গ্ৰন্থ অধ্যয়ন

গ্ৰন্থ অধ্যয়ন

গ্ৰন্থ অধ্যয়ণ
📖📖📖📖📖
“গ্ৰন্থ অধ্যয়নে যি আনন্দ দিয়ে, জ্ঞান দিয়ে সেই আনন্দ, সেই জ্ঞান তথা সেই বন্ধুত্ব আনে দিব নোৱাৰে। জীৱনৰ নিসঙ্গতা দূৰ কৰে গ্ৰন্থই। তোমাৰ নিজৰ বাচনি মতে বিখ্যাত লেখক সকলৰ গ্ৰন্থৰ মাজত মনটো সুমোৱাই দিলে সেই গ্ৰন্থই তোমাক নিঃসঙ্গতা দূৰ কৰিব আৰু বন্ধুত্বও দিব। আমি যেতিয়া ডাঙৰ ডাঙৰ গ্ৰন্থৰ মাজত মনতো সুমোৱাই দিও তেতিয়া মনে বিচৰণ কৰে সেই লেখক সকলৰ ভাৱৰাজিৰ মাজত। বিখ্যাত লেখক সকলৰ ভা‌ৱৰাজিয়ে আমাৰ মন-মন্দিৰত জ্ঞানৰ চাকিটি জ্বলাই তোলাৰ লগতে মনত এক স্বৰ্গীয় আনন্দ দিয়ে।”


(ওপৰোক্ত উক্তিখিনি তলৰ ব্য‌ক্তিজনৰ টোকাবহীৰ পৰা তুলি অনা হৈছে । মূল লেখকৰ নাম অজ্ঞাত । আশাকৰোঁ কথাখিনিত কাৰো দ্বিমত নাই আৰু ইয়াৰদ্বাৰা আমাৰ কিশোৰ-কিশোৰী, মইনা-মাইনীহঁত উপকৃত হ’ব । –সম্পাদক )

প্ৰণৱ নাথ।
বকতা নেমুগুৰি নাথ গাও।
পো:অ:-নেমুগুৰি।
জিলা-শিৱসাগৰ।৭৮৫৬৭৪

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য আছে এই বিষয়ত- “গ্ৰন্থ অধ্যয়ন

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।