ককা আৰু ধনটি

ককা আৰু ধনটি

(১) মূৰত এটা হালধীয়া টুপি চকুত এখন চশমা, চাইকেলত উঠি ধনটি ওলাল বজাৰত খাম বুলি খুৰ্‌মা ৷ (২) পিছে, চাৰিআলি পায়েই তাৰ প্ৰচণ্ড ভোক লাগিল, কৃষ্ণৰ হোটেলত ঘুগুনি খাবলৈ চাইকেলৰ পৰা ধনটি নামিল৷ (৩) দুবাটি ঘুগুনি খাই লৈ ধনটিয়ে মাৰি ল’লে এটা উগাৰ, খৰধৰকৈ আহি পুনৰ চাইকেলত বহিল পাবগৈ লাগে যে বজাৰ ! (৪) অলপদূৰ (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
আবোল-তাবোল

আবোল-তাবোল

এক ওলাল হাটলৈ দুইৰ বাইচাইকেলত উঠি, তিনিয়ে আকৌ চিঙৰা চোবাওতেই চাৰিয়ে আহিলে খেদি ৷ পাঁচে আছিল পেনপেনাই পাছ-চোতালত বহি, ছয় উঠিল তামোল গছত মুখত পাউদাৰ ঘঁহি ৷ সাতে কৰিলে ঘোষণা এটি আঠ হেৰাইছে বুলি, ন উঠিল খেঙখেঙাই দহে যে নাকাটে চুলি ! ================ ঈশান জ্যোতি বৰা নগাঁও ফোন-৯৪০১৪৪১০৪৪ এই বিষয়ে আনকো জনাওক..Facebook0Google+0TwitterLinkedinemailPrint

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

কবি অতুল চন্দ্ৰ হাজৰিকাই ৰচনা কৰা ‘পিঠাৰ মেল’ কবিতাৰ আবৃত্তি

পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি ‘অংকুৰণ’-ৰ অন্তৰ্গত, কবি অতুল চন্দ্ৰ হাজৰিকাই ৰচনা কৰা ‘পিঠাৰ মেল’ নামৰ পদ্যটোৰ শ্ৰৱ্য ৰূপ দিয়া হৈছে ৷   —দে‌ৱভূষণৰ সৌজন্যত এই বিষয়ে আনকো জনাওক..Facebook0Google+0TwitterLinkedinemailPrint

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

জোনবাই

জোনবাই আহাচোন জোনবাই কিনো আছা চাই, আকাশৰ পৰা নামি আহি আমাৰ লগত খেলিবানে নাই। আকাশত ঘুৰি ফুৰা কিবা ভাবি গুনি, আহাচোন আহা ধৰালৈ নামি। লুকা ভাকু খেলা তুমি তৰাৰ লগত, জোনাক হৈ পোহৰোৱা গোটেই জগত। ———- নিখিল বৰ্মন  এই বিষয়ে আনকো জনাওক..Facebook0Google+0TwitterLinkedinemailPrint

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

জয় মা দূৰ্গা

☆☆ জয় মা দূৰ্গা ☆☆ ✍পলাশ ৰঞ্জন নাথ —————- হে মা দূৰ্গা তুমি মাতৃৰো মাতৃ সামূহিক শক্তিৰ প্ৰতীক তুমি, অসীম শক্তিধৰ মহিষাসুৰক নাশিবৰ বাবেই হল তোমাৰ সৃষ্টি । ব্ৰহ্মা, বিষ্ণু , মহেশ্বৰ আৰু কত দেৱতা কাৰো যে সাধ্য নাই অকলে যুজাঁৰ মহা পৰাক্ৰমী সেই অসুৰৰ তাণ্ডৱ অতীষ্ঠ হল পৃথিৱীবাসী । আকাশে বতাহে ধ্বনিত সকলোৱে ভয়ত (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
শাৰদী উছৱ

শাৰদী উছৱ

শাৰদী উছৱ আকৌ আহিল ধৰালৈ নামি কৰিব স্থাপন এই ধৰাত শান্তিৰ অমৃত বাণী। শৰতৰ প্ৰতিটো কোমল পুৱা জিপাল কৰিব শেৱালী ফুলে নিয়ৰ সনা সন্ধিয়াই আকৌ মাতিব শীতক এই ধৰালে। দূৰ্গতি নাশিনী আহিব নাশিবলৈ দুখ দূৰ্গতি অত্যাচাৰ মাৰি মৰক আত‌‌‌‍‌‌ৰাই আনিব শান্তিৰ সমাহাৰ। দীপাৱলীয়ে পোহৰাব প্ৰতিঘৰৰ চৌপাশ মনৰ কলুষতা আতৰি পোহৰ হ’ব মনৰ আকাশ। শাৰদী উছৱত (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

শিশু কবিতা – “অভিযোগ”

এদিনাখন ৰাতিপু‌ৱা ধনে পঢ়া-শুনা বাদ দি গ’ল মাকৰ ওচৰলৈ ক’লে সি হেনো নাযায় স্কুললৈ ‘কিয় নাযা‌ৱ’ বুলি মাকে সোধাত ক’লে বোলে আমাৰ ছাৰে একোকে নাজানে। সকলোবোৰ প্ৰশ্নৰ উত্তৰ কে‌ৱল মোকহে সোধে নো‌ৱাৰিলেও আকৌ তেওঁ মোকহে মাৰে । ছাৰে চাগৈ চকুৰে একো নেদেখে নহ’লেনো বাৰু মোক কিয় গৰু বুলি মাতে? পৰহিদিনা ছাৰে ক’লে সাতে আঠে বোলে (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
অলিম্পিকলৈ

অলিম্পিকলৈ

ৰিঅ’লৈ যাবলৈ বুলি কাজিৰঙাৰ দল এটি , কেতিয়াবাৰে পৰা বোলে হৈয়ে আছে তাত ৰেডী । জিমনাস্টিকছৰ বাবে যাব আমাৰ মলু‌ৱা ককাই , গ’ল্ড মেডেল পাবই বোলে সকলোকে হৰু‌ৱাই । ‌ৱেইট লিফ্টিং কৰিবলৈ যাব মিষ্টাৰ হাতী কাই , সেইবাবে তেওঁ দিনেপ্ৰতি আঢ়ৈ কুৰি কল খায় । চিতাবাঘে ৰিঅ’লৈ বোলে দৌৰিবলৈ যাব, পাঁচ ছেকেণ্ডতে এশ মিটাৰ দৌৰি (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print