সততে ভুল কৰা কিছুমান অসমীয়া শব্দৰ বানান

সততে ভুল কৰা কিছুমান অসমীয়া শব্দৰ বানান

~~ সততে ভুল হোৱা বানান আৰু শুদ্ধৰূপ- ~ আমি লিখোতে প্ৰায়ে বানান কিছুমান ভুল কৰো৷ এনেকুৱা ৬৫০ টা বানানৰ ভুল আৰু শুদ্ধ ৰূপবোৰ তলত দিয়া হ’ল৷ ——— ভূল,ভুল আঘাট,আঘাত আৰম্ভনি,আৰম্ভণি আৰম্ভনী,আৰম্ভণি মূহুৰ্ত,মুহূৰ্ত সাংঘাটিক,সাংঘাতিক পৰিস্কাৰ,পৰিষ্কাৰ আৱিস্কাৰ,আৱিষ্কাৰ আবিস্কাৰ,আৱিষ্কাৰ আনুসংগিক,আনুষংগিক শীততাপ,শীতাতপ অদ্ভূত,অদ্ভুত অত্যাধিক,অত্যধিক অতীষ্ঠ,অতিষ্ আষ্ফালন,আস্ফালন আয়ত্ব,আয়ত্ত ঐশ্চৰ্য,ঐশ্বৰ্য উভটি,উভতি ঘুৰি,ঘূৰি ঘুৰাই,ঘূৰাই কটুক্তি,কটূক্তি ক্ৰুটি,ত্ৰুটি অংকণ,অংকন কোৰাণ,কোৰান খৰছ,খৰচ বিচনা,বিছনা তত্ব,তত্ত্ব ধুলি,ধূলি( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

ফকৰা-যোজনা আৰু ডাকৰ বচন

ফকৰা-যোজনা আৰু ডাকৰ বচন

১ অমাতৰ মাত, আকালৰ ভাত । ২ অতিৰ লগত যতি মৰে, উলুৰ লগত বগৰি পোৰে। ৩ অচিন কাঠৰ থোৰাকো নলগাবা, অচিন লোকক থাকিবলৈ নিদিবা । ৪ অতিপাত শলাগণী ফুচুলনিৰ চিন, আপুনি আঁতৰি যাবা কৰি তাক ঘিণ। ৫ আছে দান দিয়া, নাই সমিধান দিয়া । ৬ আইৰ ঘৰলৈ যাম দুহাতে খাম, বিধিয়ে বোলে মই পিছে পিছে( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

কাক কি বুলি জানো ?(অসমীয়া সাহিত্যিকৰ তালিকা)

কাক কি বুলি জানো ? ✿✿✿✿✿✿✿✿✿✿✿ ১) অগ্নিকবি : কমলাকান্ত ভট্রাচার্য ২) অতিন্দ্রিয়বাদী কবি : নলিনীবালা দেৱী ৩) অভিনয়াচার্য : ব্রজনাথ শর্মা ৪) অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰী ৫) অসম গৌৰৱ : হেম বৰুৱা ৬)।উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ ৭) কথা শিল্পী : আব্দুল মালিক ৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতিয়া ফুকন ৯) কর্মবীৰ :( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

ণ-ত্ব বিধি

ণ-ত্ব বিধি (ক):ঋ,ৰ,ষ ৰ পিছত সদায় ‘ণ’ বহে । যেনে-ভূষণ,ব্যাকৰণ,তৰুণ,ঘৃণা,মৃণাল,ঋণ,আৱৰৰণ,আকৰ্ষণ আদি (যিহেতু ক্ষ=ক+ষ,গতিকে ‘ক্ষ’ৰ পিছত হ’লেও ‘ণ’ হ’ব ;যেনে ক্ষণ,দক্ষিণা,ক্ষুণ্ণ,তীক্ষ্ণ আদি) ব্যতিক্ৰম: কোনো শব্দত ঋ,ৰ,ষ ৰ পিছত যদি ণ/ন-ৰ সৈতে যুক্ত বৰ্ণ থাকে ,তেন্তে সেই যুক্ত বৰ্ণৰ ন/ণ টো সদায় ‘ন’ হে হ’ব । যেনে –নৰেন্দ্ৰ,ৰন্ধ্ৰ,গ্ৰন্থ,প্ৰান্তিক আদি । ণ-ত্ব বিধি(খ): কোনো শব্দত থকা ঋ,ৰ,ষ-ৰ পিছত( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

জ্যোতিসংগীতৰ কথা (অ’ আমাৰ গাওঁ)

জ্যোতিসংগীতৰ কথা (অ’ আমাৰ গাওঁ)

অ’ আমাৰ গাঁও আমাৰ গাঁৱৰ মান ৰাখি মৰিবলৈ যাওঁ আমি মৰিবলৈ যাওঁ ৷ ভৰপূৰ তামোলেৰে সেউজীয়া পথাৰেৰে দূৰতে জিলিকি থকা অ’ আমাৰ গাঁও ! দেশৰ হকে মৰিব পৰা আমাৰ গাঁৱৰ ডেকা ল’ৰা ডেকেৰী নহয় পাছ পৰা অ’ আমাৰ গাঁও ৷ একঠা মাটি মই উপজিয়ে পাওঁ এমুঠি পেটৰ ভাত এখনি কপোৰ গাত আজি কিয় তাকো নাপাওঁ ? এই( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

জতু‌ৱা ঠাঁচৰ পৰিচিতি

জতু‌ৱা ঠাঁচৰ পৰিচিতি

জতুৱা ঠাঁচ অসমীয়া ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হলে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ ইংৰাজী ভাষাৰ সমাৰ্থক শব্দ হৈছে Idiom । কেইটামান জতুৱা ঠাঁচ তলত জনপ্ৰিয় জতুৱা ঠাঁচৰ সংগ্ৰহ এটা দিয়া হৈছে। অৱস্থা চাই ব্যৱস্থা অকঁৰা( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

(জন্ম প্ৰকৰণ) ডাকৰ বচন-২

(জন্ম প্ৰকৰণ) ডাকৰ বচন-২

  অনুগ্ৰহ কৰি আমাৰ এই পৃষ্ঠাটোক ‘লাইক’ কৰক আৰু বন্ধুৰ সতে ভাগ-বতৰা কৰক0

অসমীয়া প্ৰ‌ৱচন-১

অসমীয়া প্ৰ‌ৱচন-১

১) “অ’ বুলিব নো‌ৱাৰে , ৰত্না‌ৱলী পঢ়ে” অৰ্থ:- কামৰ আ ভু নো‌পো‌ৱাকৈ কাম কৰা । ৰত্না‌ৱলী এখন ধৰ্মীয় পুথি। মূল পুথিখন সংস্কৃতত লিখা । মহাপুৰুষ মাধ‌ৱদে‌ৱে অসমীয়ালৈ তৰ্জমা কৰিছে । ধৰ্মীয় পুথিবোৰ দৰাচলতে টান পুথি । ভালকৈ ভাষা জ্ঞান আৰু অৰ্থবোধ নহ’লে ৰত্না‌ৱলী পঢ়ি বুজিব নো‌ৱাৰি । ‘অ’ আখৰ অৰ্থাৎ বৰ্ণমালা চিনি নোপো‌ৱা লোকে ৰত্না‌ৱলী( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

খণ্ডবাক্য-১

খণ্ডবাক্য-১

ই হৈছে বাক্য অংশ ৰূপে থকা কিন্তু সমাপিকা ক্ৰিয়া নথকা শব্দৰ এক গোট৷ গাইগুটীয়া শব্দতকৈ ডাঙৰ কিন্তু বাক্যতকৈ সৰু৷ এটা বাক্যত দুই বা তাতোধিক বাক্যাংশ থাকিব পাৰে ৷ তলত কিছু খণ্ডবাক্য আৰু সিঁহতৰ অৰ্থ দিয়া হ’ল । ১) অঁকৰা গাহৰি – বনৰীয়া গাহৰও অঁকৰা অৰ্থাৎ সি যিফালে যাব খোজে, সেইফালেই গুমগুমাই যায়, একো বাধা-বিঘিনিলৈ কাণসাৰ( সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)