অটল বিহাৰী বাজপেয়ীদেৱৰ চমু জীৱন পৰিচয়

অটল বিহাৰী বাজপেয়ীদেৱৰ চমু জীৱন পৰিচয়

(1924-2018): 1924 চনৰ 25 ডিচেম্বৰত জন্ম গ্ৰহন কৰা অটলজীৰ মাক কৃষ্ণা দেৱী আৰু দেউতাক বিদ্যালয় শিক্ষক কৃষ্ণ বিহাৰী বাজপেয়ী | দুজন ভাতৃ – প্ৰেম বিহাৰী বাজপেয়ী আৰু আৱধ বিহাৰী বাজপেয়ী আৰু এগৰাকী ভগ্নী উৰ্মিলা মিশ্ৰ সহ তেখেত চাৰিজন সন্তান সহ ছয় জনীয়া পৰিয়ালটো ককাকৰ দিনতে বৰ্তমানৰ উত্তৰ প্ৰদেশৰ পৰা গোৱালিয়ৰলৈ উঠি গৈছিল | গোৱালিয়ৰৰ সৰস্বতী (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
গোপীনাথ বৰদলৈৰ বিষয়ে জানো আঁহা-

গোপীনাথ বৰদলৈৰ বিষয়ে জানো আঁহা-

স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী, সমাজসেৱী, বিশিষ্ট লেখক, “ভাৰত-ৰত্ন” সন্মানেৰে সন্মানিত – “লোকপ্ৰিয় গোপীনাথ বৰদলৈ”ৰ ৫ আগষ্ট তাৰিখে মৃত্যু দি‌ৱস ।  ১৮৯০ চনৰ ৬ জুনত জন্ম হৈছিল তেখেতৰ নগাঁও জিলাৰ ‘ৰহা’ত।তেখেতৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে – “বুদ্ধেশ্বৰ বৰদলৈ” আৰু “প্ৰাণেশ্বৰী বৰদলৈ” । “গোপীনাথ বৰদলৈ”ৰ সাত বছৰ বয়সলৈকে পিতৃয়ে ৰহাতে বাস (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
13Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
নিজৰ দেহত বৈজ্ঞানিক পৰীক্ষা কৰা বিজ্ঞানীসকল

নিজৰ দেহত বৈজ্ঞানিক পৰীক্ষা কৰা বিজ্ঞানীসকল

পৰীক্ষা, গৱেষণা আদিবোৰ বিজ্ঞানৰ অপৰিহাৰ্য অংগ। পৰীক্ষালব্ধ প্ৰমাণ অবিহনে বিজ্ঞানত একোৱেই গ্ৰহণযোগ্য নহয়। আজিৰ পৰা ৩০০ বছৰ আগত এনে ধৰণৰ বৈজ্ঞানিক পৰীক্ষাসমূহ সম্পন্ন কৰাৰ বাবে উন্নত মানৰ গৱেষণাগাৰ আৰু প্ৰয়োজনীয় যন্ত্ৰপাতিবোৰো নাছিল। তথাপিও সেই সময়চোৱাত বিজ্ঞানীসকল ক্ষান্ত হোৱা নাছিল। নিৰবছিন্ন ভাবে অতি সীমিত সা-সুবিধা খিনিকেই গ্ৰহণ কৰি তেওঁলোকে আৱিষ্কাৰ কৰি গৈছিল এটাৰ পিছত আনতোকৈ বিজ্ঞানৰ (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
1Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

শৈশৱৰ ষ্টিফেন হকিং…..(প্ৰণ‌ৱজ্যোতি দাস )

৮ জানুৱাৰী ১৯৪২ চনত ষ্টিফেন উইলিয়াম হকিং নামৰ এটি সুস্থ শিশুৰ জন্ম হৈছিল ৷ তেওঁৰ পিতৃ আছিল ড° ফ্ৰেংক হকিং আৰু মাতৃ ইছাবেল হকিং। দিনবোৰ থিকেই পাৰ হৈছিল। স্কুলীয়া আনুষ্ঠানিক শিক্ষাও ভালদৰেই আগবাঢ়িছিল। ষ্টিফেন হকিঙৰ বয়স তেতিয়া একৈছ বছৰ৷ চিকিৎসকে ঘোষণা কৰিলে ল’ৰাজন ‘মটৰ নিউৰণ’ নামৰ ৰোগটোত এক দুৰাৰোগ্য বেমাৰত আক্ৰান্ত৷ আৰু মাত্ৰ দুই-আঢ়ৈ বছৰৰ (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print
ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে যৎকিঞ্চিত

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ বিষয়ে যৎকিঞ্চিত

ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ ———————————- এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আছিল (১৯৫২ -১৯৬২)। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল। জন্ম: ——— ১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্তেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামে ঠাইত (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

গ্ৰেগৰ যোহান্স মেণ্ডেল আৰু তেখেতৰ সেই আঠটা বছৰ…..

1847 চনত ধৰ্মীয় যাজক হিচাপে গীৰ্জাত নিযুক্তি পোৱাৰ পিছত মেণ্ডেলে শিক্ষাৰ প্ৰতি থকা অসীম ধাউতিৰ তাৰণাত পৰি ভিয়েনা বিশ্ববিদ্যালয়ৰ অধীনত বিজ্ঞানৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰিবলৈ গৈছিল। তেখেতৰ ইচ্ছা আছিল বিদ্যালয়ত শিক্ষকতা কৰাৰ। পৰিতাপৰ কথা যে শিক্ষকতাৰ বাবে প্ৰয়োজনীয় যোগ্যতাৰ প্ৰমাণ পত্ৰ লাভৰ পৰীক্ষাত অকৃতকাৰ্য হৈ বিফল মনোৰথে ঘুৰি আহি ব্ৰুণোত অৱস্থিত এখন প্ৰাথমিক বিদ্যালয়তেই শিক্ষকতা (সম্পূৰ্ণকৈ পঢ়িবলৈ ইয়াত টিপক আৰু খন্তেক অপেক্ষা কৰক…)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print