শুনিব পৰা পুৰণি অসমীয়া গীত (mp3)

শুনিব পৰা পুৰণি অসমীয়া গীত (mp3)

নিজৰ কম্পিউটাৰ বা মোবাইললৈ গানটো ডাউনলোড কৰিবৰ বাবে তলত দিয়া গানটোৰ নামত ক্লিক কৰক । তেতিয়া এটা অন্য পৃষ্ঠা খোল খাব । সেই পৃষ্ঠাটোত গৈ সোঁহাতে ওপৰত থকা “Download” বুটামটোত টিপিব লাগিব ।

১) আজি বন্দো কি ছন্দেৰে

২) জাগ ডেকা তেজ (অম্বিকাগিৰি ৰায়চৌধুৰী)

৩) বাহঁৰ মুঢ়া (খগেন মহন্ত)

৪) জিৰ জিৰ জিৰ (ড০ অনিমা চৌধুৰী )

৫) লুইতৰ আকাশত তৰাৰ তৰাৱলী (ড০ অনিমা চৌধুৰী)

৬) বৰ ঘৰৰ মেকুৰি (খগেন মহন্ত)

৭) এই মোৰ শেষ গান (বিষ্ণুৰাভা সংগীত- খগেন মহন্ত)

৮) পৰজনমৰ শুভ লগনত (বিষ্ণুৰাভা সংগীত- খগেন মহন্ত)

৯) কৈ যো‌ৱা ডাকো‌ৱাল (খগেন মহন্ত)

১০) মোৰ ৰাগ (জ্যোতি সংগীত) ইয়াত ক্লিক কৰিলে যিটো পৃষ্ঠা খোল খাব , তাৰ প্ৰথম ঘৰটোত এই ব্ৰেকেটৰ ভিতৰৰ কথাখিনি (https://www.youtube.com/watch?v=2m7vC0SWXsw) কপি কৰি নি পেষ্ট কৰি দিয়ক আৰু সোঁহাঁতে থকা কমলা ৰঙৰ বুটামটোত টিপক । ইয়াৰ পাছত এবাৰ সেউজীয়া বুটামত টিপিব লাগিব ।

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

6 টা মন্তব্য আছে এই বিষয়ত- “শুনিব পৰা পুৰণি অসমীয়া গীত (mp3)

    1. আপোনাক ধন্যবাদ ! অনুগ্ৰহ কৰি আমাৰ এই প্ৰকল্পৰ প্ৰতি সহযোগিতা আগবঢ়াওক ..আপুনিও আমালৈ লেখা , ছ‌ৱি বা যিকোনো সমল পতাব পাৰে ।

  1. “এই পৃথিৱীৰ বাট বোলোঁতে কালৈ কোনে চাই” গীতটো পাৰিলে দিব।‌

  2. মইনা মেল
    হেৰাই যাব ধৰা গীত কেইটা আপোনাৰ জৰীয়তে লৱ পাৰি আপোনাক ধন্যবাদ জনালোঁ ।

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।