ঈশ্বৰকণাৰ যৎকিঞ্চিত

ঈশ্বৰকণাৰ যৎকিঞ্চিত

সাধাৰণ মানুহৰ কথা বাদেই, ঈশ্বৰ কণা সম্বন্ধে বিজ্ঞানী সকলৰো উৎকণ্ঠাৰ শেষ নাই। এই বিশ্বব্ৰহ্মাণ্ডৰ সকলো পদাৰ্থৰ মূল গঠনকাৰী উপাদান হ’ল পৰমাণু। এসময়ত পৰমাণুবোৰ অবিভাজ্য বুলি ভবা হৈছিল যদিও পিছলৈ ইলেকট্ৰণ, প্ৰোটন আৰু নিউট্ৰনৰ আৱিষ্কাৰে পৰমাণুবোৰ পদাৰ্থৰ অন্তিম ৰূপ নোহোৱাতোকেই প্ৰতিপন্ন কৰিলে। পিছলৈ বিজ্ঞানী সকলৰ প্ৰচেষ্টাত ইলেকট্ৰণ, প্ৰোটন আদিতকৈও ক্ষুদ্ৰ কণিকা সমূহৰ উপস্থিতি ধৰা পৰে। কোৱাৰ্ক, লেপ্টন, (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
কেন্সাৰ প্ৰতিৰোধী আৰু প্ৰতিকাৰী ঔষধ আৱিষ্কাৰ…..

কেন্সাৰ প্ৰতিৰোধী আৰু প্ৰতিকাৰী ঔষধ আৱিষ্কাৰ…..

  প্রাণীৰ শৰীৰত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ কোষ থাকে। এই কোষবোৰ একোটা নির্দিষ্ট সময়ৰ পিছত মৃত্যু মুখত পৰে আৰু ইয়াৰ ঠাইত কোষ বিভাজন প্ৰক্ৰিয়াৰে নতুন কোষ নিয়ন্ত্রিত আৰু নিয়মিত ভাবে সৃষ্টি হৈ থাকে। যেতিয়া আমাৰ দেহৰ এই কোষবোৰ কোনো অজ্ঞাত কাৰণত অনিয়ন্ত্রিত ৰূপত কোষ বিভাজনৰ দ্বাৰা বাঢ়ি আহিব ধৰে তেতিয়াই ছালৰ তলত অতিৰিক্ত কোষবোৰে লদা বান্ধে। (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
গ্রহৰ তালিকাৰ পৰা আঁতৰাই প্লুটোক কিয় বাওনা গ্ৰহ হিচাবে শ্ৰেণীবদ্ধ কৰা হ’ল ?

গ্রহৰ তালিকাৰ পৰা আঁতৰাই প্লুটোক কিয় বাওনা গ্ৰহ হিচাবে শ্ৰেণীবদ্ধ কৰা হ’ল ?

  1930 খৃষ্টাব্দৰ 23 জানুৱাৰীৰ দিনা বিজ্ঞানী ক্লাইড ডব্লিউ টমবাউয়ে একে বৰ্ষৰ 18 জানুৱাৰীৰ নিশা টেলিস্কোপিক কেমেৰাৰে সংগ্ৰহ কৰা এখন আলোক চিত্রৰ সহায়ত প্লুটো গ্ৰহটো আৱিষ্কাৰ কৰিছিল। সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ এই গ্ৰহটোক সময় লাগে ২৪৮ বছৰ। সূৰ্যৰ পৰা প্লুটোৰ গড় দূৰত্ব প্ৰায় ৬০০ কোটি কিলোমিটাৰ, অৰ্থাৎ পৃথিৱী আৰু সূৰ্যৰ মাজৰ গড় দূৰত্বৰ 40 গুণ। নিজৰ (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
কম্পিউটাৰ ভাইৰাছৰ বিষয়ে কিছু কথা

কম্পিউটাৰ ভাইৰাছৰ বিষয়ে কিছু কথা

তথ্য প্ৰযুক্তি খণ্ডৰ লগত জড়িত থকাৰ বাবে এই শব্দটোৰ লগত আমাৰ এক ওতঃপ্ৰোত সম্পৰ্ক গঢ়ি উঠিছে। বেছিভাগ উপভোক্তাৰে অভিযোগসমূহৰ ভিতৰত বিশেষকৈ ভাইৰাছৰ কাৰণে সৃষ্টি হোৱা অসুবিধায়েই প্ৰায় ষাঠি শতাংশ হয়। আমাৰ ভাৱ হয়, কম্পিউটাৰ ভাইৰাছৰ বিৰুদ্ধে ল’ব লগা সাধাৰণ নিৰাপত্তা খিনি ল’লেই এই সমস্যাৰপৰা মুক্তি পাব পাৰি। কিন্তু তাৰ আগতে কম্পিউটাৰত সন্ত্ৰাসৰ সৃষ্টি কৰা এই (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
অসমীয়াত কম্পিউটাৰ বিজ্ঞান

অসমীয়াত কম্পিউটাৰ বিজ্ঞান

সুব্ৰত গগৈ প্রথম অধ্যায় : কম্পিউটাৰ কি ? কম ভল্টেজ আৰু বেছি ভল্টেজ । এইয়াই কম্পিউটাৰ । কিন্তু কেনেকৈ ? ধৰা হ’ল কম ভল্টেজ = ০ বেছি ভল্টেজ = ১ এতিয়া এডাল স্কেল ধৰা যাওক য’ত প্রতিটো মাপকাঠি ২ ৰ পূৰণ । ৮…৪…২…১ প্রতিটো মাপকাঠিক এক বিট বোলা হয় । প্রতি বিটট বেছি ভোল্টেজ থাকিলে সেয়া (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
কম্পিউটাৰৰ বিষয়ে কিছু কথা

কম্পিউটাৰৰ বিষয়ে কিছু কথা

কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলিও কোৱা হয়৷ ইংৰাজী কম্পিউটাৰ শব্দটো আহিছে লেটিন ভাষাৰ ‘কম্পিউটে’ শব্দৰ পৰা যাৰ অৰ্থ হৈছে গণনা৷ Oxford English Dictionary-ৰ মতে, কম্পিউটাৰ হৈছে এবিধ স্বয়ংক্ৰিয় বৈদ্যুতিক আহিলা যাক গণনা কাৰ্যত অথবা অন্যান্য কিছুমান কাৰ্য নিয়ন্ত্ৰণৰ বাবে গাণিতিক দৰ্শনৰ সহায়ত ব্যৱহাৰ কৰা হয় ৷ গতিকে আমি ক’ব পাৰোঁ যে, কম্পিউটাৰ হৈছে এনে এবিধ (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

তেল আৰু গেছৰ সন্ধানত পাতাল জগতত এভূমুকি

মাটিৰ তলত বা পাতালত যে এখন বেলেগ জগত আছে তাৰ উমান আমি সহজতে নাপাওঁ। অথচ আমি আমাৰ দৈনন্দিন বহুতো কাম কাজৰ বাবে সেইখন জগতৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰশীল। মাটিৰ তলৰ জলস্তৰৰ পৰাই আমাৰ প্ৰয়োজনীয় পানীৰ সৰহভাগ পোৱা যায়। সেইদৰে মাটিৰ তলৰ বিভিন্ন প্ৰকাৰৰ শিলাস্তৰত থকা তেলৰ ভাণ্ডাৰৰ পৰা আমি পাওঁ আধুনিক সভ্যতাৰ বাবে অতি লাগতিয়াল (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print