চানক্যৰ ৯টা বচন , যিয়ে মানুহক ওপৰলৈ অাগবাঢ়ি যোৱাত সহায় কৰে ।

১/ অানৰ ভুলৰ পৰা শিকা , নিজৰ ওপৰত প্ৰয়োগ কৰি শিকালৈ তোমাৰ অায়ুষ শেষ হৈ যাব

২/কোনো কাম কৰাৰ অাগতে নিজক তিনিটা প্ৰশ্ন সুধিব লাগে -মই এইটো কিয় কৰিব গৈছো , ইয়াৰ পৰিণাম কি হ’ব , মই সফল হ’ম নে ?

৩/ ভয়ক ওচৰলৈ অাহিব দিয়া , অাৰু ওচৰ অাহি পালেই ইয়াক অাক্ৰমণ কৰা ।
মানে ভয়ৰ পৰা নপলাবা , ইয়াৰ সৈতে যুঁজ কৰা ।

৪/ হাতত লোৱা কাম সম্পাদন কৰা , পৰিনামলৈ ভয় নকৰিবা

৫/সুগন্ধি সেই ফালেহে যায় যি ফালে বতাহ বলে , কিন্তু ভাল কামৰ সুগন্ধ চাৰিও বিয়পি যায় ।

৬/ ঈশ্বৰ চিত্ৰত নহয় , চৰিত্ৰত থাকে । নিজৰ অাত্মাক মন্দিৰ বনোৱা ।

৭/ ব্যক্তি নিজৰ অাচৰণৰ দ্বাৰা মহান হয় , জন্মৰ দ্বাৰা নহয় ।

৮/ অজ্ঞানীৰ বাবে কিতাপ অাৰু অন্ধ মানুহৰ বাবে দাপোন একে কামৰ বাবে উপযোগী ।

৯/ শিক্ষা সকলোতকৈ ভাল বন্ধু , শিক্ষিত ব্যক্তিয়ে সকলোতে সন্মান পায়,
শিক্ষাৰ শক্তিৰ অাগত যুৱ শক্তি অাৰু সৌন্দয্য শক্তি ম্লান পায় ।

—সংগ্ৰাহক : প্ৰণৱ নাথ।
বকতা নেমুগুৰি নাথ গাও।
পো:অ:-নেমুগুৰি।
জিলা-শিৱসাগৰ।৭৮৫৬৭৪

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । প্ৰয়োজনীয় ক্ষেত্ৰসমূহত *এৰে চিন দিয়া হৈছে