সততে ভুল কৰা কিছুমান অসমীয়া শব্দৰ বানান

সততে ভুল কৰা কিছুমান অসমীয়া শব্দৰ বানান

~~ সততে ভুল হোৱা বানান আৰু শুদ্ধৰূপ- ~

আমি লিখোতে প্ৰায়ে বানান কিছুমান ভুল কৰো৷ এনেকুৱা ৬৫০ টা বানানৰ ভুল আৰু শুদ্ধ ৰূপবোৰ তলত দিয়া হ’ল৷

———

ভূল,ভুল
আঘাট,আঘাত
আৰম্ভনি,আৰম্ভণি
আৰম্ভনী,আৰম্ভণি
মূহুৰ্ত,মুহূৰ্ত
সাংঘাটিক,সাংঘাতিক
পৰিস্কাৰ,পৰিষ্কাৰ
আৱিস্কাৰ,আৱিষ্কাৰ
আবিস্কাৰ,আৱিষ্কাৰ
আনুসংগিক,আনুষংগিক
শীততাপ,শীতাতপ
অদ্ভূত,অদ্ভুত
অত্যাধিক,অত্যধিক
অতীষ্ঠ,অতিষ্
আষ্ফালন,আস্ফালন
আয়ত্ব,আয়ত্ত
ঐশ্চৰ্য,ঐশ্বৰ্য
উভটি,উভতি
ঘুৰি,ঘূৰি
ঘুৰাই,ঘূৰাই
কটুক্তি,কটূক্তি
ক্ৰুটি,ত্ৰুটি
অংকণ,অংকন
কোৰাণ,কোৰান
খৰছ,খৰচ
বিচনা,বিছনা
তত্ব,তত্ত্ব
ধুলি,ধূলি
দুঃচিন্তা,দুশ্চিন্তা
দুচৰিত্ৰ,দুশ্চৰিত্ৰ
দীৰ্ঘজীৱি,দীৰ্ঘজীৱী
দুবৰি,দূবৰি
দুৰীকৰণ,দূৰীকৰণ
দূৰ্গা,দুৰ্গা
দৈন্যতা,দৈন্য
ঐক্যতা,ঐক্য
দৈৰ্ঘ,দৈৰ্ঘ্য
দোষণীয়,দূষণীয়
দ্বন্দ,দ্বন্দ্ব
ফলপ্ৰসু,ফলপ্ৰসূ
ফস্তি,ফষ্টি
ফিটা,ফিতা
ফুলজাৰী,ফুলজাৰি
উপলব্দ্ধ,উপলব্ধ
বৰঙণি,বৰঙনি
বহিস্কাৰ,বহিষ্কাৰ
পুৰষ্কাৰ,পুৰস্কাৰ
বয়ষ্ক,বয়স্ক
বাইদেউৱে,বাইদেৱে
ব্যঞ্জণ,ব্যঞ্জন
মইও,ময়ো
বাঞ্চনীয়,বাঞ্ছনীয়
বাস্প,বাষ্প
বিদূষী,বিদুষী
শূণ্য,শূন্য
শাৰিৰীক,শাৰীৰিক
সাকৌঁ,সাঁকো
সাকোঁ,সাঁকো
সমুহ,সমূহ
সৰ্বাংগীন,সৰ্বাংগীণ
সমিচীন,সমীচীন
সমীচিন,সমীচীন
সাৰ্বজনীন,সৰ্বজনীন
সাহাৰ্য্য,সাহায্য
অনুভুতি,অনুভূতি
সুতা,সূতা
সুচনা,সূচনা
সুক্ষ্ম,সূক্ষ্ম
সেঁওতা,সেওঁতা
সেন্দুৰ,সেন্দূৰ
স্নেহাশীষ,স্নেহাশিস
স্বচ্ছল,সচ্ছল
গ্ৰহন,গ্ৰহণ
নিৰ্ধাৰন,নিৰ্ধাৰণ
ব্যন্জন,ব্যঞ্জন
যোৱাকালি,কালি
অহাকালি,কাইলৈ
নিমণ্ট্ৰণ,নিমন্ত্ৰণ
নিমন্ত্ৰন,নিমন্ত্ৰণ
ছাগে,চাগৈ
বন্ধুত্বতা,বন্ধুত্ব
খাওঁক,খাওক
যাওঁক,যাওক
হওঁক,হওক
লওঁক,লওক
ভুমি,ভূমি
অনুকুল,অনুকূল
ৰোপন,ৰোপণ
চিহ্ণ,চিহ্ন
ধ্বংশ,ধ্বংস
গ্ৰন্থী,গ্ৰন্থি
যথেষ্ঠ,যথেষ্ট
চেষ্ঠা,চেষ্টা
দূৰ্ঘটনা,দুৰ্ঘটনা
ভ্ৰমন,ভ্ৰমণ
শুৱে,শোৱে
অধ্যয়ণ,অধ্যয়ন
পলায়ণ,পলায়ন
তাৰোপৰি,তদুপৰি
ধৰন,ধৰণ
সুমাই,সুমুৱাই
নূন্যতম,ন্যূনতম
নুন্যতম,ন্যূনতম
মূখ্য,মুখ্য
অনুস্থান,অনুষ্ঠান
সিচঁৰিত,সিঁচৰতি
সিচঁৰতি,সিঁচৰতি
ষ্পষ্ট,স্পষ্ট
নাইকীয়া,নাইকিয়া
সোমোৱাই,সুমুৱাই
ব্ৰক্ষ্ম,ব্ৰহ্ম
সন্তোষ্ট,সন্তুষ্ট
খোৱাবলৈ,খুৱাবলৈ
প্ৰতিস্থা,প্ৰতিষ্ঠা
গৰিস্থ,গৰিষ্
কাৰনে,কাৰণে
সংন্থা,সংস্থা
সোঁচৰি,সুঁচৰি
কতৃপক্ষ,কৰ্তৃপক্ষ
চিনাকী,চিনাকি
হথাত,হঠাৎ
মুখামুখী,মুখামুখি
সজুলি,সঁজুলি
শুদ্ধৰাই,শুধৰাই
পূৱা,পুৱা
চঁকু,চকু
পৰিবহন,পৰিবহণ
দীঘলিয়া,দীঘলীয়া
দিঘলীয়া,দীঘলীয়া
ভণ্টী,ভণ্টি
আপোনি,আপুনি
দেখোৱাই,দেখুৱাই
প্ৰতিস্থান,প্ৰতিষ্ঠান
বেপৰুৱা,বেপৰোৱা
কনমানি,কণমানি
কনমাণি,কণমানি
অকনমানি,অকণমানি
অকনমান,অকণমান
শান্তনা,সান্ত্বনা
অঞ্জলী,অঞ্জলি
শ্ৰদ্ধাঞ্জলী,শ্ৰদ্ধাঞ্জলি
ক্ষীপ্ৰ,ক্ষিপ্ৰ
সাম্ভাব্য,সম্ভাব্য
মৃন্ময়,মৃণ্ময়
বৈচিত্ৰ,বৈচিত্ৰ্য
কণিষ্ঠ,কনিষ্
বিবাদমান,বিবদমান
নিৰৱ,নীৰৱ
তুচ্চ,তুচ্ছ
ত্ৰিভূজ,ত্ৰিভুজ
চলচিত্ৰ,চলচ্চিত্ৰ
একচত্ৰী,একচ্ছত্ৰী
একছত্ৰী,একচ্ছত্ৰী
প্ৰায়চিত্ত,প্ৰায়শ্চিত্ত
প্ৰায়চিত্ৰ,প্ৰায়শ্চিত্ত
অন্নপ্ৰসন্ন,অন্নপ্ৰাশন
উজ্জল,উজ্জ্বল
উজ্বল,উজ্জ্বল
ওতঃপ্ৰোতঃ,ওতপ্ৰোত
ওতঃপ্ৰোত,ওতপ্ৰোত
বহিঃবিভাগ,বহিৰ্বিভাগ
বহিঃপ্ৰকাশ,বহিৰ্প্ৰকাশ
ভৎসনা,ভৰ্ৎসনা
নায্য,ন্যায্য
ন্যায়ধীশ,ন্যায়াধীশ
ন্যায়লয়,ন্যায়ালয়
প্ৰস্ৰাৱগাৰ,প্ৰস্ৰাৱাগাৰ
দাৰিদ্ৰতা,দৰিদ্ৰতা
তেজ্য,ত্যাজ্য
প্ৰৱাহমান,প্ৰৱহমান
প্ৰবাহমান,প্ৰবহমান
উচ্ছাসিত,উচ্ছ্বসিত
উচ্ছ্বাসিত,উচ্ছ্বসিত
বয়সীয়াল,বয়সিয়াল
বয়সিয়া,বয়সীয়া
মূৰব্বী,মুৰব্বী
শুশ্ৰষা,শুশ্ৰূষা
হাস্যস্পদ,হাস্যাস্পদ
ঐক্যতান,ঐকতান
শুভৰাত্ৰী,শুভৰাত্ৰি
সুভৰাত্ৰি,শুভৰাত্ৰি
শুপ্ৰভাত,সুপ্ৰভাত
ষান্মাসিক,ষাণ্মাসিক
চৰৈৱতি,চৰৈৱেতি
অপৰাহ্ন,অপৰাহ্ণ
উৎফুল্লিত,উৎফুল্ল
প্ৰফুল্লিত,প্ৰফুল্ল
অন্নশন,অনশন
সৌজন্যতা,সৌজন্য
উৎকৰ্ষতা,উৎকৰ্ষ
দম্পতি,দম্পতী
দম্পত্তি,দম্পতী
গোহাৰী,গোহাৰি
গোঁহাৰী,গোহাৰি
গোহাঁৰী,গোহাৰি
গোঁহাৰি,গোহাৰি
গোহাঁৰি,গোহাৰি
আঙুলী,আঙুলি
উচৰ্গা,উছৰ্গা
উদ্ধোধন,উদ্বোধন
একেধাৰে,একাধাৰে
জাত্যাভিমান,জাত্যভিমান
ঠিৰাং,থিৰাং
মৰুদ্যান,মৰূদ্যান
গাঠনি,গাঁথনি
গাথঁনি,গাঁথনি
গৌৰাম্বিত,গৌৰৱান্বিত
প্ৰতিযোগি,প্ৰতিযোগী
প্ৰতিযোগীতা,প্ৰতিযোগিতা
সহযোগি,সহযোগী
সহযোগীতা,সহযোগিতা
বাচনি,বাছনি
মাননী,মাননি
মন্ত্ৰীত্ব,মন্ত্ৰিত্ব
মূৰ্ধণ্য,মূৰ্ধন্য
ৰাসায়ন,ৰসায়ন
ৰসায়নিক,ৰাসায়নিক
দেৱাশীষ,দেৱাশিস
অভিলাস,অভিলাষ
গৃহিত,গৃহীত
দুৰ্বিসহ,দুৰ্বিষহ
নুপুৰ,নূপুৰ
নুপূৰ,নূপুৰ
পৈত্ৰিক,পৈতৃক
গুঢ়াৰ্থ,গূঢ়াৰ্থ
ভেকোভাওনা,ভেঁকোভাওনা
ভেকোঁভাওঁনা,ভেঁকোভাওনা
ভেকোভাওঁনা,ভেঁকোভাওনা
ভেকোঁভাওনা,ভেঁকোভাওনা
ভেকুভাওঁনা,ভেঁকোভাওনা
ভেকুঁভাওনা,ভেঁকোভাওনা
ভেকুঁভাওঁনা,ভেঁকোভাওনা
ভেকুভাওনা,ভেঁকোভাওনা
কৈলাশ,কৈলাস
চেনী,চেনি
তামুল,তামোল
অন্যান্ন,অন্যান্য
সপ্তাহিক,সাপ্তাহিক
অভিধানিক,আভিধানিক
মুমুৰ্ষ,মুমূৰ্ষু
মুমূৰ্ষ,মুমূৰ্ষু
মূমুৰ্ষ,মুমূৰ্ষু
পুস্প,পুষ্প
শোষন,শোষণ
পাষান,পাষাণ
ভূমিস্থ,ভূমিষ্
নৌকাষ্ঠ,নৌকাস্থ
আকাঙ্খা,আকাংক্ষা
আকাংখা,আকাংক্ষা
আভাষ,আভাস
অশ্বস্থমা,অশ্বত্থামা
অশ্বত্থমা,অশ্বত্থামা
উপৰত,ওপৰত
ওপৰি,উপৰি
জলন্ত,জ্বলন্ত
দম্বৰু,ডম্বৰু
পোৱালী,পোৱালি
শেৱালী,শেৱালি
কনক,কণক
কনিকা,কণিকা
কল্যান,কল্যাণ
কালীদাস,কালিদাস
টোপনী,টোপনি
মৰ্যদা,মৰ্যাদা
আৰাম্ভ,আৰম্ভ
বিঞ্জান,বিজ্ঞান
জো-যা,যো-জা
যা-যোগাৰ,জা-যোগাৰ
যদ্যাপি,যদ্যপি
অদ্যপি,অদ্যাপি
অৱশ্যাম্ভাৱী,অৱশ্যম্ভাৱী
আৱশ্যম্ভাৱী,অৱশ্যম্ভাৱী
আৱশ্যাম্ভাৱী,অৱশ্যম্ভাৱী
গননা,গণনা
অগনন,অগণন
গনিত,গণিত
গাননিক,গাণনিক
জানোঁ,জানো
নাওঁ,নাও
ৰিস্কা,ৰিক্সা
ডেক্স,ডেস্ক
ৰিক্স,ৰিস্ক
মাক্স,মাস্ক
ফ্লাক্স,ফ্লাস্ক‌
পুন্য,পুণ্য
পূন্য,পুণ্য
পূণ্য,পুণ্য
আশ্বৰ্য,আশ্চৰ্য
জুটা,জোতা
জুতা,জোতা
জোটা,জোতা
প্ৰাহ্ন,প্ৰাহ্ণ
পৰাহ্ন,পৰাহ্ণ
আহ্ণিক,আহ্নিক
গাঁওত,গাঁৱত
গাওঁত,গাঁৱত
গাঁওৰ,গাঁৱৰ
গাওঁৰ,গাঁৱৰ
গাঁওলৈ,গাঁৱলৈ
গাওঁলৈ,গাঁৱলৈ
গাঁওতে,গাঁৱতে
শক্তিৱান,শক্তিমান
শক্তিবান,শক্তিমান
বুদ্ধিৱান,বুদ্ধিমান’
বুদ্ধিবান,বুদ্ধিমান
ব্ৰাহ্মন,ব্ৰাহ্মণ
ব্ৰাক্ষ্মণ,ব্ৰাহ্মণ
ব্ৰাক্ষ্মন,ব্ৰাহ্মণ
বামুন,বামুণ
বামূন,বামুণ
বামূণ,বামুণ
সোন,সোণ
সোনোৱাল,সোণোৱাল
সোনোৱালী,সোণোৱালী
সোনালী,সোণালী
হালধী,হালধি
হালধিয়া,হালধীয়া
ঔষধী,ঔষধি
ঔষধিয়া,ঔষধীয়া
পাৰ্থমিক,প্ৰাথমিক
ফনি,ফণি
কঠিয়া,কঠীয়া
কঁঠিয়া,কঠীয়া
কঠিয়াতলি,কঠীয়াতলি
কঠিয়াতলী,কঠীয়াতলি
কঠীয়াতলী,কঠীয়াতলি
তম্,তম
গৌন,গৌণ
লৱন,লৱণ
মানিক,মাণিক
প্ৰত্যাৰ্পণ,প্ৰত্যৰ্পণ
প্ৰত্যাৰ্পন,প্ৰত্যৰ্পণ
প্ৰত্যৰ্পন,প্ৰত্যৰ্পণ
উল্লেখিত,উল্লিখিত
উল্লাসিত,উল্লসিত
পুনৰাপি,পুনৰপি
পক্ক,পক্ব
পৰিপক্ক,অপৰিপক্ব
পক্কান্ন,পক্বান্ন
স্বত্ত্বে,সত্ত্বে
আতিশয্যা,আতিশয্য
অতিশয্যা,আতিশয্য
অনুৰুধ,অনুৰোধ
ঘীণ,ঘিণ
ঘিন,ঘিণ
ঘীন,ঘিণ
বিদ্ৰুপ,বিদ্ৰূপ
চূঢ়ান্ত,চূড়ান্ত
চুঢ়ান্ত,চূড়ান্ত
আক্ৰমন,আক্ৰমণ
জড়িয়তে,জৰিয়তে
জৰিত,জড়িত
নিৰ্মান,নিৰ্মাণ
বিষেশ,বিশেষ
যুজ,যুঁজ
ধাৰন,ধাৰণ
পাহৰনি,পাহৰণি
বিতাৰন,বিতাৰণ
ঘৃনা,ঘৃণা
প্ৰতাৰনা,প্ৰতাৰণা
সংৰক্ষন,সংৰক্ষণ
গাৱলীয়া,গাঁৱলীয়া
প্ৰশিক্ষন,প্ৰশিক্ষণ
দূৰ্নীতি,দুৰ্নীতি
বুদ্ধিজীৱি,বুদ্ধিজীৱী
উভতাই,ওভতাই
শুণি,শুনি
হয়তু,হয়তো
ওলিয়াই,উলিয়াই
নুমোৱাই,নুমুৱাই
তেঁও,তেওঁ
দেখুন,দেখোন
স্থায়ীত্ব,স্থায়িত্ব
হাহিঁ,হাঁহি
ওমলি,উমলি
সুধে,সোধে
দূপৰীয়া,দুপৰীয়া
সোণকালে,সোনকালে
লাগতীয়াল,লাগতিয়াল
হেপাহ,হেঁপাহ
সহাৰি,সঁহাৰি
ভাগৰোৱা,ভাগৰুৱা
যঠেষ্ট,যথেষ্ট
হেচা,হেঁচা
জপিয়াই,জঁপিয়াই
সচাই,সঁচাই
কাৰন,কাৰণ
পুজা,পূজা
তেওলোক,তেওঁলোক
শিৰচ্ছেদ,শিৰশ্ছেদ
ষড়দৰ্শন,ষড়্‌দৰ্শন
ষড়ৰিপু,ষড়্‌ৰিপু
ষষ্ঠদশ,ষোড়শ
সংঘাট,সংঘাত
সত্ব,সত্ত্ব
স্বায়ত্ব,স্বায়ত্ত্ব
হিজিবিজি,হিবিজিবি
ক্ষুন্ন,ক্ষুণ্ণ
সৰ্বাঙ্গীন,সৰ্বাঙ্গীণ
সাহাৰ্য,সাহায্য
স্বতস্ফূৰ্ত,স্বতঃস্ফূৰ্ত
স্বত্তেও,সত্বেও
স্বাধীনোত্তৰ,স্বাধীনতা-উত্তৰ
অগ্যস্ত,অগস্ত্য
অনুসূয়া,অনসুয়া
অম্বিকাগিৰি,অম্বিকাগিৰী
বৃহত্ব,বৃহত্ত্ব
বেনু,বেণু
বৈয়াকৰণিক,বৈয়াকৰণ
বৈশিষ্ট,বৈশিষ্ট্য
ময়ুৰ,ময়ূৰ
ব্যাভিচাৰ,ব্যভিচাৰ
মুদ্ৰন,মুদ্ৰণ
মুমুৰ্ষ,মুমূৰ্ষ
প্ৰবজন,প্ৰব্ৰজন
প্ৰভূ,প্ৰভু
প্ৰৱন্ধ,প্ৰবন্ধ
প্ৰৱল,প্ৰবল
প্ৰাতিপাদিক,প্ৰাতিপদিক
বণিতা,বনিতা
বধু,বধূ
বছেৰেকীয়া,বছৰেকীয়া
বক্ষযুগল,স্তনযুগল
ব্যুহ,ব্যূহ
⁠⁠⁠ভনিতা,ভণিতা
ভাগিৰথী,ভাগীৰথী
ভুমুকি,ভূমুকি
ভুমিসাৎ,ভুমিসাৎ
ভুমিস্থ,ভূমিষ্
ভূৱন,ভুৱন
ভোগালি,ভোগালী
ভৌগলিক,ভৌগোলিক
ভ্ৰুক্ষেপ,ভ্ৰূক্ষেপ
ভ্ৰাম্যমান,ভ্ৰ্যাম্যমাণ
মনলোভা,মনোলোভা
মহত্ব,মহত্ত্ব
মহাৰাজা,মহাৰাজ
লঘূ,লঘু
লক্ষী,লক্ষ্মী
লক্ষ্মীমন্ত,লক্ষ্মীৱন্ত
লক্ষ্যনীয়,লক্ষণীয়
লক্ষ্যণীয়,লক্ষণীয়
মুহুৰ্ত,মুহূৰ্ত
মুষিক,মূষিক
মূল্যাংকণ,মূল্যাঙ্কন
ম্ৰিয়মান,ম্ৰিয়মাণ
যধেমধে,জধেমধে
যেহেতু,যিহেতু
ৰঙালি,ৰঙালী
ৰূপায়ন,ৰূপায়ণ
লঘুকৰণ,লঘূকৰণ
সত্বা,সত্তা
সন্যাসী,সন্ন্যাসী
সম্বাদ,সংবাদ
সৰ্বজানিক,সাৰ্বজনিক
সামন্তৰিক,সামান্তাৰিক
সাৱধানী,সাৱধান
স্ৰজন,সৃজন
স্বত্ত,স্বত্ব
স্বয়ম্বৰ,স্বয়ংবৰ
লাঞ্চনা,লাঞ্ছনা
শয্যাশয়ী,শয্যাশায়ী
শানিত,শাণিত
ভনিতা,ভণিতা
কৰ্তাকাৰক,কৰ্তৃকাৰক
কল্যাণৱৰ,কল্যাণীয়বৰ
কাকুতি,কাকূতি
কাণু,কানু
কৃচ্ছসাধন,কৃচ্ছ্ৰসাধন
কেয়ুৰ,কেয়ূৰ
কৌতুহল,কৌতূহল
উশৃংখল,উচ্ছৃঙ্খল
উহ্য,ঊহ্য
একত্ৰিকৰণ,একত্ৰীকৰণ
একাকীত্ব,একাকিত্ব
এদাল,এডাল
চলমান,চলন্ত
চিহ্ণিত,চিহ্নিত
চুলাকৰণ,চুড়াকৰণ
চূৰ্চূৰীয়া,চুৰ্চুৰীয়া
জ্ঞাতাৰ্থে,জ্ঞানাৰ্থে
টঙাই,তঙাই
প্ৰজ্জলন,প্ৰজ্বলন
পদুলি,পদূলি
পৰায়ন,পৰায়ণ
পৰিপক্ক,পৰিপক্ব
পৰিৱহন,পৰিৱহণ
পৰিমান,পৰিমাণ
পাপীষ্ঠ,পাপিষ্
পুংক্ষানুপুংক্ষ,পুঙ্খানুপুঙ্খ
পুণৰ,পুনৰ
পুনৰাভিনয়,পুনৰভিনয়
পুনৰোদ্ধাৰ,পুনৰুদ্ধাৰ
বাখ্যা,ব্যাখ্যা
বানিজ্য,বাণিজ্য
বাৰান্দা,বাৰাণ্ডা
বিদুষী,বিদূষী
বিপনি,বিপণি
বিপদগ্ৰস্থ,বিপদগ্ৰস্ত
বিষন্ন,বিষণ্ণ
বিসম্বাদী,বিসংবাদী
দুৰুহ,দুৰূহ
দুৰ্ণাম,দুৰ্নাম
দুস্থ,দুঃস্থ
দূৰবীন,দূৰবীণ
দোদোল্যমান,দোদুল্যমান
ধূলিস্যাৎ,ধূলিসাৎ
নঞাৰ্থক,নঞৰ্থক
নাঁৱেৰে,নাৱেৰে
নামাকৰণ,নামকৰণ
নিক্কন,নিক্কণ
নিচলা,নিছলা
নিচ্ছিন্ন,নিশ্চিহ্ন
নিৰবিচ্ছিন্ন,নিৰৱচ্ছিন্ন
নিৰলস,নিৰালস্য
নিৰস,নীৰস
পূৰ্বাহ্ন,পূৰ্বাহ্ণ
পৃথকীকৰণ,পৃথক্কৰণ
পৌৰহিত্য,পৌৰোহিত্য
সংকেট,সংকেত
দূৰ্বল,দুৰ্বল
ওঠ,ওঁ
হাহি,হাঁহি
শেতা,শেঁতা
খুজে,খোজে
ওভতি,উভতি
মাথো,মাথোঁ
সজতনে,সযতনে
তাইও,তায়ো
ঘৈনী,ঘৈণী
চেচা,চেঁচা
শুন্য,শূন্য
বন্দি,বন্দী
দুপৰিয়া,দুপৰীয়া
সোৱৰণি,সোঁৱৰণি
আতৰি,আঁতৰি
প্ৰদৰ্শণ,প্ৰদৰ্শন
সংগঠণ,সংগঠন
ফোপোলা,ফোঁপোলা
ভূগি,ভুগি
সুৰ্য,সূৰ্য
আমন্ত্ৰন,আমন্ত্ৰণ
দ্বায়ীত্ব,দ্বায়িত্ব
সস্তিয়া,সস্তীয়া
হথাৎ,হঠাৎ
কৰুন,কৰুণ
ছাকৰি,চাকৰি
ৰছনা,ৰচনা
প্ৰমান,প্ৰমাণ
আনুমাণিক,আনুমানিক
সম্ভাৱণা,সম্ভাৱনা
মুৰ্তি,মূৰ্তি
শুকাণ,শুকান
আবৰন,আৱৰণ
আৱৰন,আৱৰণ
প্ৰবনতা,প্ৰৱণতা
প্ৰৱনতা,প্ৰৱণতা
সাধাৰন,সাধাৰণ
ৰুপান্তৰিত,ৰূপান্তৰিত
মজবুট,মজবুত
আতৰাই,আঁতৰাই
নৃসংশ,নৃশংস
ঘুৰনীয়া,ঘূৰণীয়া
ঘুৰণীয়া,ঘূৰণীয়া
পুৰ্বপুৰুষ,পূৰ্বপুৰুষ
দূৰ্দশা,দুৰ্দশা
শ্ৰৱন,শ্ৰৱণ
সাতোঁৰ,সাঁতোৰ
নিয়াৰী,নিয়াৰি
কপাই,কঁপাই
কপাব,কঁপাব
কপিব,কঁপিব
প্ৰনাম,প্ৰণাম
প্ৰনালী,প্ৰণালী
উদাহৰন,উদাহৰণ
একশৰন,একশৰণ
সতৰ্কবানী,সতৰ্কবাণী
প্ৰানী,প্ৰাণী
পোষন,পোষণ
হৃদয়াংগম,হৃদয়ংগম
কৰ্ষন,কৰ্ষণ
অনুসৰন,অনুসৰণ
উন্মেশ,উন্মেষ
সম্প্ৰিতী,সম্প্ৰীতি
আলহি,আলহী
তিক্ষ্ন,তীক্ষ্ণ
সচাঁ,সঁচা
ধুনিয়া,ধুনীয়া
আকৰ্ষন,আকৰ্ষণ
ৰনুৱা,ৰণুৱা
প্ৰাৰ্থক্য,পাৰ্থক্য
ভিৰু,ভীৰু
সুত্ৰ,সূত্ৰ
সুৰুজ,সূৰুজ
কোমলীয়া,কুমলীয়া
অন্তৰ্ধাণ,অন্তৰ্ধান
সমূখত,সমুখত
অনুস্থিত,অনুষ্ঠিত
নিঃসৰন,নিঃসৰণ
সংশ্লেষন,সংশ্লেষণ
গৱেষনা,গৱেষণা
পৰিচন্ন,পৰিচ্ছন্ন
অস্তোপচাৰ,অস্ত্ৰোপচাৰ
গূণ,গুণ
লোলোপ,লোলুপ
ব্যৱসায়ীক,ব্যৱসায়িক
স্পৰ্ষকাতৰ,স্পৰ্শকাতৰ
উদিয়মান,উদীয়মান
দোষাৰুপ,দোষাৰোপ
নিঃচিন্ন,নিঃচিহ্ন
বানী,বাণী
বহুমুলীয়া,বহুমূলীয়া
বিস্বাস,বিশ্বাস
ককাল,কঁকাল
গনেশ,গণেশ
সমূখ,সমুখ
সিহত,সিহঁত
মিশ্ৰন,মিশ্ৰণ
পূৰুষ,পুৰুষ
চুড়ান্ত,চূড়ান্ত
তইও,তয়ো
তাইও, তায়ো
কিনত্তু,কিন্তু
অধিস্থিত,অধিষ্ঠিত
দেখায়,দেখুৱায়
কেচা,কেঁচা
শুপ্ত,সুপ্ত
দূৰ্গম,দুৰ্গম
নীৰিক্ষণ,নিৰীক্ষণ
কুটনৈতিক,কূটনৈতিক
খোৱায়,খুৱায়
খোৱাব,খুৱাব
খোৱালে,খুৱালে
খোৱাই,খুৱাই
দূৰ্লভ,দুৰ্লভ
নগন্য,নগণ্য
পূৰোধা,পুৰোধা
সূখী,সুখী
সূখ,সুখ
দূখ,দুখ
দূখী,দুখী
স্থুল,স্থূল
মুকাভিনয়,মূকাভিনয়
মুলতঃ,মূলতঃ
বুলে,বোলে
হেনু,হেনো
খুজে,খোজে
সেউজিয়া,সেউজীয়া
শুভাকাংশী,শুভাকাংক্ষী~~
—————————————————-

ভূল,ভুল
আঘাট,আঘাত
আৰম্ভনি,আৰম্ভণি
আৰম্ভনী,আৰম্ভণি
মূহুৰ্ত,মুহূৰ্ত
সাংঘাটিক,সাংঘাতিক
পৰিস্কাৰ,পৰিষ্কাৰ
আৱিস্কাৰ,আৱিষ্কাৰ
আবিস্কাৰ,আৱিষ্কাৰ
আনুসংগিক,আনুষংগিক
শীততাপ,শীতাতপ
অদ্ভূত,অদ্ভুত
অত্যাধিক,অত্যধিক
অতীষ্ঠ,অতিষ্
আষ্ফালন,আস্ফালন
আয়ত্ব,আয়ত্ত
ঐশ্চৰ্য,ঐশ্বৰ্য
উভটি,উভতি
ঘুৰি,ঘূৰি
ঘুৰাই,ঘূৰাই
কটুক্তি,কটূক্তি
ক্ৰুটি,ত্ৰুটি
অংকণ,অংকন
কোৰাণ,কোৰান
খৰছ,খৰচ
বিচনা,বিছনা
তত্ব,তত্ত্ব
ধুলি,ধূলি
দুঃচিন্তা,দুশ্চিন্তা
দুচৰিত্ৰ,দুশ্চৰিত্ৰ
দীৰ্ঘজীৱি,দীৰ্ঘজীৱী
দুবৰি,দূবৰি
দুৰীকৰণ,দূৰীকৰণ
দূৰ্গা,দুৰ্গা
দৈন্যতা,দৈন্য
ঐক্যতা,ঐক্য
দৈৰ্ঘ,দৈৰ্ঘ্য
দোষণীয়,দূষণীয়
দ্বন্দ,দ্বন্দ্ব
ফলপ্ৰসু,ফলপ্ৰসূ
ফস্তি,ফষ্টি
ফিটা,ফিতা
ফুলজাৰী,ফুলজাৰি
উপলব্দ্ধ,উপলব্ধ
বৰঙণি,বৰঙনি
বহিস্কাৰ,বহিষ্কাৰ
পুৰষ্কাৰ,পুৰস্কাৰ
বয়ষ্ক,বয়স্ক
বাইদেউৱে,বাইদেৱে
ব্যঞ্জণ,ব্যঞ্জন
মইও,ময়ো
বাঞ্চনীয়,বাঞ্ছনীয়
বাস্প,বাষ্প
বিদূষী,বিদুষী
শূণ্য,শূন্য
শাৰিৰীক,শাৰীৰিক
সাকৌঁ,সাঁকো
সাকোঁ,সাঁকো
সমুহ,সমূহ
সৰ্বাংগীন,সৰ্বাংগীণ
সমিচীন,সমীচীন
সমীচিন,সমীচীন
সাৰ্বজনীন,সৰ্বজনীন
সাহাৰ্য্য,সাহায্য
অনুভুতি,অনুভূতি
সুতা,সূতা
সুচনা,সূচনা
সুক্ষ্ম,সূক্ষ্ম
সেঁওতা,সেওঁতা
সেন্দুৰ,সেন্দূৰ
স্নেহাশীষ,স্নেহাশিস
স্বচ্ছল,সচ্ছল
গ্ৰহন,গ্ৰহণ
নিৰ্ধাৰন,নিৰ্ধাৰণ
ব্যন্জন,ব্যঞ্জন
যোৱাকালি,কালি
অহাকালি,কাইলৈ
নিমণ্ট্ৰণ,নিমন্ত্ৰণ
নিমন্ত্ৰন,নিমন্ত্ৰণ
ছাগে,চাগৈ
বন্ধুত্বতা,বন্ধুত্ব
খাওঁক,খাওক
যাওঁক,যাওক
হওঁক,হওক
লওঁক,লওক
ভুমি,ভূমি
অনুকুল,অনুকূল
ৰোপন,ৰোপণ
চিহ্ণ,চিহ্ন
ধ্বংশ,ধ্বংস
গ্ৰন্থী,গ্ৰন্থি
যথেষ্ঠ,যথেষ্ট
চেষ্ঠা,চেষ্টা
দূৰ্ঘটনা,দুৰ্ঘটনা
ভ্ৰমন,ভ্ৰমণ
শুৱে,শোৱে
অধ্যয়ণ,অধ্যয়ন
পলায়ণ,পলায়ন
তাৰোপৰি,তদুপৰি
ধৰন,ধৰণ
সুমাই,সুমুৱাই
নূন্যতম,ন্যূনতম
নুন্যতম,ন্যূনতম
মূখ্য,মুখ্য
অনুস্থান,অনুষ্ঠান
সিচঁৰিত,সিঁচৰতি
সিচঁৰতি,সিঁচৰতি
ষ্পষ্ট,স্পষ্ট
নাইকীয়া,নাইকিয়া
সোমোৱাই,সুমুৱাই
ব্ৰক্ষ্ম,ব্ৰহ্ম
সন্তোষ্ট,সন্তুষ্ট
খোৱাবলৈ,খুৱাবলৈ
প্ৰতিস্থা,প্ৰতিষ্ঠা
গৰিস্থ,গৰিষ্
কাৰনে,কাৰণে
সংন্থা,সংস্থা
সোঁচৰি,সুঁচৰি
কতৃপক্ষ,কৰ্তৃপক্ষ
চিনাকী,চিনাকি
হথাত,হঠাৎ
মুখামুখী,মুখামুখি
সজুলি,সঁজুলি
শুদ্ধৰাই,শুধৰাই
পূৱা,পুৱা
চঁকু,চকু
পৰিবহন,পৰিবহণ
দীঘলিয়া,দীঘলীয়া
দিঘলীয়া,দীঘলীয়া
ভণ্টী,ভণ্টি
আপোনি,আপুনি
দেখোৱাই,দেখুৱাই
প্ৰতিস্থান,প্ৰতিষ্ঠান
বেপৰুৱা,বেপৰোৱা
কনমানি,কণমানি
কনমাণি,কণমানি
অকনমানি,অকণমানি
অকনমান,অকণমান
শান্তনা,সান্ত্বনা
অঞ্জলী,অঞ্জলি
শ্ৰদ্ধাঞ্জলী,শ্ৰদ্ধাঞ্জলি
ক্ষীপ্ৰ,ক্ষিপ্ৰ
সাম্ভাব্য,সম্ভাব্য
মৃন্ময়,মৃণ্ময়
বৈচিত্ৰ,বৈচিত্ৰ্য
কণিষ্ঠ,কনিষ্
বিবাদমান,বিবদমান
নিৰৱ,নীৰৱ
তুচ্চ,তুচ্ছ
ত্ৰিভূজ,ত্ৰিভুজ
চলচিত্ৰ,চলচ্চিত্ৰ
একচত্ৰী,একচ্ছত্ৰী
একছত্ৰী,একচ্ছত্ৰী
প্ৰায়চিত্ত,প্ৰায়শ্চিত্ত
প্ৰায়চিত্ৰ,প্ৰায়শ্চিত্ত
অন্নপ্ৰসন্ন,অন্নপ্ৰাশন
উজ্জল,উজ্জ্বল
উজ্বল,উজ্জ্বল
ওতঃপ্ৰোতঃ,ওতপ্ৰোত
ওতঃপ্ৰোত,ওতপ্ৰোত
বহিঃবিভাগ,বহিৰ্বিভাগ
বহিঃপ্ৰকাশ,বহিৰ্প্ৰকাশ
ভৎসনা,ভৰ্ৎসনা
নায্য,ন্যায্য
ন্যায়ধীশ,ন্যায়াধীশ
ন্যায়লয়,ন্যায়ালয়
প্ৰস্ৰাৱগাৰ,প্ৰস্ৰাৱাগাৰ
দাৰিদ্ৰতা,দৰিদ্ৰতা
তেজ্য,ত্যাজ্য
প্ৰৱাহমান,প্ৰৱহমান
প্ৰবাহমান,প্ৰবহমান
উচ্ছাসিত,উচ্ছ্বসিত
উচ্ছ্বাসিত,উচ্ছ্বসিত
বয়সীয়াল,বয়সিয়াল
বয়সিয়া,বয়সীয়া
মূৰব্বী,মুৰব্বী
শুশ্ৰষা,শুশ্ৰূষা
হাস্যস্পদ,হাস্যাস্পদ
ঐক্যতান,ঐকতান
শুভৰাত্ৰী,শুভৰাত্ৰি
সুভৰাত্ৰি,শুভৰাত্ৰি
শুপ্ৰভাত,সুপ্ৰভাত
ষান্মাসিক,ষাণ্মাসিক
চৰৈৱতি,চৰৈৱেতি
অপৰাহ্ন,অপৰাহ্ণ
উৎফুল্লিত,উৎফুল্ল
প্ৰফুল্লিত,প্ৰফুল্ল
অন্নশন,অনশন
সৌজন্যতা,সৌজন্য
উৎকৰ্ষতা,উৎকৰ্ষ
দম্পতি,দম্পতী
দম্পত্তি,দম্পতী
গোহাৰী,গোহাৰি
গোঁহাৰী,গোহাৰি
গোহাঁৰী,গোহাৰি
গোঁহাৰি,গোহাৰি
গোহাঁৰি,গোহাৰি
আঙুলী,আঙুলি
উচৰ্গা,উছৰ্গা
উদ্ধোধন,উদ্বোধন
একেধাৰে,একাধাৰে
জাত্যাভিমান,জাত্যভিমান
ঠিৰাং,থিৰাং
মৰুদ্যান,মৰূদ্যান
গাঠনি,গাঁথনি
গাথঁনি,গাঁথনি
গৌৰাম্বিত,গৌৰৱান্বিত
প্ৰতিযোগি,প্ৰতিযোগী
প্ৰতিযোগীতা,প্ৰতিযোগিতা
সহযোগি,সহযোগী
সহযোগীতা,সহযোগিতা
বাচনি,বাছনি
মাননী,মাননি
মন্ত্ৰীত্ব,মন্ত্ৰিত্ব
মূৰ্ধণ্য,মূৰ্ধন্য
ৰাসায়ন,ৰসায়ন
ৰসায়নিক,ৰাসায়নিক
দেৱাশীষ,দেৱাশিস
অভিলাস,অভিলাষ
গৃহিত,গৃহীত
দুৰ্বিসহ,দুৰ্বিষহ
নুপুৰ,নূপুৰ
নুপূৰ,নূপুৰ
পৈত্ৰিক,পৈতৃক
গুঢ়াৰ্থ,গূঢ়াৰ্থ
ভেকোভাওনা,ভেঁকোভাওনা
ভেকোঁভাওঁনা,ভেঁকোভাওনা
ভেকোভাওঁনা,ভেঁকোভাওনা
ভেকোঁভাওনা,ভেঁকোভাওনা
ভেকুভাওঁনা,ভেঁকোভাওনা
ভেকুঁভাওনা,ভেঁকোভাওনা
ভেকুঁভাওঁনা,ভেঁকোভাওনা
ভেকুভাওনা,ভেঁকোভাওনা
কৈলাশ,কৈলাস
চেনী,চেনি
তামুল,তামোল
অন্যান্ন,অন্যান্য
সপ্তাহিক,সাপ্তাহিক
অভিধানিক,আভিধানিক
মুমুৰ্ষ,মুমূৰ্ষু
মুমূৰ্ষ,মুমূৰ্ষু
মূমুৰ্ষ,মুমূৰ্ষু
পুস্প,পুষ্প
শোষন,শোষণ
পাষান,পাষাণ
ভূমিস্থ,ভূমিষ্
নৌকাষ্ঠ,নৌকাস্থ
আকাঙ্খা,আকাংক্ষা
আকাংখা,আকাংক্ষা
আভাষ,আভাস
অশ্বস্থমা,অশ্বত্থামা
অশ্বত্থমা,অশ্বত্থামা
উপৰত,ওপৰত
ওপৰি,উপৰি
জলন্ত,জ্বলন্ত
দম্বৰু,ডম্বৰু
পোৱালী,পোৱালি
শেৱালী,শেৱালি
কনক,কণক
কনিকা,কণিকা
কল্যান,কল্যাণ
কালীদাস,কালিদাস
টোপনী,টোপনি
মৰ্যদা,মৰ্যাদা
আৰাম্ভ,আৰম্ভ
বিঞ্জান,বিজ্ঞান
জো-যা,যো-জা
যা-যোগাৰ,জা-যোগাৰ
যদ্যাপি,যদ্যপি
অদ্যপি,অদ্যাপি
অৱশ্যাম্ভাৱী,অৱশ্যম্ভাৱী
আৱশ্যম্ভাৱী,অৱশ্যম্ভাৱী
আৱশ্যাম্ভাৱী,অৱশ্যম্ভাৱী
গননা,গণনা
অগনন,অগণন
গনিত,গণিত
গাননিক,গাণনিক
জানোঁ,জানো
নাওঁ,নাও
ৰিস্কা,ৰিক্সা
ডেক্স,ডেস্ক
ৰিক্স,ৰিস্ক
মাক্স,মাস্ক
ফ্লাক্স,ফ্লাস্ক‌
পুন্য,পুণ্য
পূন্য,পুণ্য
পূণ্য,পুণ্য
আশ্বৰ্য,আশ্চৰ্য
জুটা,জোতা
জুতা,জোতা
জোটা,জোতা
প্ৰাহ্ন,প্ৰাহ্ণ
পৰাহ্ন,পৰাহ্ণ
আহ্ণিক,আহ্নিক
গাঁওত,গাঁৱত
গাওঁত,গাঁৱত
গাঁওৰ,গাঁৱৰ
গাওঁৰ,গাঁৱৰ
গাঁওলৈ,গাঁৱলৈ
গাওঁলৈ,গাঁৱলৈ
গাঁওতে,গাঁৱতে
শক্তিৱান,শক্তিমান
শক্তিবান,শক্তিমান
বুদ্ধিৱান,বুদ্ধিমান’
বুদ্ধিবান,বুদ্ধিমান
ব্ৰাহ্মন,ব্ৰাহ্মণ
ব্ৰাক্ষ্মণ,ব্ৰাহ্মণ
ব্ৰাক্ষ্মন,ব্ৰাহ্মণ
বামুন,বামুণ
বামূন,বামুণ
বামূণ,বামুণ
সোন,সোণ
সোনোৱাল,সোণোৱাল
সোনোৱালী,সোণোৱালী
সোনালী,সোণালী
হালধী,হালধি
হালধিয়া,হালধীয়া
ঔষধী,ঔষধি
ঔষধিয়া,ঔষধীয়া
পাৰ্থমিক,প্ৰাথমিক
ফনি,ফণি
কঠিয়া,কঠীয়া
কঁঠিয়া,কঠীয়া
কঠিয়াতলি,কঠীয়াতলি
কঠিয়াতলী,কঠীয়াতলি
কঠীয়াতলী,কঠীয়াতলি
তম্,তম
গৌন,গৌণ
লৱন,লৱণ
মানিক,মাণিক
প্ৰত্যাৰ্পণ,প্ৰত্যৰ্পণ
প্ৰত্যাৰ্পন,প্ৰত্যৰ্পণ
প্ৰত্যৰ্পন,প্ৰত্যৰ্পণ
উল্লেখিত,উল্লিখিত
উল্লাসিত,উল্লসিত
পুনৰাপি,পুনৰপি
পক্ক,পক্ব
পৰিপক্ক,অপৰিপক্ব
পক্কান্ন,পক্বান্ন
স্বত্ত্বে,সত্ত্বে
আতিশয্যা,আতিশয্য
অতিশয্যা,আতিশয্য
অনুৰুধ,অনুৰোধ
ঘীণ,ঘিণ
ঘিন,ঘিণ
ঘীন,ঘিণ
বিদ্ৰুপ,বিদ্ৰূপ
চূঢ়ান্ত,চূড়ান্ত
চুঢ়ান্ত,চূড়ান্ত
আক্ৰমন,আক্ৰমণ
জড়িয়তে,জৰিয়তে
জৰিত,জড়িত
নিৰ্মান,নিৰ্মাণ
বিষেশ,বিশেষ
যুজ,যুঁজ
ধাৰন,ধাৰণ
পাহৰনি,পাহৰণি
বিতাৰন,বিতাৰণ
ঘৃনা,ঘৃণা
প্ৰতাৰনা,প্ৰতাৰণা
সংৰক্ষন,সংৰক্ষণ
গাৱলীয়া,গাঁৱলীয়া
প্ৰশিক্ষন,প্ৰশিক্ষণ
দূৰ্নীতি,দুৰ্নীতি
বুদ্ধিজীৱি,বুদ্ধিজীৱী
উভতাই,ওভতাই
শুণি,শুনি
হয়তু,হয়তো
ওলিয়াই,উলিয়াই
নুমোৱাই,নুমুৱাই
তেঁও,তেওঁ
দেখুন,দেখোন
স্থায়ীত্ব,স্থায়িত্ব
হাহিঁ,হাঁহি
ওমলি,উমলি
সুধে,সোধে
দূপৰীয়া,দুপৰীয়া
সোণকালে,সোনকালে
লাগতীয়াল,লাগতিয়াল
হেপাহ,হেঁপাহ
সহাৰি,সঁহাৰি
ভাগৰোৱা,ভাগৰুৱা
যঠেষ্ট,যথেষ্ট
হেচা,হেঁচা
জপিয়াই,জঁপিয়াই
সচাই,সঁচাই
কাৰন,কাৰণ
পুজা,পূজা
তেওলোক,তেওঁলোক
শিৰচ্ছেদ,শিৰশ্ছেদ
ষড়দৰ্শন,ষড়্‌দৰ্শন
ষড়ৰিপু,ষড়্‌ৰিপু
ষষ্ঠদশ,ষোড়শ
সংঘাট,সংঘাত
সত্ব,সত্ত্ব
স্বায়ত্ব,স্বায়ত্ত্ব
হিজিবিজি,হিবিজিবি
ক্ষুন্ন,ক্ষুণ্ণ
সৰ্বাঙ্গীন,সৰ্বাঙ্গীণ
সাহাৰ্য,সাহায্য
স্বতস্ফূৰ্ত,স্বতঃস্ফূৰ্ত
স্বত্তেও,সত্বেও
স্বাধীনোত্তৰ,স্বাধীনতা-উত্তৰ
অগ্যস্ত,অগস্ত্য
অনুসূয়া,অনসুয়া
অম্বিকাগিৰি,অম্বিকাগিৰী
বৃহত্ব,বৃহত্ত্ব
বেনু,বেণু
বৈয়াকৰণিক,বৈয়াকৰণ
বৈশিষ্ট,বৈশিষ্ট্য
ময়ুৰ,ময়ূৰ
ব্যাভিচাৰ,ব্যভিচাৰ
মুদ্ৰন,মুদ্ৰণ
মুমুৰ্ষ,মুমূৰ্ষ
প্ৰবজন,প্ৰব্ৰজন
প্ৰভূ,প্ৰভু
প্ৰৱন্ধ,প্ৰবন্ধ
প্ৰৱল,প্ৰবল
প্ৰাতিপাদিক,প্ৰাতিপদিক
বণিতা,বনিতা
বধু,বধূ
বছেৰেকীয়া,বছৰেকীয়া
বক্ষযুগল,স্তনযুগল
ব্যুহ,ব্যূহ
⁠⁠⁠ভনিতা,ভণিতা
ভাগিৰথী,ভাগীৰথী
ভুমুকি,ভূমুকি
ভুমিসাৎ,ভুমিসাৎ
ভুমিস্থ,ভূমিষ্
ভূৱন,ভুৱন
ভোগালি,ভোগালী
ভৌগলিক,ভৌগোলিক
ভ্ৰুক্ষেপ,ভ্ৰূক্ষেপ
ভ্ৰাম্যমান,ভ্ৰ্যাম্যমাণ
মনলোভা,মনোলোভা
মহত্ব,মহত্ত্ব
মহাৰাজা,মহাৰাজ
লঘূ,লঘু
লক্ষী,লক্ষ্মী
লক্ষ্মীমন্ত,লক্ষ্মীৱন্ত
লক্ষ্যনীয়,লক্ষণীয়
লক্ষ্যণীয়,লক্ষণীয়
মুহুৰ্ত,মুহূৰ্ত
মুষিক,মূষিক
মূল্যাংকণ,মূল্যাঙ্কন
ম্ৰিয়মান,ম্ৰিয়মাণ
যধেমধে,জধেমধে
যেহেতু,যিহেতু
ৰঙালি,ৰঙালী
ৰূপায়ন,ৰূপায়ণ
লঘুকৰণ,লঘূকৰণ
সত্বা,সত্তা
সন্যাসী,সন্ন্যাসী
সম্বাদ,সংবাদ
সৰ্বজানিক,সাৰ্বজনিক
সামন্তৰিক,সামান্তাৰিক
সাৱধানী,সাৱধান
স্ৰজন,সৃজন
স্বত্ত,স্বত্ব
স্বয়ম্বৰ,স্বয়ংবৰ
লাঞ্চনা,লাঞ্ছনা
শয্যাশয়ী,শয্যাশায়ী
শানিত,শাণিত
ভনিতা,ভণিতা
কৰ্তাকাৰক,কৰ্তৃকাৰক
কল্যাণৱৰ,কল্যাণীয়বৰ
কাকুতি,কাকূতি
কাণু,কানু
কৃচ্ছসাধন,কৃচ্ছ্ৰসাধন
কেয়ুৰ,কেয়ূৰ
কৌতুহল,কৌতূহল
উশৃংখল,উচ্ছৃঙ্খল
উহ্য,ঊহ্য
একত্ৰিকৰণ,একত্ৰীকৰণ
একাকীত্ব,একাকিত্ব
এদাল,এডাল
চলমান,চলন্ত
চিহ্ণিত,চিহ্নিত
চুলাকৰণ,চুড়াকৰণ
চূৰ্চূৰীয়া,চুৰ্চুৰীয়া
জ্ঞাতাৰ্থে,জ্ঞানাৰ্থে
টঙাই,তঙাই
প্ৰজ্জলন,প্ৰজ্বলন
পদুলি,পদূলি
পৰায়ন,পৰায়ণ
পৰিপক্ক,পৰিপক্ব
পৰিৱহন,পৰিৱহণ
পৰিমান,পৰিমাণ
পাপীষ্ঠ,পাপিষ্
পুংক্ষানুপুংক্ষ,পুঙ্খানুপুঙ্খ
পুণৰ,পুনৰ
পুনৰাভিনয়,পুনৰভিনয়
পুনৰোদ্ধাৰ,পুনৰুদ্ধাৰ
বাখ্যা,ব্যাখ্যা
বানিজ্য,বাণিজ্য
বাৰান্দা,বাৰাণ্ডা
বিদুষী,বিদূষী
বিপনি,বিপণি
বিপদগ্ৰস্থ,বিপদগ্ৰস্ত
বিষন্ন,বিষণ্ণ
বিসম্বাদী,বিসংবাদী
দুৰুহ,দুৰূহ
দুৰ্ণাম,দুৰ্নাম
দুস্থ,দুঃস্থ
দূৰবীন,দূৰবীণ
দোদোল্যমান,দোদুল্যমান
ধূলিস্যাৎ,ধূলিসাৎ
নঞাৰ্থক,নঞৰ্থক
নাঁৱেৰে,নাৱেৰে
নামাকৰণ,নামকৰণ
নিক্কন,নিক্কণ
নিচলা,নিছলা
নিচ্ছিন্ন,নিশ্চিহ্ন
নিৰবিচ্ছিন্ন,নিৰৱচ্ছিন্ন
নিৰলস,নিৰালস্য
নিৰস,নীৰস
পূৰ্বাহ্ন,পূৰ্বাহ্ণ
পৃথকীকৰণ,পৃথক্কৰণ
পৌৰহিত্য,পৌৰোহিত্য
সংকেট,সংকেত
দূৰ্বল,দুৰ্বল
ওঠ,ওঁ
হাহি,হাঁহি
শেতা,শেঁতা
খুজে,খোজে
ওভতি,উভতি
মাথো,মাথোঁ
সজতনে,সযতনে
তাইও,তায়ো
ঘৈনী,ঘৈণী
চেচা,চেঁচা
শুন্য,শূন্য
বন্দি,বন্দী
দুপৰিয়া,দুপৰীয়া
সোৱৰণি,সোঁৱৰণি
আতৰি,আঁতৰি
প্ৰদৰ্শণ,প্ৰদৰ্শন
সংগঠণ,সংগঠন
ফোপোলা,ফোঁপোলা
ভূগি,ভুগি
সুৰ্য,সূৰ্য
আমন্ত্ৰন,আমন্ত্ৰণ
দ্বায়ীত্ব,দ্বায়িত্ব
সস্তিয়া,সস্তীয়া
হথাৎ,হঠাৎ
কৰুন,কৰুণ
ছাকৰি,চাকৰি
ৰছনা,ৰচনা
প্ৰমান,প্ৰমাণ
আনুমাণিক,আনুমানিক
সম্ভাৱণা,সম্ভাৱনা
মুৰ্তি,মূৰ্তি
শুকাণ,শুকান
আবৰন,আৱৰণ
আৱৰন,আৱৰণ
প্ৰবনতা,প্ৰৱণতা
প্ৰৱনতা,প্ৰৱণতা
সাধাৰন,সাধাৰণ
ৰুপান্তৰিত,ৰূপান্তৰিত
মজবুট,মজবুত
আতৰাই,আঁতৰাই
নৃসংশ,নৃশংস
ঘুৰনীয়া,ঘূৰণীয়া
ঘুৰণীয়া,ঘূৰণীয়া
পুৰ্বপুৰুষ,পূৰ্বপুৰুষ
দূৰ্দশা,দুৰ্দশা
শ্ৰৱন,শ্ৰৱণ
সাতোঁৰ,সাঁতোৰ
নিয়াৰী,নিয়াৰি
কপাই,কঁপাই
কপাব,কঁপাব
কপিব,কঁপিব
প্ৰনাম,প্ৰণাম
প্ৰনালী,প্ৰণালী
উদাহৰন,উদাহৰণ
একশৰন,একশৰণ
সতৰ্কবানী,সতৰ্কবাণী
প্ৰানী,প্ৰাণী
পোষন,পোষণ
হৃদয়াংগম,হৃদয়ংগম
কৰ্ষন,কৰ্ষণ
অনুসৰন,অনুসৰণ
উন্মেশ,উন্মেষ
সম্প্ৰিতী,সম্প্ৰীতি
আলহি,আলহী
তিক্ষ্ন,তীক্ষ্ণ
সচাঁ,সঁচা
ধুনিয়া,ধুনীয়া
আকৰ্ষন,আকৰ্ষণ
ৰনুৱা,ৰণুৱা
প্ৰাৰ্থক্য,পাৰ্থক্য
ভিৰু,ভীৰু
সুত্ৰ,সূত্ৰ
সুৰুজ,সূৰুজ
কোমলীয়া,কুমলীয়া
অন্তৰ্ধাণ,অন্তৰ্ধান
সমূখত,সমুখত
অনুস্থিত,অনুষ্ঠিত
নিঃসৰন,নিঃসৰণ
সংশ্লেষন,সংশ্লেষণ
গৱেষনা,গৱেষণা
পৰিচন্ন,পৰিচ্ছন্ন
অস্তোপচাৰ,অস্ত্ৰোপচাৰ
গূণ,গুণ
লোলোপ,লোলুপ
ব্যৱসায়ীক,ব্যৱসায়িক
স্পৰ্ষকাতৰ,স্পৰ্শকাতৰ
উদিয়মান,উদীয়মান
দোষাৰুপ,দোষাৰোপ
নিঃচিন্ন,নিঃচিহ্ন
বানী,বাণী
বহুমুলীয়া,বহুমূলীয়া
বিস্বাস,বিশ্বাস
ককাল,কঁকাল
গনেশ,গণেশ
সমূখ,সমুখ
সিহত,সিহঁত
মিশ্ৰন,মিশ্ৰণ
পূৰুষ,পুৰুষ
চুড়ান্ত,চূড়ান্ত
তইও,তয়ো
তাইও, তায়ো
কিনত্তু,কিন্তু
অধিস্থিত,অধিষ্ঠিত
দেখায়,দেখুৱায়
কেচা,কেঁচা
শুপ্ত,সুপ্ত
দূৰ্গম,দুৰ্গম
নীৰিক্ষণ,নিৰীক্ষণ
কুটনৈতিক,কূটনৈতিক
খোৱায়,খুৱায়
খোৱাব,খুৱাব
খোৱালে,খুৱালে
খোৱাই,খুৱাই
দূৰ্লভ,দুৰ্লভ
নগন্য,নগণ্য
পূৰোধা,পুৰোধা
সূখী,সুখী
সূখ,সুখ
দূখ,দুখ
দূখী,দুখী
স্থুল,স্থূল
মুকাভিনয়,মূকাভিনয়
মুলতঃ,মূলতঃ
বুলে,বোলে
হেনু,হেনো
খুজে,খোজে
সেউজিয়া,সেউজীয়া
শুভাকাংশী,শুভাকাংক্ষী

( সংগৃহীত)

ফকৰা-যোজনা আৰু ডাকৰ বচন

ফকৰা-যোজনা আৰু ডাকৰ বচন

১ অমাতৰ মাত, আকালৰ ভাত ।

২ অতিৰ লগত যতি মৰে,
উলুৰ লগত বগৰি পোৰে।

৩ অচিন কাঠৰ থোৰাকো নলগাবা,
অচিন লোকক থাকিবলৈ নিদিবা ।

৪ অতিপাত শলাগণী ফুচুলনিৰ চিন,
আপুনি আঁতৰি যাবা কৰি তাক ঘিণ।

৫ আছে দান দিয়া, নাই সমিধান দিয়া ।

৬ আইৰ ঘৰলৈ যাম দুহাতে খাম, বিধিয়ে বোলে মই পিছে পিছে যাম ।

৭ আজি নগদ কালি বাকী, কেতিয়াও নাহে সেই কালি ।

৮ আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা ।

৯ আপুনি নঙঠা হৈ জগতক বৰ দিয়া,
নিজে ভিক্ষা কৰি জগতক বিলোৱা ।

১০ আপোন ভালেই জগত ভাল ।

১১ আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনিহি খাই যা ভাত ।

১২ আপোন ভালেই জগত ভাল ।

১৩ আঁহ লুকাব, বাঁহ লুকাব, গালৰ সোতোৰা কত লুকাব

১৪ আজি নগদ কালি বাকী, কেতিয়াও নাহে সেই কালি ।

১৫ আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা ।

১৬ আই আছে যদি খাই যা, আই নাই যদি চাই যা ।

১৭ আই সমান হব কোন , নৈ সমান বব কোন ?

১৮ আইলৈ যিহাত বাইলৈকো সেয়ে হাত ।

১৯ আঁকালৰ ভাত , নিদানৰ মাত ।

২০ আঁকালো নাই , ভড়ালো নাই ।

২১ আগফালে মাৰো ডাং , পাচ ফালে ধোবাং বাং ।

২২ আঞ্জাত নেখায় লোণ,
পিটিকাত যায় তিনি গুণ ।

২৩ আছে কাপোৰ আছে জাৰ,
নাই কাপোৰ নাই জাৰ ।

২৪ আঁকালৰ ভাত , নিদানৰ মাত ।

২৫ ইকালত দুখ যাৰ, পৰকালত সুখ তাৰ

২৬ ইয়াত মাৰিলে টিপা , গড়গাওঁ পালেগৈ শিপা ।

২৭ এলেকৰ পেলেক, কুকুৰ চোৱাৰ ভাগিনীয়েক ।

২৮ এঘৰৰ পাট নাদ, এঘৰৰ জৰী এঘৰে পানী তোলে ঘটংমটং কৰি।

২৯ এখন তাল নেবাজে ।

৩০ এশ গৰু মাৰিলে বাঘৰো মৰণ ।

৩১ এনেয়ে বুঢ়ী নাচনী , তাতে নাতিনিয়েকৰ বিয়া ।

৩২ উদে ধৰে , কুৰুৱাই খায় ।
অমুকাৰ ডিঙিৰ কাঁইট এৰাই যায় ।।

৩৩ উলুৰ লগত বগৰী পোৰা ।

৩৪ উদক ভেঁটা ৰখীয়া পতা ।

৩৫ উদক ভেঁটা , চোৰক ঘৰ , যি ৰখীয়া পাতে সি মৰ ।

৩৬ উভলা গছ দেখি আটায়ে বাগী কুঠাৰ মাৰে ।

৩৭ উৰহে কামোৰে ৰাতি , খঙত মাৰ খায় পাটি ।

৩৮ উপকাৰীক অজগৰে খায় ।

৩৯ কথা বুলিলেই বতাহ ।

৪০ কলিয়াবৰত পৈয়েক মৰিল, ঢেঁকী দিওতে মনত পৰিল ।

৪১ কোন কপালত সাধিম, পোৰ বিয়া পাতিম ?

৪২ কথাতকথাবাঢ়ে, খৰিকাত বাঢ়ে কাণ, মাকৰঘৰতজীয়াৰীবাঢ়ে, পথাৰতবাঢ়েধান।।

৪৩ কথাতেই কটা যায়, কথাতেই বঁটা পায় ।।

৪৪ কাকনো বুলিম ককা, আটাইৰে ডাঢ়ি চুলি পকা ।

৪৫ কিনা হাঁহৰ ঠোঁটলৈকে মঙহ ।

৪৬ কুকুৰৰ নেজ দীঘল হয় , নিজে পাৰি বহিব ।

৪৭ খঙত পেট কাটি ছমাহলৈ শুকনী খোৱা ।

৪৮ খাবলৈ পালে মোৰ ডোম, খাবলৈ নেপালে চোৰ ডোম ।

৪৯ খালত পৰা হাতীক শিয়ালে নেজ দেখুৱায় ।

৫০ খাব জানিলে চাউলেই চিৰা , বহিব জানিলে মাটিয়ে পীৰা।

৫১ খাবৰ পৰত সাত ভাই , কামৰ পৰত কোনো নাই ।

৫২ খাবলৈ নাই কণটো , বৰ সবাহলৈ মনটো ।

৫৩ খাবলৈ নেপালো জহা ধানৰ ভাত , শুনিবলৈ নেপালো অমাতৰ মাত ।

৫৪ খেতি কৰিবা বাওৱে , বণিজ কৰিবা নাৱে ।

৫৫ গছ কাটিলেই মুঢ়া, দাঁত সৰিলেই বুঢ়া ।

৫৬ গৰু আনিবা ৰিংটোৰ , ছোৱালী আনিবা দিনটোৰ ।

৫৭ গৰু কিনিবা দীঘল নেজা , মৈত উঠিলে নহয় কুঁজা ।

৫৮ গৰু চাবা গধূলী , ৰোৱা চাবা পুৱা । জকাই বাওঁতে ছোৱালী চাবা , কোন কেনেকুৱা ।।

৫৯ গাঁও পালে মাগিবা , নৈ পালে হাগিবা ।

৬০ গো চিনিবা নেজে, পো চিনিবা বিবাহৰ পৰে ।

৬১ গোৰ মাৰি গঙ্গাত পেলোৱা ।

৬২ গাত নাই চাল-বাকলি ,
মদ খাই তিনি টেকেলি ।

৬৩ গেলা ঘাত চেঙ্গা তেল ঢলা ।

৬৪ ঘৰৰ কথা নকবি পৰক, ক’লে হয় লৰক-ফৰক ।

৬৫ ঘৰৰ ঘৈণী, ল’ৰাৰ মাক, তোমাক নুসুধি সুধিম কাক ?

৬৬ ঘৰত মিল নাই ইটিৰ সিটিৰ, সি কি পাতিব আনত মিতিৰ ।

৬৭ ঘনকৈ খুটিয়ালে শিঙৰাও মাছ ।

৬৮ ঘঁহি থাকিলে শিলো ক্ষয় যায় ।

৬৯ ঘোঁৰা চাই ঘোঁৰী, বিধাতাই থৈছে জুৰি ।

৭০ ঘৈণীয়ে ঘৰ, ঘৈণী নহলে ঘৰ লৰফৰ ।

৭১ চৰণেহে জানে মৰণৰ ঠাই ।

৭২ চল চাই চাপৰি বজোৱা ।

৭৩ চ’তৰ বিহুলৈ ছমাহ থাকোতেই হাত মেলি নচা ।

৭৪ চকা বহিল পাটত , গিৰিহঁতনী উঠিল খাটত ।

৭৫ চাপি আহ চুমা খাঁও , পেট ডাঙৰ ঢুকি নেপাঁও ।

৭৬ চোৰে নেৰে চোৰ পৰকতি , কুকুৰে নেৰে ছাই ।

৭৭ যাৰ যি পৰকতি আছে মৰিলেও লগতে যায় ।।

৭৮ চুকতে থাকি বুকতে কামোৰা ।

৭৯ ছয় পো ছয় নাতি , তেহে কৰিবা কুঁহিয়াৰ খেতি ।

৮০ ছাগৰ যিমান ভয় , বাঘৰো সিমান ভয়।

৮১ ছাগলীয়ে নেখায় কি, পাগলে নকয় কি ?

৮২ ছোৱালী আনিবা মাক ভাল,
মাটি কিনিবা মাজ খাল ।

৮৩ জলা জুইত ঘিউ ঢলা ।

৮৪ জনাৰ ভাত-মাছ , নজনাৰ গলগ্রহ ।

৮৫ জীৱন মৰণ গমন বাণী ,
ই চাৰি কথা ডাকেও নেজানি ।

৮৬ জীৰ নাতি জপনা কটি,
পোৰ নাতি ধৰে আঁতি ।

৮৭ জী ভালেই জোৱাই ভাল , আপোন ভালেই জগত ভাল ।

৮৮ জীক দিলো জোৱাইৰ বুকুত , পোক দিলো বোৱাৰী বুকুত ।

৮৯ টান পালে কৰে কাতৰ , ঢিলা পালে হয় আঁতৰ ।

৯০ টোপনি চিকুণ পুৱা, মাছৰ চিকুণ মোৱা, কটাৰিৰ চিকুণ গোৱা ।

৯১ টেঙা আম এবাৰহে বেচিবা ।

৯২ টেঙাৰ সোৱাদ ঔ , মাতৰ সোৱাদ বৌ ।

৯৩ ঠেক মন যাৰ ,
সমাজত ঠাই নাই তাৰ ।

৯৪ ঢিলা পালেহে ঠিলা মাৰে ।

৯৫ তেজ ধুলে উটে , মঙহ ধুলে নুটে ।

৯৬ তালুত নাই চুলি তাকে বোলে তপা ।
কথাৰ ঠিক নাই তাকে বোলে লপা ।।

৯৭ তিতা ও তিতা নেমু টেঙাৰ পাত,
তাতকৈ তিতা মাহী আই মাত ।

৯৮ দহ দেশ ফুৰে যি , দহ কথা শিকে সি ।

৯৯ দহে মিলি কৰা কাজ , হাৰা জিকা নাই লাজ ।

১০০ দহো আঙুলিয়ে খায়, বুঢ়াই হেচুকিলেহে যায় ।

১০১ দিন ভিক্ষা প্রাণ ৰক্ষা ।

১০২ দেহা থাকিলে বেহা , দেহা নহলে কিহৰ বেহা ।

১০৩ দায় নাই দেৱলীয়া , তিৰী নাই কেৱলীয়া ।

১০৪ দিন পৰিছে খালত , লাউ কোমোৰা নুঠে চালত ,

১০৫ যিবা তুলি দিলো চালত , গুটি নধৰে ডালত ।

১০৬ দেখাক দেখি কুকুৰেও কৰে একাদশী ।

১০৭ দিব থব পাৰিলে ভাই ভনী , দিব নোৱাৰিলে কেৰোকাণি ।

১০৮ ধন দিলে ধোবা , মেখেলাকো কোবা ।

১০৯ ধন লবা লেখি , ধান লবা জুখি ।

১১০ ধাৰে কাটিলেও কটা , গদিৰে কাটিলেও কটা ।

১১১ ধান কাটিবা মুঠি মুঠি , খেৰ কাটিবা তিনি মুঠি ।

১১২ ধান পকে মানে টুনিৰ মৰণ ।

১১৩ ধান পুৰীয়া কঁঠাল পাতৰ তলতে লুকায় ।

১১৪ ন চহকীৰ ধন , ধাৰে নিলেই মৰণ ।

১১৫ নকলে বোপায়ে চুৱাতে খায়, কলে আয়ে কিল খায় ।

১১৬ নকলেও নোৱাৰো ফটা মুখ, কলেও লাগে ৰাইজৰ দোষ ।

১১৭ নল মৰে গজালি উঠে ।

১১৮ নাৰীৰ ষোল কলা পুৰুষে কি পাব তলা নলা ।

১১৯ নাৰিকল ৰুবা পাতে পাতে , লাগে নেলাগে নেলাগে লাগে ।

১২০ নাকটো কাটিলে লাজ নেলাগে, নখটো কাটিলে মৰে ।।

১২১ নাই বুলিয়েও নেৰে , কুঁহিয়াৰ পেৰাদি পেৰে ।

১২২ নাখাওঁ শালি ধানৰ ভাত , বোকাতো নিদিওঁ হাত ।

১২৩ নাই পো-মুখে,নাই পো গোফে ।
নাই পো লনি , নাই পো ধনী ।।

১২৪ নাই ৰঙামাটি , নাই গুৱাহাটী ।

১২৫ নাও বুৰিলেও টিঙৰ পৰা ননমা ।

১২৬ নানা দেশ ফুৰে যি, নানা কথা শিকে সি ।

১২৭ নাহাঁহিবা মোক , সোঁচৰিব তোক ।

১২৮ নাগিনীয়ে ল’ৰা পালে, নগাই জাল খালে ।

১২৯ নিলাজৰ লাজ নাই , কেকোঁৰাৰ মূৰ নাই ।

১৩০ নিজৰ ভৰিত নিজে কুঠাৰ মৰা ।

১৩১ নেৰিবা আদি মূল , নেৰিবা জাতি কুল , নেৰিবা বোলা বচন ।

১৩২ পৰত আশ , বনত বাস ।

১৩৩ পৰৰ মূৰত খোৱা, ভটীয়া নাৱত যোৱা ।

১৩৪ পতিৰ চৰণত থাকে মতি , তেনে নাৰীক হে বোলে সতী ।

১৩৫ পাপৰ ধন পৰাচিতত যায় ।

১৩৬ পিতৃ অবিহনে সংসাৰৰ পৰে ভাৰ ,
মাতৃ অবিহনে ভোজনৰ ছাৰ খাৰ ।

১৩৭ পেহীয়ে মাহীয়ে ভৰি আছে গাঁও ,
আই নাইকিয়া , লঘোনে যাওঁ ।

১৩৮ পোলৈ বোৱাৰী চাওঁ , ঘূৰি ঘূৰি মোলৈহে পাওঁ ।

১৩৯ পৈয়েকে বুলিলে কাজী ,
ভাল লাগিছে আজি ।

১৪০ ফটা বাঁহ জোৰা নেলাগে ।

১৪১ বনৰ বাঘে নেখালেও মনৰ বাঘে খায় ।

১৪২ বৰৰ দায় পিছলি যায় , সৰুৰ দায় খুচৰি খায় ।

১৪৩ বলদ কিনা বাই, গাই কিনা খীৰাই ।

১৪৪ বগা ভাত দেখিলে কলা কাউৰীৰ অভাৱ নাই ।

১৪৫ বাঘে-ঘোঙে লগে চৰে, কাকো পালে কেৱে নেৰে ।

১৪৬ বাহিৰত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ ।

১৪৭ বাজিব লাজে টেমি-কটাৰী, বাজিছে হাঁচটি ।

১৪৮ বামুণ,গণক,কোৱা,এই তিনি পৰৰ খোৱা ।

১৪৯ বেজীৰ জলাকে মনে,কুঠাৰ জলাকো নমনে ।

১৫০ বাচি খাবা , জাগি শুবা ।

১৫১ বাটি খালে আঁটি যায়, লুকাই খালে ঢুকাই যায় ।

১৫২ বহিব জানিলে মাটিয়েই পিৰা , খাব জানিলে চাউলেই চিৰা ।

১৫৩ বাহিৰে ৰং চং ভিতৰে কোৱা-ভাতুৰী ।

১৫৪ বাছি খাবা , জাগি শুবা ।

১৫৫ বুঢ়াৰ কথা নুশুন একা , টানত পৰি কিয় কেঁকা ।

১৫৬ বেঙেনা গছত হাকুটি লগোৱা ।

১৫৭ বুঢ়া শালিকাই কি মাত লব ?

১৫৮ বুঢ়ীৰ কি বন আছে , চাউলত ধান পেলাই বাচে।

১৫৯ ভকত পৰিল খালত, কুকুৰে কামোৰে গালত

১৬০ ভাত খাই উঠি খাই তিনি শিলিখা
তাৰ নাই ৰোগ টিলিকা ।

১৬১ ভুকা কুকুৰে কামুৰিব নোৱাৰে ।

১৬২ ভিতৰে ৰং চং বাহিৰে কোৱা ভাতুৰী ।

১৬৩ ভিতৰে গৰল, বাহিৰে সৰল ।

১৬৪ ভাজনৰ ভোজন,অভাজনৰ গলগ্রহ ।

১৬৫ ভীমক মানিলে গদাকো মানিব লাগে ।

১৬৬ ভুকুতে কল নপকে ।

১৬৭ ভোকৰ সমান ব্যাধি নাই,ভাতৰ সমান ঔষধ নাই ।

১৬৮ ভোকত ভাত , পিয়াহত পানী,তাকে নেখালে বল হয় হানি ।

১৬৯ ভোজৰ আগমেলৰ পাছ ।

১৭০ মন কৰিলেই চন, বাকৰি মাটিতে ধন।

১৭১ মাছ বুলি নেখায়,জি-জি বুলি খায় ।

১৭২ মাকে শলাগে জী বাপেকে শলাগে জী ।
আনে শলাগিব যাক,সেয়ে মাকৰ জী ।।

১৭৩ মাকে নেজানে তাঁতৰ বিহা,জীয়েকৰ গাত ফুলাম ৰিহা ।

১৭৪ যমে নিলেও নিয়া, জোঁৱায়ে নিলেও নিয়া ।

১৭৫ যাৰ নাই ধান , তাৰ নাই মান।

১৭৬ যাৰ নাই ধন , তাৰ কি মন।

১৭৭ যাৰ খাবা লোণ , তাৰ গাবা গুণ ।

১৭৮ ৰজা হয় ভিক্ষাৰী, হাতে লয় টোকাৰী ।

১৭৯ ৰজা নাই পাটত, লোকে কিলায় বাটত ।

১৮০ ৰজা হলে এখন কাণ কলা, এটা চকু কণা ।

১৮১ ৰাম ভাল ৰাম ভাল, ৰাম নহয় যম কাল ।

১৮২ ৰাইজে নখ জোকাৰিলে নৈ বয় ।

১৮৩ ৰৌ-বৰালী সৰকি গ’ল, পুঠি-খলিহনা পাহে পাহে ৰ’ল ।

১৮৪ ল‘ৰাই পানী পেলায় বৰে পিছলি পৰে ।

১৮৫ লাজত নবয় ভাৰ, জোলোঙাই ভাঙে কামিহাড় ।

১৮৬ লাই পালে কুকুৰে গললৈকে জপিয়ায় ।

১৮৭ লোভেই পাপ , পাপেই মৃত্যৃ ।

১৮৮ লুইতেহে জানে বঠা কিমানলৈ বহে ।

১৮৯ শাহুৱে গৰকা বোৱাৰী বাবা,মাছে গৰকা পাচলি খাবা ।

১৯০ শাহু থাকে মানে জোৱাই, আই থাকে মানে মোমাই ।

১৯১ শুই থকা শিয়ালে হাহঁ ধৰিব নোৱাৰে ।

১৯২ সময়ৰ এক শৰ , অসময়ৰ দহ ।

১৯৩ সত্যৰ সদায় জয় ।

১৯৪ সতিনী মৰিল ভালেই হ’ল,
দুয়োখন মেখেলা মোৰেই হ’ল ।

১৯৫ সমানে সমানে কৰিবা কাজ ,হাৰিলে জিকিলে নাই লাজ ।

১৯৬ সাত পুৰুষত নাই গাই , কঁৰীয়া লৈ খীৰাবলৈ যায় ।

১৯৭ সাৱধানৰ মৰণ নাই, সজাগৰ বিপদ নাই ।

১৯৮ সোণাৰীয়ে সোণ চিনে, বৰাই চিনে কচু ।
১৯৯ কথা চহকীয়ে কথা চিনে , হাহেঁ চিনে কেচুঁ ।

২০০ হলা-গছ দেখিলে সকলোৱে বাগী কুঠাৰ মাৰে ।

২০১ হবৰ দিনত কুকুৰেও মৈ টানে ।

২০২ হাতত নাই ধন, বৰ সবাহলৈ মন ।

২০৩ হৰিণাৰ মাংসই বৈৰী ।

২০৪ হাবিৰ জুই দেখি , মনৰ জুই নেদেখি ।

২০৫ হাহঁ চোৰৰ মূৰত পাখি , কঁঠাল চোৰৰ এঠাই সাক্ষী ।

২০৬ হাল বায় ৰাতিৰে পৰা , ভাতে নাটে কাতিৰে পৰা ।

২০৭ হাতীৰ গা হাতীয়ে নেদেখে ।

২০৮ হাতীয়ে মাউতে যায় তল, শহাই সুধিছে কিমান জল ।

২০৯ হাতী চুৰ কৰি নিয়ে, বেঙেনা চোৰক ধৰে ।

২১০ হাতী ঘোঁৰাই নাপায় থাউনি, ভেৰাই সোধে কিমাননো পানী ।

২১১ হাতী শুৱনি দাঁতে, তিৰোতা শুৱনি মাতে ।

২১২ হাতীৰ খাৱনেৰে খুৱাবা, বাঘৰ চকুৰে চাবা ।

২১৩ হেজাৰ লাউ ডাঙৰ হওক, পাতৰ হে তলত ।

২১৪ হাতে নেমাৰি, ভাতে মৰা ।

২১৫ হওক নহওক ৰোৱনী, পথাৰ খন শুৱনী ।

২১৬ হলা-গছ দেখিলে আটায়ে বাগী কুঠাৰ মাৰে ।

কাক কি বুলি জানো ?(অসমীয়া সাহিত্যিকৰ তালিকা)

কাক কি বুলি জানো ?
✿✿✿✿✿✿✿✿✿✿✿
১) অগ্নিকবি : কমলাকান্ত ভট্রাচার্য
২) অতিন্দ্রিয়বাদী কবি : নলিনীবালা দেৱী
৩) অভিনয়াচার্য : ব্রজনাথ শর্মা
৪) অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰী
৫) অসম গৌৰৱ : হেম বৰুৱা
৬)।উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ
৭) কথা শিল্পী : আব্দুল মালিক
৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতিয়া ফুকন
৯) কর্মবীৰ : নবীন চন্দ্র বৰদলৈ
১০) কলাগুৰু : বিষ্ণুপ্রসাদ ৰাভা
১১) খৰিকা জাঁইৰ কবি : ভবানন্দ ৰাজখোৱা
১২) গীতিকবি : পার্ৱতিপ্রসাদ বৰুৱা
১৩) জ্ঞানমালিনীৰ কবি : মফিজুদ্দিন আহমদ হাজৰিকা
১৪) জননায়ক : দেৱেশ্বৰ শর্মা
১৫) ত্যাগবীৰ : হেমচন্দ্র বৰুৱা
১৬) দেশপ্রাণ : লক্ষ্মীধৰ শর্মা
১৭) দেশভক্ত : তৰুণৰাম ফুকন
১৮) ধ্বনি কবি : বিনন্দ চন্দ্র বৰুৱা
১৯) নটসূর্য : ফণী শর্মা
২০) নাট্য প্রভাকৰ : সত্যপ্রসাদ বৰুৱা
২১) নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা
২২) পথাৰৰ কবি : ৰাম গগৈ
২৩) প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা
২৪) প্রেম আৰু ৰ’দালিৰ কবি : হীৰেন ভট্রাটার্য
২৫) পাপৰিৰ কবি: গণেশ চন্দ্র গগৈ
২৬) ফুলনিৰ কবি : পদ্মধৰ চলিহা
২৭) বকুলবনৰ কবি : আনন্দ চন্দ্র বৰুৱা
২৮) বনকোঁৱৰ : আনন্দিৰাম দাস
২৯) বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা
৩০) বাগ্মীবৰ : নীলমণি ফুকন
৩১) বিদ্রোহী কবি : প্রসন্নলাল চৌধুৰী
৩২) বিহগী কবি : ৰঘুনাথ চৌধাৰী
৩৩) বীৰবালা : কনকলতা
৩৪) ভাঙনি কোঁৱৰ : আনন্দ চন্দ্র আগৰৱালা
৩৫) মৰমী কবি : দুর্গেশ্বৰ শর্মা
৩৬) লুইত কোঁৱৰ : ৰুদ্র বৰুৱা
৩৭) লোকনায়ক : অমিয় কুমাৰ দাস
৩৮) লোকপ্রাণ : মতিৰাম বৰা
৩৯) লোকপ্রিয় : গোপীনাথ বৰদলৈ
৪০) লোকবন্ধু : ডাঃ ভুৱনেশ্বৰ বৰুৱা
৪১) লৌহ মানৱ : বিষ্ণুৰাম মেধি
৪২) শেৱালি কবি : ৰত্নকান্ত বৰকাকতী
৪৩) শোণিত কোঁৱৰ : গজেন বৰুৱা
৪৪) সংগীতাচার্য : লক্ষ্মীৰাম বৰুৱা
৪৫) সাহিত্য ৰত্ন : চন্দ্রধৰ বৰুৱা
৪৬) সিংহপুৰুষ : ৰাধাগোৱিন্দ বৰুৱা
৪৭) সেউজ কোঁৱৰ : পৰাগধৰ চলিহা
৪৮) সৰস্বতী : নির্মলপ্রভা বৰদলৈ
৪৯) ৰসাল কবি : দণ্ডিনাথ কলিতা
৫০) ৰসৰাজ/সাহিত্যৰথী : লক্ষ্মীনাথ বেজবৰুৱা

 

(জেহিৰুল ইচলামৰ পৰা সংগ্ৰহিত)

ণ-ত্ব বিধি

ণ-ত্ব বিধি (ক):ঋ,ৰ,ষ ৰ পিছত সদায় ‘ণ’ বহে । যেনে-ভূষণ,ব্যাকৰণ,তৰুণ,ঘৃণা,মৃণাল,ঋণ,আৱৰৰণ,আকৰ্ষণ আদি
(যিহেতু ক্ষ=ক+ষ,গতিকে ‘ক্ষ’ৰ পিছত হ’লেও ‘ণ’ হ’ব ;যেনে ক্ষণ,দক্ষিণা,ক্ষুণ্ণ,তীক্ষ্ণ আদি)
ব্যতিক্ৰম: কোনো শব্দত ঋ,ৰ,ষ ৰ পিছত যদি ণ/ন-ৰ সৈতে যুক্ত বৰ্ণ থাকে ,তেন্তে সেই যুক্ত বৰ্ণৰ ন/ণ টো সদায় ‘ন’ হে হ’ব । যেনে –নৰেন্দ্ৰ,ৰন্ধ্ৰ,গ্ৰন্থ,প্ৰান্তিক আদি ।

ণ-ত্ব বিধি(খ): কোনো শব্দত থকা ঋ,ৰ,ষ-ৰ পিছত যদি ক-বৰ্গ(ক/খ/গ/ঘ/ঙ),প-বৰ্গ(প/ফ/ব/ভ/ম) অথবা য/‌ৱ/য়/হ-এই বৰ্ণকেইটাৰ এটা নতুবা ততোধিক বৰ্ণ থাকে ,তেতিয়া শব্দটোত ‘ন’ৰ সলনি ‘ণ’হে হ’ব ।
উদাহৰণ:ৰঙীণ,অৰ্পণ,ৰমণী,আৰোহণ,নিৰূপণ(ৰ-ৰ পিছত প থকা সত্ত্বেও),উত্তৰায়ণ,অপৰাহ্ণ(ইয়াত হ+ন=হ্ন নহ’ব),ৰামায়ণ,গৃহিণী,ব্ৰাহ্মণ(ৰ-ৰ পিছত একাধিক বৰ্ণ হো‌ৱা সত্ত্বেও),আক্ৰমণ,পৰি‌ৱহণ,ভ্ৰাম্যমাণ,শ্ৰা‌ৱণ আদি ।
বি.দ্ৰ.: ওপৰৰ সূত্ৰত কো‌ৱা বৰ্ণকেইটাৰ বাহিৰে ঋ,ৰ,ষ-পিছত অন্য বৰ্ণ থাকিলে ‘ন’হে হ’ব ।যেনে-অৰ্জুন,প্ৰাৰ্থনা,কৰ্তন,ৰসনা,মূৰ্ধন্য,দৰ্শনাৰ্থী,মৰ্দন আদি ।

ণ-ত্ব বিধি(গ): ন-ৰে আৰম্ভ হো‌ৱা কোনো শব্দৰ আগত দু: (দুৰ্) উপসৰ্গ বা ৰ-যুক্ত আন কোনো শব্দ লাগিলে ন কিন্তু অপৰি‌ৱৰ্তিত হৈ থাকে ।যেনে- দুৰ্নাম,সৰ্বনাশ,অহৰ্নিশ,সৰ্বনাম,দুৰ্নীতি আদি।

কিন্তু প্ৰ,পৰা,পৰি,নিৰ্ উপসৰ্গ লগ লাগিলে ণ-ত্ব বিধি প্ৰযোজ্য হ’ব ,অৰ্থাৎ ‘ণ’হে হ’ব ।যেনে-প্ৰণাম,পৰিণতি,নিৰ্ণেয়,পৰিণাম,প্ৰণতি আদি ।

 

 

জতু‌ৱা ঠাঁচৰ পৰিচিতি

জতু‌ৱা ঠাঁচৰ পৰিচিতি

জতুৱা ঠাঁচ অসমীয়া ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হলে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ ইংৰাজী ভাষাৰ সমাৰ্থক শব্দ হৈছে Idiom

কেইটামান জতুৱা ঠাঁচ

তলত জনপ্ৰিয় জতুৱা ঠাঁচৰ সংগ্ৰহ এটা দিয়া হৈছে।

  • অৱস্থা চাই ব্যৱস্থা
  • অকঁৰা মৈত উঠা : মিচাতে কোনো কামত ধৰি এৰিব নোখোজা ।
  • অলপ ধতুৱা : সাহ নথকা, ভয়াতুৰ ।
  • আঁঠু কাঢ় : আঁঠুৰে বুল
  • আঁঠু ল : মাটিত আঠু লগাই সেৱা কৰ
  • অাভুৱা ভৰা : মিচা কথা কৈ দায় সৰা ।
  • আকাশত চাং পতা : অস্বাভাৱিক কল্পনা কৰা ।
  • আলাশৰ লাড়ু : অতি মৰমৰ ।
  • এপাচি শাকত এটা জলকীয়া : বেচি প্ৰয়োজনত কম যোগান ।
  • ওপৰ চকুৱা
  • কপাল ফুটা : দু্ৰ্ভগীয়া ।
  • কপাল ফুলা : সৌভাগ্যই লগ দিয়া ।
  • কপাল ধো : আশা এৰ
  • কপালৰ ঘাম মাটিত পেলা : কঠোৰ পৰিশ্ৰম কৰ
  • কঁকাল পৰ : বুঢ়া হ
  • কাণ কটা: নিলাজ
  • কাণ দি : মনোযোগ দি
  • কাণ চুই থ : আগলৈ মনত ৰাখ
  • কাণ চোৱাই থ : মনত ৰাখিবলৈ কোনো কথা জনাই থ
  • কাণত ধৰি ক : শপত খাই ক
  • কাণ সমনীয়া : ডেকা
  • কাণ বাগৰা : লোকৰ মুখে শুনা
  • কুকুৰে মৈ টনা
  • খুজি কিল খোৱা : অপ্ৰয়োজনীয় কথাত লাগি অপমানিত হোৱা ।
  • গাত সৰিয়হ ফুটা
  • গা এৰা দিয়া : সম্পৰ্ক এৰা
  • গাই বাই চোৱা : চেষ্টা কৰি চোৱা
  • গা ধৰা : শকত হোৱা
  • ঘৰ গোনা : নিজ ঘৰ এৰি আঁতৰলৈ কোনো কামতে যাব নোখোজা ।
  • ঘৰিয়ালৰ চকুপানী : মিচাতে চকুপানী টুকি দুখৰ অভিনয় কৰা ।
  • চকু চৰহা : আনৰ ভাল দেখিব নোৱাৰা
  • চকুত লগা : ধুনীয়া হোৱা
  • চকুৰ পচাৰতে : নিমিষতে,তৎক্ষণাৎ
  • চকুৰ কুটা দাতৰ শাল : ঘোৰ শত্ৰু ।
  • চুক ভেকুলী
  • চুঙা চাই সোপা
  • চালে-বেৰে কোবোৱা : সামঞ্জস্যহীন
  • ডলাৰ বগৰী :
  • তলে পুতল
  • দাঁতে ওঁঠে নলগা : সমূলি কাজিয়া নলগা
  • দেশ চাইহে ভেশ
  • ধোদৰ পছলা : এলেহুৱা
  • ধোঁৱাচাঙত তোল
  • নপতা ফুকন : নিজে নিজকে ডাঙৰ বুলি ভৱা মানুহ ।
  • নদন-বদন : উভৈনদী ।
  • নাদৰ/কুৱাৰ ভেকুলী
  • পৰ্বতত কাছ কণী বিচৰা
  • পাবত গজা : মূল নোহোৱা
  • পানীৰ তলৰ কাঁইট : নেদেখা শত্ৰু ।
  • পানীত হাঁহ নচৰা হোৱা : আলাই-আথানি হোৱা, বৰ বিপদ হোৱা
  • পানী মিঠৈ
  • পাভ লুটি মৰা
  • পেট চলা : বেছিকৈ শৌচ কৰা
  • পেট মচা : নুমলীয়া
  • পেটতে হাত ভৰি লুকা : বৰ ভয় কৰা
  • পেটে ভাতে খা : জমা নকৰাকৈ কোনো মতে খাই থকা
  • পানীত পৰা : অথলে যোৱা
  • বাট চা : অপেক্ষা কৰা
  • বিনা মেঘে বজ্ৰপাত : আগজাননী নোপোৱাকৈ অহা বিপদ ।
  • বুৰেপিত শেলুক
  • ভাত মোকলা : জীৱিকাৰ উপায় উলিয়াই লোৱা
  • ভাত ঘৰ : বন্ধু/অতি আপোন মানুহৰ ঘৰ
  • মন কৰ : ইচ্ছা কৰ,মনোযোগ দে
  • মাটিৰ মানুহ : অতি সহজ-সৰল মানুহ
  • মূৰ খা : মৃত্যুৰ কাৰণ হ
  • মূৰ ঘমা : বৰকৈ চিন্তা কৰা
  • মূৰ পাতি লোৱা : দায়িত্ব লোৱা
  • মূৰ পোলোকা মাৰ/দে : গা এৰা দে
  • মূৰে ভৰি কঢ়া : অতপালি কৰা, বিপৰীতে কাম কৰা
  • মূৰে কপালে হাত দিয়া : বিমোৰত পৰা, বৰ দুখ পোৱা
  • হাত উজান দিয়া : কামত সহায় কৰা
  • হাত লৰ : চোৰ স্বভাৱৰ
  • হাত দীঘল : ক্ষমতাশালী
  • হাত সাৱটি থকা : কাম নকৰাকৈ থকা
  • হাতে-ভৰিয়ে ধৰা : কাবৌ কৰা
  • হাতৰ মুঠিত ৰাখা : অধীনত ৰাখা
  • হাত টান : কৃপণ
  • শেনৰ এজাত
  • শেন চকুৱা
  • শূণ্যত গদা ঘূৰোৱা
  • সাত ঘাটৰ চেঙেলী : অতি টেঙৰ ।
  • সাত ঘাটৰ সৈয়াকণী
  • সাহেই সিদ্ধি

(-অসমীয়া ‌ৱিকিপেডিয়াৰ পৰা উদ্ধৃত)


 

অসমীয়া প্ৰ‌ৱচন-১

অসমীয়া প্ৰ‌ৱচন-১

১) “অ’ বুলিব নো‌ৱাৰে , ৰত্না‌ৱলী পঢ়ে”

অৰ্থ:- কামৰ আ ভু নো‌পো‌ৱাকৈ কাম কৰা । ৰত্না‌ৱলী এখন ধৰ্মীয় পুথি। মূল পুথিখন সংস্কৃতত লিখা । মহাপুৰুষ মাধ‌ৱদে‌ৱে অসমীয়ালৈ তৰ্জমা কৰিছে । ধৰ্মীয় পুথিবোৰ দৰাচলতে টান পুথি । ভালকৈ ভাষা জ্ঞান আৰু অৰ্থবোধ নহ’লে ৰত্না‌ৱলী পঢ়ি বুজিব নো‌ৱাৰি । ‘অ’ আখৰ অৰ্থাৎ বৰ্ণমালা চিনি নোপো‌ৱা লোকে ৰত্না‌ৱলী পঢ়িবই নো‌ৱাৰে । সেইদৰে কোনো কামৰ আ ভু নোপো‌ৱা লোকে সেই কাম কৰিব নো‌ৱাৰে বা কৰিবলৈ আগবঢ়া উচিত নহয় ।

২)” অঁকৰাই মৈত উঠা”

অৰ্থ:- অঁকৰা মানুহে কামত ধৰিলে এৰিব নোখোজা হয় । মৈত উঠি মাটি মৈও‌ৱা কাম তেনেই সহজ নহয় । মৈত উঠিব নাজানিলে বিপদ ঘটাৰ ভয় থাকে । অঁকৰাই কিবা প্ৰকাৰে মৈত উঠি মজা পালে নামিব নোখোজে । তেনে লোকৰ মৈ খালে বামে গৈ বিপদ ঘটায় । অনভিজ্ঞ লোকে কেনেবাকৈ কিবা কৰিব পৰা যেন পালেও তাৰ পৰিমিত ব্য‌ৱহাৰ নজনা বাবে অতিমাত্ৰা কৰিবলৈ যায় । তাৰ বাবে বিপদত পৰে ।

 

৩) “অকলশৰীয়া পহু বাঁহ তলত ঘৰ

টোকা পৰু‌ৱাই কামুৰিলে ধৰফৰাই মৰ্ ।”

ৰ্অথ- অকলশৰীয়া প্ৰাণী মাত্ৰৰে সুখ নাই । মানুহ সমাজপ্ৰিয় । সমাজত থাকি নানা কথা শিকে । আনৰ সহায় সহানুভুতিৰয়ে মানুহক জী‌ৱন নিৰ্বাহত আনন্দ দিয়ে । ভাই-বন্ধু , মিতিৰ-কুটুম, ঘৰ-দু‌ৱাৰ মাটি -বৃত্তি সকলো সুখৰ কাৰণ । বিপদত আত্মীয় কুটুম্বই সহায় কৰি উদ্ঠাৰ কৰে । অকলশৰীয়া মানুহৰ ভাই-বন্ধু, ঘৰ-দু‌ৱাৰ একো নাথাকে ।বিপদৰ সময়ত তেওঁলোকক চাওঁতা নাই । আনকি বাঁহ গছত থকা টোকা পৰু‌ৱাই কামুৰিলে পৰু‌ৱা খেদাবলৈও কাৰো সহায় নাপাই ধৰফৰাই থাকিবলগীয়া হয় ।

৪)” অঁকৰাৰ ধন মকৰাই খায়

পাপৰ ধন পৰাচিতত যায় ।”

অৰ্থ- ধন উপাৰ্জন কৰিলেই নহয় ; তাক খৰছ কৰিবলৈও জানিব লাগে । অঁকৰা মানুহৰ ধন হ’লে নিজে খাবলৈ নাপায় লোকে ঠগাই খায় । নিজে খৰছ কৰিলেও অবাবত খৰছ কৰে । চুৰি -ডকাইতি কৰি লাভ কৰা ধনো মানুহে সুখ শান্তিৰে ভোগ কৰিবলৈ নাপায় । চুৰি-ডকাইতি কৰি মাৰ-খো‌ৱা, ফাটেক খো‌ৱা, জৰিমনা ভৰা আছেই; সাক্ষীক দিওঁতে , উকীলক দিওঁতে ধন শেষ হৈ যায় । অঁকৰাই ধন উপাৰ্জন কৰিও খৰছ কৰিব নজনাৰ দোষত খাবলৈ নাপায় । লোকক ঠগাই , চুৰি-ডকাইতি কৰি, অসৎ উপায়েৰে অৰ্জন কৰা ধনো অথলে যায়।

৫) “অকৰ্মাই নিন্দে ভূমি।

বেশ্যাই নিন্দে স্বামী ।।

চোৰে নিন্দাই চন্দ্ৰমা ।

শাস্ত্ৰই নিন্দে অধমা ।।”

অৰ্থ-  অকৰ্মাই খেতিৰ কাম কৰিবলৈ টান পায় কাৰণে পথাৰৰ দোষ ত্ৰুটি উলিয়াই খেতি নকৰে । বেশ্যা তিৰীয়ে এক পতিত সন্তুষ্ট নহয় বাবে স্বামীক নিন্দা কৰি পৰ পতিৰ প্ৰতি আকৃষ্ট হয় । চোৰৰ বাবে পোহৰ অসুবিধাৰ কাৰণ । সেয়ে চোৰে চন্দ্ৰৰ জ্যোতি বেয়া পায় । শাস্ত্ৰ সমূহত ভাল কথা লিখা থাকে । ভাল কথা জানিবলৈ নিবিচৰা লোকক অধম বুলি কো‌ৱা হয়। তেনে লোকক শাস্ত্ৰই নিন্দা কৰে , ভাল কথা শিকিবলৈ আগ্ৰহীজনকহে পছন্দ কৰে ।

(আৰু বহুতো আছে । )


 

খণ্ডবাক্য-১

খণ্ডবাক্য-১

Khanda_Bakya

ই হৈছে বাক্য অংশ ৰূপে থকা কিন্তু সমাপিকা ক্ৰিয়া নথকা শব্দৰ এক গোট৷ গাইগুটীয়া শব্দতকৈ ডাঙৰ কিন্তু বাক্যতকৈ সৰু৷ এটা বাক্যত দুই বা তাতোধিক বাক্যাংশ থাকিব পাৰে ৷ তলত কিছু খণ্ডবাক্য আৰু সিঁহতৰ অৰ্থ দিয়া হ’ল ।

১) অঁকৰা গাহৰি – বনৰীয়া গাহৰও অঁকৰা অৰ্থাৎ সি যিফালে যাব খোজে, সেইফালেই গুমগুমাই যায়, একো বাধা-বিঘিনিলৈ কাণসাৰ নকৰে । এতেক,- আঁকোৰগোজা মানুহ (নিন্দা প্ৰয়োগ হৈছে), an obstinate fellow.

২) অঁকৰা মৈত উঠা —  চহো‌ৱা মাটি মৈৰে সমান কৰা হয় । মৈৰ ওপৰত এজন মানুহ উঠে আৰু গৰু‌ৱে তাক টানি লৈ যায় । অঁকৰা মানুহে মৈত উঠিবলৈ পালে তাৰপৰা নামিব নোখোজে । এতেকে,- কোনো কাৰ্যত হাত দিলে তাক এৰিব নোখোজা, কোনো কাৰ্য আঁকোৰগোজালিকৈ কৰিবলৈ ধৰা । to persist in doing a thing obstinately.

৩) অকলশৰীয়া পহু – পহু লগেৰে চৰে । এতেকে,- লগৰীয়া নোহো‌ৱা মানুহ । A lonely helpless person.

৪) অকলৈ শকত – সকাম-নিকামত দহ-চাৰি ভকত লাগে। এতেকে,- পৰৰ সাহাৰ্য নোহো‌ৱাকৈ আপোনা-আপুনি সক্ষম, selfsufficient.

৫) অকাল-কুষ্মাণ্ড – অকালত প্ৰস‌ৱ হো‌ৱা কুষ্মাণ্ডৰ দৰে লোপথোপ ভ্ৰূণ, অমংগলীয়া মানুহ, an abominable person.

৬) অগৰু‌ৱা– গুৰুত শৰণ নোলো‌ৱা অশৰণীয়া, অনাচাৰী , uninitiated, impure.

৭) অচলা-ভক্তি – লৰচৰ নোহো‌ৱা ভক্তি, স্থিৰ ভক্তি , unshakeable faith, deep piety.

৮) অচলা লক্ষ্মী—লক্ষ্মী= ঐশ্বৰ্য্য-বিভূতিৰ অধিষ্ঠাত্ৰী দে‌ৱী । অচলা= স্থানান্তৰ নোহো‌ৱা । এতেকে, – চিৰস্থায়ী ঐশ্বৰ্য্য বিভূতি, Abiding fortune.

৯) অচিন কাঠৰ থোৰাকো (থোৰা) নলগো‌ৱা – যি কাঠ চিনি পো‌ৱা নাযায়, তাৰ থোৰাকো ঢেঁকীত লগাব নালাগে । এতেকে,- যাৰ আঁতি-গুৰি চিনি পো‌ৱা নাযায়, তেনে মানুহেৰে সৈতে সামান্য কাৰ্যতো সম্পৰ্ক নৰখা, to keep absolutely no concern in any matter, however trivial it may be , with one whose antecedents are not known.

১০) অজগৰ সাপ—লৰিব-চৰিব নো‌ৱাৰা গা‌ৱাল মানুহ, উঠিব-লৰিবলৈ মন নোযো‌ৱা ধোদ মানুহ , a corpulent person, a sluggard.

 

 

(বেণুধৰ ৰাজখো‌ৱাদে‌ৱৰদ্বাৰা সংকলিত আৰু মহেশ্বৰ নেওগৰদ্বাৰা সম্পাদিত “অসমীয়া খণ্ডবাক্য-কোষ” গ্ৰন্থৰপৰা সংগৃহীত )