আবোল-তাবোল

আবোল-তাবোল

এক ওলাল হাটলৈ
দুইৰ বাইচাইকেলত উঠি,
তিনিয়ে আকৌ চিঙৰা চোবাওতেই
চাৰিয়ে আহিলে খেদি ৷
পাঁচে আছিল পেনপেনাই
পাছ-চোতালত বহি,
ছয় উঠিল তামোল গছত
মুখত পাউদাৰ ঘঁহি ৷
সাতে কৰিলে ঘোষণা এটি
আঠ হেৰাইছে বুলি,
ন উঠিল খেঙখেঙাই
দহে যে নাকাটে চুলি !

================

ঈশান জ্যোতি বৰা
নগাঁও
ফোন-৯৪০১৪৪১০৪৪

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

2 টা মন্তব্য আছে এই বিষয়ত- “আবোল-তাবোল

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।