শিশু-কিশোৰৰ উপযোগী ই-পুথি (e-book)

শিশু-কিশোৰৰ উপযোগী ই-পুথি (e-book)

এই পৃষ্ঠাত শিশু-কিশোৰৰ বাবে উপযোগী ভিন্ন ভাষাৰ ই-পুথিসমূহ উপলব্ধ হৈছে । এই কিতাপসমূহ পঢ়িবৰ বাবে কিতাপখনৰ শিৰোনামাটোত ক্লিক কৰিলেই কিতাপখন আপো‌নাৰ মোবাইল ফোন বা টেব বা কম্পিউটাৰলৈ ডাউনলোড হ’ব। ডাউনলোড হো‌ৱাৰ পাছত কিতাপখন পঢ়িবৰ বাবে আপোনাৰ সঁজুলীটোত ‘এডোব ৰিডাৰ’ বা ‘পিডিএফ ৰিডাৰ’ নামৰ চফ্ট‌ৱেৰটো বা এপটো ইনষ্টল হৈ থাকিব লাগিব। যদিহে ইনষ্টল হৈ থকা নাই, তেন্তে প্ৰথমে তাক ইনষ্টল কৰি লওঁক আৰু তাৰ পাছত ডাউনলোড কৰক । আপোনাৰ ওচৰত যদি এনেধৰেণৰ ই-পুথি আছে আৰু আপুনি যদি সেয়া আমাৰ এই পৃষ্ঠাত প্ৰকাশ কৰাটো বিচাৰে তেন্তে আমাৰ ইমেইল (moinamel.com@gmail.com) ৰে যোগাযোগ কৰক ।

ই-পুথিৰ শিৰোনামা তলত দিয়া হ’ল ।

১) এখন চাৰ্কাচ আহিছিল (উপন্যাস, লেখক: বন্দিতা ফুকন)

২) কাগজেৰে কৰিব পৰা হাতৰ কামৰ পুথি (ছ‌ৱিৰে সৈতে) 

৩) পৃথি‌ৱী সলনি কৰা আ‌ৱিষ্কাৰসমূহ (লেখক- মীৰ নজবৎ আলি )

 

 

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

2 টা মন্তব্য আছে এই বিষয়ত- “শিশু-কিশোৰৰ উপযোগী ই-পুথি (e-book)

  1. বহুত সুখী। ভাল লাগিল। সৰু ল’ৰা ছোৱালীৰ বাবে বৰ উপযোগী

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।