চন্দ্ৰ বিন্দুৰ ব্য‌ৱহাৰ

চন্দ্ৰ বিন্দুৰ ব্য‌ৱহাৰ

মহেশ্বৰ নেওগৰ ‘নিকা অসমীয়া ভাষা’ আৰু গোলোকচন্দ্ৰ গোস্বামীৰ ‘অসমীয়া ব্যাকৰণ-প্ৰৱেশ’ৰ আধাৰত) (১) প্ৰথম পুৰুষৰ ক্ৰিয়াপদৰ ওঁ বিভক্তিত চন্দ্ৰবিন্দু যোগ হয়৷ যেনে মই কাম কৰোঁ, মই ভাত খাওঁ, আমি গান গাওঁ৷ একেদৰে ধৰোঁ, বহোঁ, উঠোঁ, পঢ়িছোঁ, মাতিলোঁ ইত্যাদি৷ ভূত কালৰ কাৰ্যৰো প্ৰথম পুৰুষৰ ক্ৰিয়া পদত চন্দ্ৰবিন্দু লাগে। যেনে- কৰিছিলোঁ, গৈছিলোঁ আদি। (২) ঙ, ঞ, ণ, ন, (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

সততে ভুল কৰা কিছুমান অসমীয়া শব্দৰ বানান

~~ সততে ভুল হোৱা বানান আৰু শুদ্ধৰূপ- ~ আমি লিখোতে প্ৰায়ে বানান কিছুমান ভুল কৰো৷ এনেকুৱা ৬৫০ টা বানানৰ ভুল আৰু শুদ্ধ ৰূপবোৰ তলত দিয়া হ’ল৷ ——— ভূল,ভুল আঘাট,আঘাত আৰম্ভনি,আৰম্ভণি আৰম্ভনী,আৰম্ভণি মূহুৰ্ত,মুহূৰ্ত সাংঘাটিক,সাংঘাতিক পৰিস্কাৰ,পৰিষ্কাৰ আৱিস্কাৰ,আৱিষ্কাৰ আবিস্কাৰ,আৱিষ্কাৰ আনুসংগিক,আনুষংগিক শীততাপ,শীতাতপ অদ্ভূত,অদ্ভুত অত্যাধিক,অত্যধিক অতীষ্ঠ,অতিষ্ আষ্ফালন,আস্ফালন আয়ত্ব,আয়ত্ত ঐশ্চৰ্য,ঐশ্বৰ্য উভটি,উভতি ঘুৰি,ঘূৰি ঘুৰাই,ঘূৰাই কটুক্তি,কটূক্তি ক্ৰুটি,ত্ৰুটি অংকণ,অংকন কোৰাণ,কোৰান খৰছ,খৰচ বিচনা,বিছনা তত্ব,তত্ত্ব ধুলি,ধূলি (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

ণ-ত্ব বিধি

ণ-ত্ব বিধি (ক):ঋ,ৰ,ষ ৰ পিছত সদায় ‘ণ’ বহে । যেনে-ভূষণ,ব্যাকৰণ,তৰুণ,ঘৃণা,মৃণাল,ঋণ,আৱৰৰণ,আকৰ্ষণ আদি (যিহেতু ক্ষ=ক+ষ,গতিকে ‘ক্ষ’ৰ পিছত হ’লেও ‘ণ’ হ’ব ;যেনে ক্ষণ,দক্ষিণা,ক্ষুণ্ণ,তীক্ষ্ণ আদি) ব্যতিক্ৰম: কোনো শব্দত ঋ,ৰ,ষ ৰ পিছত যদি ণ/ন-ৰ সৈতে যুক্ত বৰ্ণ থাকে ,তেন্তে সেই যুক্ত বৰ্ণৰ ন/ণ টো সদায় ‘ন’ হে হ’ব । যেনে –নৰেন্দ্ৰ,ৰন্ধ্ৰ,গ্ৰন্থ,প্ৰান্তিক আদি । ণ-ত্ব বিধি(খ): কোনো শব্দত থকা ঋ,ৰ,ষ-ৰ পিছত (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print