সোণসেৰীয়া কথা (সংগ্ৰাহক – মোচুমী দাস)

সোণসেৰীয়া কথা (সংগ্ৰাহক – মোচুমী দাস)

১) দিনটোৰ ভিতৰত তুমি কি কি কাম কৰিলা বা কৰিব নোৱাৰিলা তাৰ বিতং খতিয়ান নোলোৱাকৈ টোপনিত নপৰিবা ৷ তুমি কৰিবলগীয়া উপযুক্ত কি কাম ভালদৰে কৰা হ’ল আৰু কৰিবলগীয়া কি কাম নকৰাকৈ ৰৈ গ’ল তাৰ হিচাপ ল’বা আৰু হিচাপ লোৱা হ’লে, নকৰিবলগীয়া যি কাম কৰা হ’ল তাৰ বাবে অনুশোচনা কৰি সেইবোৰ মনৰ পৰা মচি পেলাবা আৰু (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
গ্ৰন্থ অধ্যয়ন

গ্ৰন্থ অধ্যয়ন

গ্ৰন্থ অধ্যয়ণ 📖📖📖📖📖 “গ্ৰন্থ অধ্যয়নে যি আনন্দ দিয়ে, জ্ঞান দিয়ে সেই আনন্দ, সেই জ্ঞান তথা সেই বন্ধুত্ব আনে দিব নোৱাৰে। জীৱনৰ নিসঙ্গতা দূৰ কৰে গ্ৰন্থই। তোমাৰ নিজৰ বাচনি মতে বিখ্যাত লেখক সকলৰ গ্ৰন্থৰ মাজত মনটো সুমোৱাই দিলে সেই গ্ৰন্থই তোমাক নিঃসঙ্গতা দূৰ কৰিব আৰু বন্ধুত্বও দিব। আমি যেতিয়া ডাঙৰ ডাঙৰ গ্ৰন্থৰ মাজত মনতো সুমোৱাই দিও (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
সত্যনাথ বৰাৰ  “সাৰথি”ৰপৰা

সত্যনাথ বৰাৰ “সাৰথি”ৰপৰা

অন্যৰ প্ৰতি ব্যৱহাৰ যিবিলাক মানুহেৰে তোমাৰ সম্বন্ধ জন্মে, বা যিবিলাকেৰে সৈতে সংসাৰত সমাজ পাতি থাকা, সেইবিলাক মানুহৰ ভিতৰত কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিলে বা কেনেকৈ চলিলে সুখে- সন্তোষে কাল নিয়াব পাৰি সংসাৰ যাত্ৰীয়ে তাক ভালকৈ জনা উচিত ৷ ইয়াকে নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ৷ সজ ব্যৱহাৰ যদিও সজ চৰিত্ৰৰ গুণ, (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
মহৎ লোকৰ উক্তি-৩

মহৎ লোকৰ উক্তি-৩

৩৬) বয়স বঢ়াৰ লগে লগে প্ৰজ্ঞা আপোনা-আপুনি নাহে, বয়স বঢ়াৰ লগে লগে মুখৰ বালিৰেখাৰ বাহিৰে আন একো বস্তুৱেই তোমাৰ জীৱনলৈ নাহে। এই কথা সত্য যে কিছুমান মদ যিমানে পুৰণি হয় সিমানেই তাৰ স্বাদ বৃদ্ধি পায়; কিন্তু সেইটো হ’বলৈ হ’লেও প্ৰথমে ভাল হ’ব লাগিব আঙুৰবোৰ। (আবিগেইল ভ’ন বাৰেন।) ৩৭) যিবোৰ অভিজ্ঞতাই তোমাৰ মনত তীব্ৰ ভয়ৰ সঞ্চাৰ (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
মহৎ লোকৰ উক্তি-২

মহৎ লোকৰ উক্তি-২

১) আমি প্ৰত্যেকেই নিজৰ মাজতে এক নিৰ্বাসিত জীৱন কটাওঁ। আৰু লগত কঢ়িয়াই লৈ ফুৰোঁ বিধ্বংসী চিন্তা আৰু পাপবোধ। কিন্তু এই নিৰ্বাসিত জীৱনৰ উপলব্ধি, বিধ্বংসী চিন্তা আৰু পাপবোধক মুক্ত কৰোৱাটো আমাৰ কাম নহয়। আমাৰ কাম হৈছে নিজৰ ভিতৰতে এইবোৰৰ বিৰুদ্ধে যুদ্ধ কৰা। (আলবেয়াৰ কেমু।) ২)কেৱল জীৱনেই হৈছে এনে এক কলা, যিটো কোনো আগতীয়া প্ৰস্তুতি নোহোৱাকৈ আমি (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
মহৎ লোকৰ উক্তি-১

মহৎ লোকৰ উক্তি-১

কেইটিমান উদ্ধৃতি- সত্যনাথ বৰাৰ ‘সাৰথি’ ৰ পৰা…. ১)সংসাৰত উদগতি কৰাই মানুহৰ সংকল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্ন-জল যুগুত কৰাই উদগতিৰ ওৰ, আৰু জ্ঞান-বুদ্ধিৰ শেষ কৰ্ম। সেই দেখি সিহঁতে যেতিয়ালৈকে অভাৱৰ চেঙা পায়, তেতিয়ালৈকে উদগতিৰ চেষ্টা কৰে, অভাৱ আঁতৰিলেই চেষ্টা এৰি দিয়ে। অন্ন-জলৰ সংগতি লাগি উঠাৰ পাছত সিহঁতৰ জীৱন (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print