বিজ্ঞানৰ খেলা – পানীৰ খেল

বিজ্ঞানৰ খেলা – পানীৰ খেল

ক) চিত্ৰত দেখু‌ৱাৰ দৰে এটা পাত্ৰ কাগজেৰে সাজি লো‌ৱা । তাতে অলপ পানী দি মমৰ শিখাৰে উত্তাপ দিয়া। কি দেখিলা ? কিছু সময়ৰ পাছত পানী উতলিবলৈ ধৰিছে । কিয় বাৰু ? কাগজৰ জ্বলনাংক পানীৰ উতলাংকতকৈ বেছি হো‌ৱাৰ বাবে এনে হয় । মম শিখাৰ উত্তাপ পানীয়ে শুহি লো‌ৱাৰ বাবে কাগজখন জ্বলিবলৈ প্ৰয়োজন হো‌ৱা উত্তাপখিনি নাপায় । (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
ছিটাৰ উদ্ভাৱন আৰু প্ৰয়োজনীয়তা

ছিটাৰ উদ্ভাৱন আৰু প্ৰয়োজনীয়তা

মানুহে অতীজৰ পৰা ৰোগ-ব্যাধি আৰু অকাল মৃত্যুৰ পৰা হাত সাৰিবলৈ প্ৰয়াস কৰি আহিছে৷ ইতিহাসৰ পাত লুটিয়ালে আমি জানি বিস্মিত হওঁ যে ১৭শতিকাত চীন দেশত বৌদ্ধ ভিক্ষুসকলে বিষধৰ সাপৰ বিষ ভক্ষণ কৰিছিল যাতে সৰ্পদংশন আৰু বসন্তজাতীয় ৰোগৰ পৰা সুৰক্ষা পাব পাৰে৷সাধাৰণতে এজন ব্যক্তিয়ে যি কোনো বীজাণুৰ (বেক্টেৰিয়া বা ভাইৰাছ যিয়ে নহওক) সংক্ৰমণত ভূগিলে ৰোগৰ লক্ষণসমূহ তেওঁৰ (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
গোপনে লিখা সংখ্যা এটা কৈ দিব পৰা যাদু

গোপনে লিখা সংখ্যা এটা কৈ দিব পৰা যাদু

  তোমাৰ বন্ধুক আচৰিত কৰি তুমি বন্ধু‌ৱে কল্পনা কৰা সংখ্যা এটা অংকৰ যাদুৰ জৰিয়তে কৈ দিব পাৰিবা ।যাদুটো শিকিবা নেকি ? মই যিদৰে কৈ যাম, তুমি তেনেকৈ তোমাৰ বন্ধুক কৰি যাবলৈ ক’বা । লাগিলে কাগজ-কলম উলিয়াই ল’বা। ১) প্ৰথমে, তোমাৰ বন্ধুক তেওঁৰ নিজৰ ইচ্ছামতে এটা সংখ্যা কল্পনা কৰিবলৈ কো‌ৱা । (ধৰা তোমাৰ বন্ধু‌ৱে ভা‌ৱিলে ৫ (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
সানমিহলি কুইজ

সানমিহলি কুইজ

১) ভাৰতৰ কোন খন ধৰ্মীয় ঠাইত ‘ৰামজোলা’ আৰু ‘লক্ষ্মণজোলা’ পো‌ৱা যায় ? ২) দিল‌ৱেলে দুলহনীয়া লে জায়েংগে চিনেমাখনত কিৰণ খেৰে এক বিশেষ সন্মানৰ অধিকাৰী। কি এই বিশেষ সন্মান? ৩) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানীজসকলে এই ঠাইখিনি আক্ৰমণ কৰি অধিকাৰ কৰিছিল আৰু ‘আৰ্জি হুকুমাতে আজাদ হিন্দ’ক শাসনভাৰ চমজাইছিল । সুভাষ চন্দ্ৰ বসু‌ৱে এই ঠাইখিনিৰ অন্য এক নতুন (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
মহৎ লোকৰ উক্তি-৩

মহৎ লোকৰ উক্তি-৩

৩৬) বয়স বঢ়াৰ লগে লগে প্ৰজ্ঞা আপোনা-আপুনি নাহে, বয়স বঢ়াৰ লগে লগে মুখৰ বালিৰেখাৰ বাহিৰে আন একো বস্তুৱেই তোমাৰ জীৱনলৈ নাহে। এই কথা সত্য যে কিছুমান মদ যিমানে পুৰণি হয় সিমানেই তাৰ স্বাদ বৃদ্ধি পায়; কিন্তু সেইটো হ’বলৈ হ’লেও প্ৰথমে ভাল হ’ব লাগিব আঙুৰবোৰ। (আবিগেইল ভ’ন বাৰেন।) ৩৭) যিবোৰ অভিজ্ঞতাই তোমাৰ মনত তীব্ৰ ভয়ৰ সঞ্চাৰ (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
1Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
মহৎ লোকৰ উক্তি-২

মহৎ লোকৰ উক্তি-২

১) আমি প্ৰত্যেকেই নিজৰ মাজতে এক নিৰ্বাসিত জীৱন কটাওঁ। আৰু লগত কঢ়িয়াই লৈ ফুৰোঁ বিধ্বংসী চিন্তা আৰু পাপবোধ। কিন্তু এই নিৰ্বাসিত জীৱনৰ উপলব্ধি, বিধ্বংসী চিন্তা আৰু পাপবোধক মুক্ত কৰোৱাটো আমাৰ কাম নহয়। আমাৰ কাম হৈছে নিজৰ ভিতৰতে এইবোৰৰ বিৰুদ্ধে যুদ্ধ কৰা। (আলবেয়াৰ কেমু।) ২)কেৱল জীৱনেই হৈছে এনে এক কলা, যিটো কোনো আগতীয়া প্ৰস্তুতি নোহোৱাকৈ আমি (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
1Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
মহৎ লোকৰ উক্তি-১

মহৎ লোকৰ উক্তি-১

কেইটিমান উদ্ধৃতি- সত্যনাথ বৰাৰ ‘সাৰথি’ ৰ পৰা…. ১)সংসাৰত উদগতি কৰাই মানুহৰ সংকল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্ন-জল যুগুত কৰাই উদগতিৰ ওৰ, আৰু জ্ঞান-বুদ্ধিৰ শেষ কৰ্ম। সেই দেখি সিহঁতে যেতিয়ালৈকে অভাৱৰ চেঙা পায়, তেতিয়ালৈকে উদগতিৰ চেষ্টা কৰে, অভাৱ আঁতৰিলেই চেষ্টা এৰি দিয়ে। অন্ন-জলৰ সংগতি লাগি উঠাৰ পাছত সিহঁতৰ জীৱন (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
কুইজ-১

কুইজ-১

বিষয়: অসমীয়া কথাছ‌ৱি ১) জয়মতী ছ‌ৱিৰ বহুদিনৰ পাছত আইদেউ সন্দিকৈ আৰু মোহিনী ৰাজকুমাৰীয়ে আন এখন ছ‌ৱিত অভিনয় কৰিছিল। ছ‌ৱিখনৰ নাম কি আছিল বাৰু? ২) ‘ইটো-সিটো-বহুতো’ -ব্ৰজেন বৰু‌ৱা পৰিচালিত প্ৰথম ছ‌ৱি । এটা বিশেষ কাৰণত ছ‌ৱিখনে অসমীয়া কথাছ‌ৱি জগতত গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিছে । কি কাৰণ বাৰু ? ৩) অসমৰ এগৰাকী জনপ্ৰিয় গায়ক খগেন মহন্ত । (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print