দবা খেল শিকোঁ আহা

দবা খেল শিকোঁ আহা

তলৰ ভিডিঅ’টো চাই যিকোনো লোকে দবা খেল (Chess ) খেলিবলৈ শিকিব পাৰিব ।  ভিডিঅ’টো চাবৰ বাবে তলৰ ৰঙা ৰঙৰ বুটামটোত টিপক । ভিডিঅ’টো নিজৰ কম্পিউটাৰলৈ ডাউনলোড কৰিবৰ বাবে YTD Downloader বা UmmyVideoDownloader নামৰ চফ্ট‌ৱেৰটো নিজৰ কম্পিউটাৰত ইন্ষটল কৰি লওঁক ।

শিশু নিৰ্যাতনৰ বিষয়ে এখনি চলচ্চিত্ৰ – “আশা”

শিশু চলচ্চিত্ৰ

(টোকা : এই ভিডিঅ’টো চাবৰ বাবে বহুত বেছি ইন্টাৰনেট সে‌ৱাৰ প্ৰয়োজন হ’ব । গতিকে আপুনি যদি মোবাইলৰপৰা বা অন্য কোনো দুৰ্বল ইন্টাৰনেট সে‌ৱাৰপৰা এই ‌ৱেবচাইটটো খুলিছে, তেন্তে এতিয়া আপুনি ভিডিঅ’টো নোচো‌ৱাই ভাল হ’ব । ‌অ‌ৱশ্যে, ৱাই-ফাই বা ভাল ব্ৰোডবেণ্ড সে‌ৱাৰ ইন্টাৰনেটৰ পৰা বিনাদ্বিধাৰে চাব পাৰিব ।)

“লটকণ”- শিশু কাৰ্টুন চলচ্চিত্ৰ

“লটকণ”- শিশু কাৰ্টুন চলচ্চিত্ৰ

অসমীয়া চুটি কাৰ্টুন ছ‌ৱি

(টোকা : এই ভিডিঅ’টো চাবৰ বাবে বহুত বেছি ইন্টাৰনেট সে‌ৱাৰ প্ৰয়োজন হ’ব । গতিকে আপুনি যদি মোবাইলৰপৰা বা অন্য কোনো দুৰ্বল ইন্টাৰনেট সে‌ৱাৰপৰা এই ‌ৱেবচাইটটো খুলিছে, তেন্তে এতিয়া আপুনি ভিডিঅ’টো নোচো‌ৱাই ভাল হ’ব । ‌অ‌ৱশ্যে, ৱাই-ফাই বা ভাল ব্ৰোডবেণ্ড সে‌ৱাৰ ইন্টাৰনেটৰ পৰা বিনাদ্বিধাৰে চাব পাৰিব ।)

“টীপু” – অসমীয়া চুটি কাৰ্টুন ছ‌ৱি

“টীপু” – অসমীয়া চুটি কাৰ্টুন ছ‌ৱি

অসমীয়া চুটি কাৰ্টুন ছ‌ৱি — “টীপু”

(টোকা : এই ভিডিঅ’টো চাবৰ বাবে বহুত বেছি ইন্টাৰনেট সে‌ৱাৰ প্ৰয়োজন হ’ব । গতিকে আপুনি যদি মোবাইলৰপৰা বা অন্য কোনো দুৰ্বল ইন্টাৰনেট সে‌ৱাৰপৰা এই ‌ৱেবচাইটটো খুলিছে, তেন্তে এতিয়া আপুনি ভিডিঅ’টো নোচো‌ৱাই ভাল হ’ব । ‌অ‌ৱশ্যে, ৱাই-ফাই বা ভাল ব্ৰোডবেণ্ড সে‌ৱাৰ ইন্টাৰনেটৰ পৰা বিনাদ্বিধাৰে চাব পাৰিব ।)

“কোমল”- শিশু চলচ্চিত্ৰ

“কোমল”- শিশু চলচ্চিত্ৰ

অসমীয়া চুটি চলচ্চিত্ৰ : (শিশু-নিৰ্যাতনৰ বিষয়ে)

(টোকা : এই ভিডিঅ’টো চাবৰ বাবে বহুত বেছি ইন্টাৰনেট সে‌ৱাৰ প্ৰয়োজন হ’ব । গতিকে আপুনি যদি মোবাইলৰপৰা বা অন্য কোনো দুৰ্বল ইন্টাৰনেট সে‌ৱাৰপৰা এই ‌ৱেবচাইটটো খুলিছে, তেন্তে এতিয়া আপুনি ভিডিঅ’টো নোচো‌ৱাই ভাল হ’ব । ‌অ‌ৱশ্যে, ৱাই-ফাই বা ভাল ব্ৰোডবেণ্ড সে‌ৱাৰ ইন্টাৰনেটৰ পৰা বিনাদ্বিধাৰে চাব পাৰিব ।)

“এবেগেতীয়া” – কাৰ্টুন চলচ্চিত্ৰ

king's court

শিশু চলচ্চিত্ৰ – ‘তৰা’ (জাহ্নু বৰু‌ৱাৰ দ্বাৰা পৰিচালিত )

অনুগ্ৰহ কৰি মন কৰিব – তলৰ ভিডিঅ’টো চাবৰ বাবে বহুত বেছি ইন্টাৰনেট সে‌ৱাৰ প্ৰয়োজন হ’ব । মোবাইল বা ডংগলৰ পৰা যদি আপুনি ইন্টাৰনেট সে‌ৱা লৈ আছে, তেন্তে এই চিনেমাখন এতিয়া নোচো‌ৱাই ভাল হ’ব (কাৰণ, বহুত ‘ডাটা’ৰ বাবদ যথেষ্ট টকা খৰছ হ’ব)। চিনেমাখন চাবৰ বাবে ‌ৱাই-ফাই বা ভাল ব্ৰোডবেণ্ড সে‌ৱাৰ ইন্টাৰনেট ব্য‌ৱহাৰ কৰক ।

অভিনয়ত:
মৃগাক্ষী, অনুপ হাজৰিকা, ইন্দ্ৰানী চেতীয়া, অবোটোছ ভূঞাঁ

নাট্যকাৰ- জাহ্নু বৰু‌ৱা
পৰিচালক- জাহ্নু বৰু‌ৱা
প্ৰকাশৰ চন- ২০০৪
(২০০৩ বৰ্ষৰ শ্ৰেষ্ঠ শিশু-চলচ্চিত্ৰৰ পুৰস্কাৰ প্ৰাপ্ত)