গুৰু আৰু শিষ্য । | প্ৰথম খণ্ড | -(প্ৰবোধ গোস্বামী)

অখণ্ড মণ্ডল কাৰং ব্যাপ্তং যেন চৰাচৰং । যেন তষ্মৈ শ্ৰীগুৰুৱেবে নমো নমঃ ।। দেৱগুৰু, দৈত্যগুৰু, ৰাজগুৰু আধ্যাত্মিক দৰ্শনৰ গুৰু, বাস্তৱ জীৱনৰ গুৰু, শিক্ষা গুৰু, মাতৃ গুৰু, পিতৃ গুৰু, বিজ্ঞানৰ গুৰু, আকাশ পৃথিৱী, দেখা নেদেখা চৰাচৰ, আৰু প্ৰকৃতিক গুৰু মানিলৈ এই অভাজনৰ সকলো গুৰুলৈ কৌটি কৌটি প্ৰণাম । গুৰু অবিহনে সংসাৰ নিস্ক্ৰিয় অচল মুদ্ৰা প্ৰায় । (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
শিশুৰ বিকাশত ঘৰখন আৰু পিতৃ-মাতৃ

শিশুৰ বিকাশত ঘৰখন আৰু পিতৃ-মাতৃ

  ঘৰখন হৈছে শিশুৰ প্ৰধান বিচৰণ ক্ষেত্ৰ য’ত পিতৃ-মাতৃ আৰু ভাতৃ-ভগ্নীৰ ব্যৱহাৰিক দিশৰ জৰিয়তে শিশুৱে বিভিন্ন জ্ঞান আহৰণ কৰে। যিহেতু প্ৰত্যেক শিশুৱে অনুকৰণৰ জৰিয়তে প্ৰথমে জ্ঞান আহৰণ কৰে, সেয়েহে ঘৰখনৰ প্ৰত্যেকজন সদস্যৰ মাৰ্জিত আচাৰ-ব্যৱহাৰে শিশুৰ সুস্থ মানসিক তথা বৌদ্ধিক বিকাশত অৰিহণা যোগায়। শিশুৰ মানসিক চৰিত্ৰৰ সুস্থ বিকাশৰ বাবে ঘৰখনৰ পৰিবেশ যাতে সুস্থ হয়, তাৰবাবে প্ৰত্যেক (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
সমালোচনাৰ পথ

সমালোচনাৰ পথ

  এদিন শ্ৰেণীত এজন শিক্ষকে ব’ৰ্ডত এনেদৰে লিখিলে- ৯×১=৭ ৯×২=১৮ ৯×৩=২৭ ৯×৪=৩৬ ৯×৫=৪৫ ৯×৬=৫৪ ৯×৭=৬৩ ৯×৮=৭২ ৯×৯=৮১ ৯×১০=৯০ লিখা হোৱাৰ পিছত শিক্ষকজনে ঘূৰি চাই দেখিলে যে ছাত্ৰ-ছাত্ৰী সকলে তেওঁৰ ফালে চাই হাঁহি আছে, কাৰণ তেওঁ লিখা প্ৰথম শাৰীটো ভুল আছিল ! তাৰ পিছত শিক্ষক জনে ক’লে, “মই প্ৰথম শাৰীটো বিশেষ এটা কাৰণতহে ভুলকৈ লিখিছোঁ । (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
শহা আৰু ভেকুলী( মৌচুমী দাস)

শহা আৰু ভেকুলী( মৌচুমী দাস)

গৰমকালিৰ দিনত কেইটামান শহাপহু বনৰীয়া বগৰী এজোপাৰ তলত গোট খালে ৷ সেই সময়ত পথাৰত ধান আদি শহাকেইটাই ভোক গুচাই খাবলৈ নাপাইছিল ৷ অন্যফালে পুৱা-গধূলি ফুৰিবলৈ ওলোৱা মানুহৰ লগত থকা কুকুৰে সিহঁতক বৰ আমনি কৰিছিল ৷ হাবিৰ সৰু সৰু গছ-বনবিলাক বৰষুণৰ অভাৱত শুকাই যোৱাত সিহঁতে লুকাবলৈও বৰ কষ্ট কৰিবলগাত পৰিছিল ৷ এনেবোৰ কাৰণতে সিহঁত বহ দুখী (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
বেয়া স্পৰ্শ ভাল স্পৰ্শৰ বিষয়ে জানিবলগীয়া কথা

বেয়া স্পৰ্শ ভাল স্পৰ্শৰ বিষয়ে জানিবলগীয়া কথা

তুমিয়েই তোমাৰ শৰীৰ বা গাটোৰ অধিকাৰী । কোনো কাৰণতে তুমি তোমাৰ শৰীৰটোক আঘাট কৰিবলৈ বা কষ্ট দিবলৈ কাকো অনুমতি নিদিবা । যেতিয়া কোনোবাই তোমাৰ শৰীৰটোক কষ্ট দিয়ে বা তুমি ভাল নোপো‌ৱা কোনো অংশত স্পৰ্শ কৰে , যিটো‌ৱে তোমাক অসুৰক্ষিত অনুভ‌ৱ কৰায় , তেন্তে তুমি চিঞঁৰিবলৈ আৰম্ভ কৰা আৰু “নাই, ন’হব ” বুলি ক’বলৈ শিকাটো শিকাটো (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
11Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
চানক্যৰ ৯টা বচন , যিয়ে মানুহক ওপৰলৈ অাগবাঢ়ি যোৱাত সহায় কৰে ।

চানক্যৰ ৯টা বচন , যিয়ে মানুহক ওপৰলৈ অাগবাঢ়ি যোৱাত সহায় কৰে ।

১/ অানৰ ভুলৰ পৰা শিকা , নিজৰ ওপৰত প্ৰয়োগ কৰি শিকালৈ তোমাৰ অায়ুষ শেষ হৈ যাব ২/কোনো কাম কৰাৰ অাগতে নিজক তিনিটা প্ৰশ্ন সুধিব লাগে -মই এইটো কিয় কৰিব গৈছো , ইয়াৰ পৰিণাম কি হ’ব , মই সফল হ’ম নে ? ৩/ ভয়ক ওচৰলৈ অাহিব দিয়া , অাৰু ওচৰ অাহি পালেই ইয়াক অাক্ৰমণ কৰা । (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
৪৫ টা নীতিশিক্ষামূলক গল্প (অনুবাদ: ড০ অঞ্জল বৰা) — (খণ্ড 8)

৪৫ টা নীতিশিক্ষামূলক গল্প (অনুবাদ: ড০ অঞ্জল বৰা) — (খণ্ড 8)

প্ৰথম খণ্ড পঢ়িবলৈ ইয়াত টিপক ||||    দ্বিতীয় খণ্ড পঢ়িবলৈ ইয়াত টিপক  ||| ‌ তৃতীয় খণ্ড পঢ়িবলৈ ইয়াত টিপক ||| (৩৭) আনৰ দৃষ্টিৰেও চাবলৈ শিকা এখন গাঁৱত দুটা ল’ৰা সৰুৰে পৰাই একেলগে ডাঙৰ দীঘল হৈছিল৷ সিহঁতে গোটেই জীৱন একেলগে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ যেতিয়া সিহঁত ডেকা হ’ল আৰু বিয়া-বাৰু কৰাই সংসাৰ কৰিলে দুয়োটাই ইটোৱে সিটোক চাই (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
৪৫ টা নীতিশিক্ষামূলক গল্প (অনুবাদ: ড০ অঞ্জল বৰা) — (খণ্ড ৩)

৪৫ টা নীতিশিক্ষামূলক গল্প (অনুবাদ: ড০ অঞ্জল বৰা) — (খণ্ড ৩)

প্ৰথম খণ্ড পঢ়িবলৈ ইয়াত টিপক ||||    দ্বিতীয় খণ্ড পঢ়িবলৈ ইয়াত টিপক  ||| ‌ চতুৰ্থ খণ্ড পঢ়িবলৈ ইয়াত টিপক ||| (২৬) অপ্ৰত্যাশিত লাভ এটা সৰু ল’ৰা মাকৰ সৈতে দোকানলৈ গৈছিল৷ দোকানীজনে দেখিলে যে সৰু মৰমলগা ল’ৰাটোৱে মৰ্টনেৰে ভৰি থকা বৈয়ামটোলৈ চাই আছে৷ তাকে দেখি দোকানীজনে ল’ৰাটোক বৈয়ামটোৰ পৰা কেইটামান মৰ্টন ল’বলৈ ক’লে৷ কিন্তু ল’ৰাটোৱে নোলোৱাকৈ (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
৪৫ টা নীতিশিক্ষামূলক গল্প (অনুবাদ: ড০ অঞ্জল বৰা) — (খণ্ড ২)

৪৫ টা নীতিশিক্ষামূলক গল্প (অনুবাদ: ড০ অঞ্জল বৰা) — (খণ্ড ২)

(প্ৰথম খণ্ড পঢ়িবলৈ ইয়াত টিপক) (১১) তুমি ক’ব বিচৰা কথাত সদায় সাৱধান হ’বা..! এটা অতি খঙাল সৰু ল’ৰা আছিল৷ তাৰ খং দেখি দেউতাকে তাক গজালেৰে ভৰ্তি এটা বেগ দিলে আৰু ক’লে, “যেতিয়াই তোমাৰ খং উঠিব তেতিয়াই তুমি এটা হাঁতুৰীৰে এই বেৰখনত এটা গজাল মাৰিব৷” প্ৰথম দিনা ল’ৰাটোৱে ৩৭টা গজাল বেৰখনত মাৰিলে৷ কেইদিনমানৰ পিছত, সি গম (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
৪৫ টা নীতিশিক্ষামূলক গল্প (অনুবাদ: ড০ অঞ্জল বৰা) — (খণ্ড ১)

৪৫ টা নীতিশিক্ষামূলক গল্প (অনুবাদ: ড০ অঞ্জল বৰা) — (খণ্ড ১)

(১) জীৱন পথৰ বাধা বহু বছৰৰ আগতে এজন ৰজাই তেওঁৰ পাত্ৰ-মন্ত্ৰীৰ সৈতে ৰাজ্য ভ্ৰমণ কৰিবলৈ গৈছিল৷ তেওঁ বহুদূৰ ভ্ৰমণ কৰাৰ পিছত এঠাইত দেখিলে যে ডাঙৰ শিল এটাই পথ এটা বন্ধ কৰি ৰাখিছে৷ কিন্তু তেওঁ মন কৰিলে কোনোৱেই পথটোৰ পৰা শিলটো আঁতৰোৱা নাই আৰু সকলোৱে তাৰ ওপৰেৰে পাৰ হৈ গৈছে৷ আনকি তেওঁৰ লগত যোৱা নিজৰ মন্ত্ৰী (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print