গোপীনাথ বৰদলৈৰ বিষয়ে জানো আঁহা-

গোপীনাথ বৰদলৈৰ বিষয়ে জানো আঁহা-

স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী, সমাজসেৱী, বিশিষ্ট লেখক, “ভাৰত-ৰত্ন” সন্মানেৰে সন্মানিত – “লোকপ্ৰিয় গোপীনাথ বৰদলৈ”ৰ ৫ আগষ্ট তাৰিখে মৃত্যু দি‌ৱস ।  ১৮৯০ চনৰ ৬ জুনত জন্ম হৈছিল তেখেতৰ নগাঁও জিলাৰ ‘ৰহা’ত।তেখেতৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে – “বুদ্ধেশ্বৰ বৰদলৈ” আৰু “প্ৰাণেশ্বৰী বৰদলৈ” । “গোপীনাথ বৰদলৈ”ৰ সাত বছৰ বয়সলৈকে পিতৃয়ে ৰহাতে বাস (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
গ্ৰন্থ অধ্যয়ন

গ্ৰন্থ অধ্যয়ন

গ্ৰন্থ অধ্যয়ণ 📖📖📖📖📖 “গ্ৰন্থ অধ্যয়নে যি আনন্দ দিয়ে, জ্ঞান দিয়ে সেই আনন্দ, সেই জ্ঞান তথা সেই বন্ধুত্ব আনে দিব নোৱাৰে। জীৱনৰ নিসঙ্গতা দূৰ কৰে গ্ৰন্থই। তোমাৰ নিজৰ বাচনি মতে বিখ্যাত লেখক সকলৰ গ্ৰন্থৰ মাজত মনটো সুমোৱাই দিলে সেই গ্ৰন্থই তোমাক নিঃসঙ্গতা দূৰ কৰিব আৰু বন্ধুত্বও দিব। আমি যেতিয়া ডাঙৰ ডাঙৰ গ্ৰন্থৰ মাজত মনতো সুমোৱাই দিও (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
পালেং শাকৰ পাতত মানুহৰ হৃদয়ৰ স্পন্দন

পালেং শাকৰ পাতত মানুহৰ হৃদয়ৰ স্পন্দন

শাকনিত লহপহকৈ গজি উঠা পালেং শাকবোৰ খাদ্য হিচাবে কিমান উপকাৰী সেয়া আমি সকলোৱেই জানো। কিন্তু যদিহে কোৱা হয় যে পালেং শাকৰ পাতবোৰ হৃদযন্ত্ৰৰ দৰেই ৰক্ত সংবহন কাৰ্যত ব্যৱহাৰযোগ্য কৰি তোলাৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে, তেন্তে আমি আচৰিত হোৱাৰেই কথা। পিছে আচৰিত হ’লেও এই অসম্ভৱ যেন লগা কথাটোকেই বিজ্ঞানীসকলে পৰীক্ষাগাৰত প্ৰায় সম্ভব কৰি তুলিছে। সম্প্ৰতি Massachusettsত (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
নিজৰ দেহত বৈজ্ঞানিক পৰীক্ষা কৰা বিজ্ঞানীসকল

নিজৰ দেহত বৈজ্ঞানিক পৰীক্ষা কৰা বিজ্ঞানীসকল

পৰীক্ষা, গৱেষণা আদিবোৰ বিজ্ঞানৰ অপৰিহাৰ্য অংগ। পৰীক্ষালব্ধ প্ৰমাণ অবিহনে বিজ্ঞানত একোৱেই গ্ৰহণযোগ্য নহয়। আজিৰ পৰা ৩০০ বছৰ আগত এনে ধৰণৰ বৈজ্ঞানিক পৰীক্ষাসমূহ সম্পন্ন কৰাৰ বাবে উন্নত মানৰ গৱেষণাগাৰ আৰু প্ৰয়োজনীয় যন্ত্ৰপাতিবোৰো নাছিল। তথাপিও সেই সময়চোৱাত বিজ্ঞানীসকল ক্ষান্ত হোৱা নাছিল। নিৰবছিন্ন ভাবে অতি সীমিত সা-সুবিধা খিনিকেই গ্ৰহণ কৰি তেওঁলোকে আৱিষ্কাৰ কৰি গৈছিল এটাৰ পিছত আনতোকৈ বিজ্ঞানৰ (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
ঈশ্বৰকণাৰ যৎকিঞ্চিত

ঈশ্বৰকণাৰ যৎকিঞ্চিত

সাধাৰণ মানুহৰ কথা বাদেই, ঈশ্বৰ কণা সম্বন্ধে বিজ্ঞানী সকলৰো উৎকণ্ঠাৰ শেষ নাই। এই বিশ্বব্ৰহ্মাণ্ডৰ সকলো পদাৰ্থৰ মূল গঠনকাৰী উপাদান হ’ল পৰমাণু। এসময়ত পৰমাণুবোৰ অবিভাজ্য বুলি ভবা হৈছিল যদিও পিছলৈ ইলেকট্ৰণ, প্ৰোটন আৰু নিউট্ৰনৰ আৱিষ্কাৰে পৰমাণুবোৰ পদাৰ্থৰ অন্তিম ৰূপ নোহোৱাতোকেই প্ৰতিপন্ন কৰিলে। পিছলৈ বিজ্ঞানী সকলৰ প্ৰচেষ্টাত ইলেকট্ৰণ, প্ৰোটন আদিতকৈও ক্ষুদ্ৰ কণিকা সমূহৰ উপস্থিতি ধৰা পৰে। কোৱাৰ্ক, লেপ্টন, (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
সম্ভাব্য সংঘৰ্ষৰ পথত দুটা আকাশৰ তৰা

সম্ভাব্য সংঘৰ্ষৰ পথত দুটা আকাশৰ তৰা

বিশ্বব্ৰহ্মাণ্ডত অসম্ভৱ বুলি হয়তো একোৱেই নাই। অসম্ভৱ, অবাস্তব যেন লগা অথবা কোনোদিনেই কল্পনা নকৰা বিভিন্ন প্ৰাকৃতিক পৰিঘটনা সমূহে আমাক প্ৰায়েই ৰোমাঞ্চিত কৰে। তেনে আন এটি অতি বিৰল মহাজাগতিক ঘটনাই পুনৰ আমাক ৰোমাঞ্চিত কৰি তুলিবহি অহা 2022 চনত। American Astronomical Societyৰ 229তম অধিবেশনত শেহতীয়াকৈ Lawrence Molnar আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে এই তথ্য সদৰি কৰিছে। তেখেতসকলৰ গৱেষণা (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
“বৃহস্পতি গ্ৰহই বাৰু সঁচাকৈয়ে সূৰ্যক প্ৰদক্ষিণ কৰেনে ?” 

“বৃহস্পতি গ্ৰহই বাৰু সঁচাকৈয়ে সূৰ্যক প্ৰদক্ষিণ কৰেনে ?” 

প্ৰশ্নটো তাৎক্ষণিক ভাবে অবান্তৰ যেন লাগিলেও বিশ্বৰ বিজ্ঞানীসকলক বহুদিন ধৰি এই প্ৰশ্নটোৱে বাৰুকৈয়ে আমনি কৰি আহিছিল। শেহতীয়া ভাবে নাছাৰ বিজ্ঞানীসকলে অনুসন্ধান কৰি পোৱা তথ্যই আমাৰ দৰে সাধাৰণ মানুহৰ চকু কপালত তুলিছে। তেখেতসকলৰ মতে বৃহস্পতি গ্ৰহই সূৰ্যক কেন্দ্ৰ কৰি ঘুৰাৰ সলনি সূৰ্যৰ পৰা যথেষ্ট আঁতৰৰ এক শূন্য স্থানক কেন্দ্ৰ কৰিহে আবৰ্তন কৰি আছে। কথাটো বুজিবৰ বাবে (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

শৈশৱৰ ষ্টিফেন হকিং…..(প্ৰণ‌ৱজ্যোতি দাস )

৮ জানুৱাৰী ১৯৪২ চনত ষ্টিফেন উইলিয়াম হকিং নামৰ এটি সুস্থ শিশুৰ জন্ম হৈছিল ৷ তেওঁৰ পিতৃ আছিল ড° ফ্ৰেংক হকিং আৰু মাতৃ ইছাবেল হকিং। দিনবোৰ থিকেই পাৰ হৈছিল। স্কুলীয়া আনুষ্ঠানিক শিক্ষাও ভালদৰেই আগবাঢ়িছিল। ষ্টিফেন হকিঙৰ বয়স তেতিয়া একৈছ বছৰ৷ চিকিৎসকে ঘোষণা কৰিলে ল’ৰাজন ‘মটৰ নিউৰণ’ নামৰ ৰোগটোত এক দুৰাৰোগ্য বেমাৰত আক্ৰান্ত৷ আৰু মাত্ৰ দুই-আঢ়ৈ বছৰৰ (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

গণিত বিষয়ত পাৰদৰ্শিতা

‘অসম গণিত শিক্ষায়তন’ এ আয়োজন কৰা ‘Mathletics Competition’ ত বোকাখাত কেন্দ্ৰ ৰ সাফল্য: ************************* যোৱা ২০.০৫.২১৮ ত অনুষ্ঠিত হোৱা ‘Mathletics Competition’ ত বোকাখাত কেন্দ্ৰ ৰ পৰা আঠ টা দলে সাফল্য অৰ্জন কৰিছে। প্ৰতি বছৰে অনুস্থিত এই পৰীক্ষাত ৫ টা দলক rank দিয়াৰ লগতে কিছু সংখ্যক দলক Certificate of Merit আৰু Certificate of Appreciation প্ৰদান কৰে। (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

হাতৰ কাম

 সাজিছে – বীৰ বিক্ৰম লাহনে , দ্বিতীয় শ্ৰেণী, হলিনেম স্কুল, শিৱসাগৰ  এই বিষয়ে আনকো জনাওক..Facebook0Google+0TwitterLinkedinemailPrint

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print