10আগষ্ট By মইনা-মেলৰ প্ৰশাসক আজিৰ পৰা বিশ বছৰৰ পাছত, জীৱনত তুমি যিবোৰ কৰিলা, সেইখিনিতকৈ যিবোৰ নকৰিলা তাকলৈহে বহুত বেছি হতাশ হ’বা ।গতিকে তোমাৰ পৰিধিৰ সীমনা ভাঙি পেলোৱা । মন-ডিঙাৰ পাল মেলি দিয়া । অন্বেষণ কৰা, সপোন দেখা আৰু আৱিষ্কাৰ কৰা.. –এইচ.জেকচন ব্ৰাউন