নিজৰ কম্পিউটাৰ বা মোবাইললৈ গানটো ডাউনলোড কৰিবৰ বাবে তলত দিয়া গানটোৰ নামত ক্লিক কৰক । তেতিয়া এটা অন্য পৃষ্ঠা খোল খাব । সেই পৃষ্ঠাটোত গৈ সোঁহাতে ওপৰত থকা “Download” বুটামটোত টিপিব লাগিব ।
২) জাগ ডেকা তেজ (অম্বিকাগিৰি ৰায়চৌধুৰী)
৪) জিৰ জিৰ জিৰ (ড০ অনিমা চৌধুৰী )
৫) লুইতৰ আকাশত তৰাৰ তৰাৱলী (ড০ অনিমা চৌধুৰী)
৭) এই মোৰ শেষ গান (বিষ্ণুৰাভা সংগীত- খগেন মহন্ত)
৮) পৰজনমৰ শুভ লগনত (বিষ্ণুৰাভা সংগীত- খগেন মহন্ত)
৯) কৈ যোৱা ডাকোৱাল (খগেন মহন্ত)
১০) মোৰ ৰাগ (জ্যোতি সংগীত) ইয়াত ক্লিক কৰিলে যিটো পৃষ্ঠা খোল খাব , তাৰ প্ৰথম ঘৰটোত এই ব্ৰেকেটৰ ভিতৰৰ কথাখিনি (https://www.youtube.com/watch?v=2m7vC0SWXsw) কপি কৰি নি পেষ্ট কৰি দিয়ক আৰু সোঁহাঁতে থকা কমলা ৰঙৰ বুটামটোত টিপক । ইয়াৰ পাছত এবাৰ সেউজীয়া বুটামত টিপিব লাগিব ।
ভাল বহু ভালা লাগিছে
বৰ সুন্দৰ পদক্ষেপ অৰুণ দা…
আপোনাক ধন্যবাদ ! অনুগ্ৰহ কৰি আমাৰ এই প্ৰকল্পৰ প্ৰতি সহযোগিতা আগবঢ়াওক ..আপুনিও আমালৈ লেখা , ছৱি বা যিকোনো সমল পতাব পাৰে ।
“এই পৃথিৱীৰ বাট বোলোঁতে কালৈ কোনে চাই” গীতটো পাৰিলে দিব।
গীতটো বৰ্তমান আমাৰ ওচৰত নাই। আপুনি সংগ্ৰহ কৰিব পাৰিলে আমাক মেইলযোগে বা ফেচবুক যোগে দিব চোন। আমি প্ৰকাশ কৰিম ।
মইনা মেল
হেৰাই যাব ধৰা গীত কেইটা আপোনাৰ জৰীয়তে লৱ পাৰি আপোনাক ধন্যবাদ জনালোঁ ।
তুমি যদি বনলতা মই তাৰে পাত গীতটিৰ প্ৰয়োজন হৈছিল
ভাল লাগিল। হেৰাই যাৱ ধৰা গীত কাইটা পাই