদায় ঘৰটো চাফ-চিকুণ কৰি থয়; কিন্তু( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

মেকুৰীৰ জীয়েকৰ সাধু

মেকুৰীৰ জীয়েকৰ সাধু

এঘৰ মানুহৰ এজনী বৰ চেনেহৰ মেকুৰী আছিল | তাই গাভিনী হৈছিল | ঘৰৰ গিৰিহঁতনীৰো ঠিক সেই সময়তে গা-ভাৰী আছিল | মেকুৰীজনীৰ বৰকৈ মাছ খাবৰ মন যোৱাত তাই “মোৰ মাছ খাবৰ মন গৈছে” বুলি গিৰিহঁতনীক ক’লে | গিৰিহঁতনীয়ে উত্তৰ দিলে, “আই হে, তই চপাই কোচাই আনি দিলেহে মই খাবলৈ আনি দিব পাৰোঁ | নহ’লেনো মই ক’ৰপৰা( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

অসমীয়া সাধু – এদল মূর্খৰ কথা(ড০ নিৰ্মলপ্ৰভা বৰদলৈ)

অসমীয়া সাধু – এদল মূর্খৰ কথা(ড০ নিৰ্মলপ্ৰভা বৰদলৈ)

¤মূর্খৰ পুৰস্কাৰ¤ এসময়ত এখন দেশত এজন ধনী মানুহ আছিল।বৰ ধুনীয়াকৈ গান গাব জনা মানুহ এজনৰ গান শুনি তেওঁ এদিন বৰ আনন্দ পালে আৰু লগে লগে তেওঁৰ ধনভঁৰালীক মাতি আনি ক’লে- এওঁ এজন বৰ ভাল গায়ক। তেঁওৰ গীতত মুগ্ধ হৈছো।তেঁওক দুহেজাৰ মুদ্রা পুৰস্কাৰা ৰূপে মোৰ ধন ভঁৰালৰ পৰা দিয়াগৈ । ধনভঁৰালীয়ে ভাল বাৰু বুলি শলাগি ওলাই( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

অসমীয়া সাধু- মূর্খৰ যাত্রা (ড০ নিৰ্মলপ্ৰভা বৰদলৈ)

অসমীয়া সাধু- মূর্খৰ যাত্রা (ড০ নিৰ্মলপ্ৰভা বৰদলৈ)

এবাৰ এজন মূর্খই এখন গাঁৱৰপৰা আন এখন গাঁৱলৈ যাঁওতে বাট ভুল কৰিলে । কেনি যাব লাগে বাটটো ঠিক কৰিব নোৱাৰি অন্য এজনমানুহক সুধিলে,”ককাই,সেই গাঁওখনলৈ কোনপিনে যায় ?” গাঁৱৰ মানুহজনে ক’লে,”সেই নদীখনৰ পাৰত থকা ডাঙৰ গছজোপাৰ আগত যিটো বাট সেই বাটেদি গ’লেই পাবা ।” নদীৰ পাৰ পাই মূর্খজনে ভাবিলে,বাটটো গছৰ আগতহে আছে,এতিয়া গছজোপাত উঠি যোৱাহে কথা( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

সাতটা সাধু

সাতটা সাধু

(সংগ্ৰাহক – পংকজ জ্যোতি মহন্ত )   সাধু (১) এজন মানুহে এখন ৰেস্তোৰালৈ গৈ মালিকক ক’লে— “মই কাইলৈ দহ হাজাৰ ভেকুলী বেছিব বিচাৰোঁ। আপুনি ল’বনে?” ৰেস্তোৰাৰ মালিকজন আচৰিত হ’ল। মানুহজনে কেনেকৈ একেদিনাই দহ হাজাৰ ভেকুলী যোগাৰ কৰি বেছিব পাৰিব! তেওঁ সুধিলে— “আপুনি একেলগে দহ হাজাৰ ভেকুলী কেনেকৈ গোটাব?” মানুহজনে ক’লে— “মোৰ ঘৰত এটা অতি পকাণ্ড( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

ধুনতী কাউৰী

ধুনতী কাউৰী

বহু পুৰণি দিনৰ কথা। এসময়ত এখন হাবিত এজনী কাউৰী আছিল । কাউৰীজনী তাইৰ লগৰ জাকৰ আনবোৰকৈ কিছু বেলেগ আছিল । সেয়ে তাই নিজৰ গাৰ ক’লা ৰংটো লৈ বৰ বেজাৰ কৰিছিল আৰু আন চৰাইৰ ধুনীয়া ধুনীয়া ৰংবোৰ দেখি ঈৰ্ষাতে জ্বলি পুৰি মৰিছিল । তাই ভা‌ৱিছিল- ‘এই ক’লা ৰংটো‌ৱে মোক ইমান আপচু লাগে! মই যদি আন চৰাইৰ( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)