আমাৰ প্ৰতিবেশী সৌৰজগত (পংকজ বৰু‌ৱা)

আমাৰ প্ৰতিবেশী সৌৰজগত (পংকজ বৰু‌ৱা)

আলফা চেণ্টাউৰি তৰা প্ৰণালী — সূৰ্য্যক বাদ দিলে পৃথিৱীৰ আটাইতকৈ ওছৰৰ নক্ষত্ৰতো এই তৰা প্ৰণালীতে অৱস্থিত যাক আমি প্ৰক্সিমা চেণ্টাউৰি নামেৰে জানো৷ এই প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰক কেন্দ্ৰ কৰি ঘূৰা গ্ৰহ উপগ্ৰহ ধুমকেতু গ্ৰহাণু আদিৰ সমষ্টি যি সৌৰজগত সেইখনে হ’ল আমাৰ সৌৰজগতৰ প্ৰতিবেশী সৌৰজগত৷ প্ৰক্সিমা চেণ্টাউৰি নক্ষত্ৰ আমাৰ পৰা ৪.২৪ আলোকবৰ্ষ দূৰত অৱস্থিত মানে এই নক্ষত্ৰৰ (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
1Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
ধ্ৰুৱতৰাৰ বিষয়ে দুটিমান তথ্য…..

ধ্ৰুৱতৰাৰ বিষয়ে দুটিমান তথ্য…..

ধ্ৰুৱতৰা উত্তৰ আকাশৰ এটি নক্ষত্ৰ। পৃথিৱীৰ পৰা প্ৰায় 430 আলোকবৰ্ষ আঁতৰত থকা এই তৰাটোক Polaris বা Pole Star বুলিও কোৱা হয়। পৃথিৱীৰ পৰা দূৰত্ব অনুসৰি যিহেতু ধ্ৰুৱতৰাৰ পৰা পোহৰ আহি পৃথিৱী পাবলৈ 430 বছৰ সময়ৰ প্ৰয়োজন, সেয়েহে আজি আপুনি দেখা এই ধ্ৰুৱতৰাটো প্ৰকৃততে 430 বছৰ আগৰ ধ্ৰুৱতৰাহে। আজিৰ তাৰিখৰ ধ্ৰুৱতৰাটো পৃথিৱীত আমাৰ ভৱিষ্যত প্ৰজন্মৰ কোনোবা (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

ফ’টন কণিকাৰ বিষয়ে যৎকিঞ্চিত……

বচন কণিকাৰ শ্ৰেণীভুক্ত আৰু ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰতম কণিকাবোৰৰ ভিতৰৰ অন্যতম হিচাবে পৰিগণিত হোৱা এবিধ ক্ষুদ্ৰ কণাই হ’ল ফ’টন কণিকা। আকাৰত ক্ষুদ্ৰ হ’লেও বেগৰ ক্ষেত্ৰত অসাধাৰণ এই কণিকাবোৰে মহাবিশ্বৰ ইমুৰৰ পৰা সিমুৰলৈ প্ৰতি ছেকেণ্ডত 3 লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে। বিশ্বব্ৰহ্মাণ্ড আলোকিত কৰি ৰখা ভৰহীন ফ’টন কণিকাবোৰৰ জীৱনকালো অনন্ত। ফ’টন কণিকাবোৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত শক্তিৰ যোগান (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
চুম্বক আৱিষ্কাৰৰ ৰসাল কাহিনী…..

চুম্বক আৱিষ্কাৰৰ ৰসাল কাহিনী…..

যিশুখ্ৰীষ্টৰ জন্মৰ প্ৰায় 2000 বছৰ আগৰ কথা। গ্ৰীচৰ এজন সাধাৰণ ভেড়াৰখীয়া। তেওঁৰ নাম মেগনাচ। মেগনাচে সদায় ৰাতিপুৱা ভেড়াৰ জাক এটা লৈ পাহাৰৰ দাঁতিৰ এঢলীয়া ঠাই টুকুৰালৈ যায়। পাহাৰৰ এঢলীয়া ঠাইত খোজকঢ়াৰ বাবে অসুবিধা নহ’বলৈ মেগনাচে তেওঁৰ জোতাৰ তলিত কেইটামান গঁজাল মাৰি লৈছিল। এদিনাখনৰ কথা। আবেলি পৰত মেগনাচে ঘৰলৈ ঘুৰি অহাৰ সময়ত মন কৰিলে যে তেওঁৰ (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
পেৰালিম্পিকৰ কাহিনী (লেখক- দিগন্ত চহৰীয়া)

পেৰালিম্পিকৰ কাহিনী (লেখক- দিগন্ত চহৰীয়া)

পেৰালিম্পিকৰ আভিধানিক অৰ্থ হৈছে অলিম্পিক ক্ৰীড়া সমাৰোহৰ সৈতে একেলগে বা সমান্তৰালভাৱে অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতা । para শব্দটো আহিছে গ্ৰীকৰ পৰা । ইয়াৰ অৰ্থ besides বা alongside. প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ অলিম্পিকৰ সমান্তৰালভাৱে আয়োজিত হোৱাৰ বাবেই এইখন প্ৰতিযোগিতাৰ নাম পেৰালিম্পিক । এই প্ৰতিযোগিতা বিশেষভাৱে সক্ষম বা শাৰীৰিকভাৱে বাধাগ্ৰস্ত (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
জানো আঁহা – ক’ত কি আছে ?

জানো আঁহা – ক’ত কি আছে ?

কাৰখানাৰ নাম অঞ্চলৰ নাম লো তীখাৰ কাৰখানা ৰুৰকেল্লা, ভিলাই, দুৰ্গাপুৰ, বিশাখাপট্টনম, বিজয় নগৰ, বোকাৰু, বাৰ্ণপুৰ, জামছেদপুৰ, ভদ্ৰাপটি, ছালেম ৰেলৰ ইঞ্জিন নিৰ্মাণ কৰা কাৰখানা চিত্তৰঞ্জন, জামছেদপুৰ জাহাজ নিৰ্মাণ কৰা কাৰখানা বিশাখাপট্টনম, কোচিন, পশ্চিমবংগ উৰাজাহাজ নিৰ্মাণ কৰা কাৰখানা বেংগালুৰ ৰেলৰ ডবা নিৰ্মাণ কৰা কাৰখানা তামিলনাডুৰ পেৰাম্বুৰ, বাংগালোৰ, কৰ্ণাটক ৰাসায়নিক সাৰৰ কাৰখানা নামপুৰ, সিদ্ধি, টম্বে, গোৰখপুৰ, ৰুৰকেল্লা, দুৰ্গাপুৰ, (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print