21জুলাইজুলাই 21, 2018 By মইনা-মেলৰ প্ৰশাসক বিজ্ঞানৰ যাদু ! তলৰ ভিডিঅ’টো চাই বিজ্ঞানৰ যাদু শিকিব পাৰিবা । আৰু এনে ভিডিঅ’ আৰু লেখা অতি শীঘ্ৰে এই পৃষ্ঠাত পঢ়িবলৈ পাবা । তোমালোকেও এনে ধৰণৰ বিজ্ঞানৰ কথা আমাৰ ইয়াত প্ৰকাশ কৰিবৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰা । নিজেও শিকা , আনকো শিকোৱা ।