অসমীয়া সাধু- মূর্খৰ যাত্রা (ড০ নিৰ্মলপ্ৰভা বৰদলৈ)

অসমীয়া সাধু- মূর্খৰ যাত্রা (ড০ নিৰ্মলপ্ৰভা বৰদলৈ)

এবাৰ এজন মূর্খই এখন গাঁৱৰপৰা আন এখন গাঁৱলৈ যাঁওতে বাট ভুল কৰিলে । কেনি যাব লাগে বাটটো ঠিক কৰিব নোৱাৰি অন্য এজনমানুহক সুধিলে,”ককাই,সেই গাঁওখনলৈ কোনপিনে যায় ?” গাঁৱৰ মানুহজনে ক’লে,”সেই নদীখনৰ পাৰত থকা ডাঙৰ গছজোপাৰ আগত যিটো বাট সেই বাটেদি গ’লেই পাবা ।” নদীৰ পাৰ পাই মূর্খজনে ভাবিলে,বাটটো গছৰ আগতহে আছে,এতিয়া গছজোপাত উঠি যোৱাহে কথা (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
1Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
সাতটা সাধু

সাতটা সাধু

(সংগ্ৰাহক – পংকজ জ্যোতি মহন্ত )   সাধু (১) এজন মানুহে এখন ৰেস্তোৰালৈ গৈ মালিকক ক’লে— “মই কাইলৈ দহ হাজাৰ ভেকুলী বেছিব বিচাৰোঁ। আপুনি ল’বনে?” ৰেস্তোৰাৰ মালিকজন আচৰিত হ’ল। মানুহজনে কেনেকৈ একেদিনাই দহ হাজাৰ ভেকুলী যোগাৰ কৰি বেছিব পাৰিব! তেওঁ সুধিলে— “আপুনি একেলগে দহ হাজাৰ ভেকুলী কেনেকৈ গোটাব?” মানুহজনে ক’লে— “মোৰ ঘৰত এটা অতি পকাণ্ড (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
6Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
ধুনতী কাউৰী

ধুনতী কাউৰী

বহু পুৰণি দিনৰ কথা। এসময়ত এখন হাবিত এজনী কাউৰী আছিল । কাউৰীজনী তাইৰ লগৰ জাকৰ আনবোৰকৈ কিছু বেলেগ আছিল । সেয়ে তাই নিজৰ গাৰ ক’লা ৰংটো লৈ বৰ বেজাৰ কৰিছিল আৰু আন চৰাইৰ ধুনীয়া ধুনীয়া ৰংবোৰ দেখি ঈৰ্ষাতে জ্বলি পুৰি মৰিছিল । তাই ভা‌ৱিছিল- ‘এই ক’লা ৰংটো‌ৱে মোক ইমান আপচু লাগে! মই যদি আন চৰাইৰ (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
শহাপহু আৰু শিয়াল

শহাপহু আৰু শিয়াল

এখন অৰণ্যত এটা শিয়াল আৰু শহাপহু‌ৱে বাস কৰিছিল । শহাপহুটো আছিল বৰ চঞ্চল আৰু উৎপতীয়া । সি বাৰীৰ গাজৰ,ফুলকবি খাই জঁপিয়াই জঁপিয়াই তাল মিলাই আনন্দতে ঘুৰি ফুৰিছিল । শহাপহু‌ৱে নিজতে মগন হৈ খাই-বৈ আনন্দেৰে থকাটো শিয়ালে একেবাৰে সহ্য কৰিব পৰা নাছিল । শহাপহুক কেনেকৈ খাব পৰা যায় এই চিন্তাকে কৰি সি দিন কটাইছিল । শহাপহুটো (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print