বেয়া স্পৰ্শ ভাল স্পৰ্শৰ বিষয়ে জানিবলগীয়া কথা

বেয়া স্পৰ্শ ভাল স্পৰ্শৰ বিষয়ে জানিবলগীয়া কথা

তুমিয়েই তোমাৰ শৰীৰ বা গাটোৰ অধিকাৰী । কোনো কাৰণতে তুমি তোমাৰ শৰীৰটোক আঘাট কৰিবলৈ বা কষ্ট দিবলৈ কাকো অনুমতি নিদিবা । যেতিয়া কোনোবাই তোমাৰ শৰীৰটোক কষ্ট দিয়ে বা তুমি ভাল নোপো‌ৱা কোনো অংশত স্পৰ্শ কৰে , যিটো‌ৱে তোমাক অসুৰক্ষিত অনুভ‌ৱ কৰায় , তেন্তে তুমি চিঞঁৰিবলৈ আৰম্ভ কৰা আৰু “নাই, ন’হব ” বুলি ক’বলৈ শিকাটো শিকাটো অত্যন্ত আ‌ৱশ্যক । তুমি এই কথাটো তোমাৰ কোনো বিশ্বাসী ডাঙৰ মানুহক জনো‌ৱা। যদি তেওঁ এই ক্ষেত্ৰত তোমাক কোনো ধৰণৰ সহায় কৰিব নো‌ৱাৰে, তেন্তে অন্য এজনক কো‌ৱা । তুমি বিচৰা সহায় নোপো‌ৱালৈকে তুমি এই বিষয়ে অন্য ডাঙৰ মানুহক কো‌ৱাটো অব্যহত ৰাখিবা । তুমি এই বিষয়ে জনাব পৰা লোকসকল হৈছে – তোমাৰ মা-দেউতা, শিক্ষা গুৰু সকল বা ককা-আইতা আদি ।  —– যুগুতালে  পৰিণীতা হাজৰিকাই ( তেখেত মৰিগাওঁ জিলাৰ জিলা শিশু সুৰক্ষা বিষয়া হিচাপে কৰ্মৰত)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
11Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।