অ’ আমাৰ গাঁও
আমাৰ গাঁৱৰ মান ৰাখি
মৰিবলৈ যাওঁ আমি
মৰিবলৈ যাওঁ ৷
ভৰপূৰ তামোলেৰেসেউজীয়া পথাৰেৰে
দূৰতে জিলিকি থকা
অ’ আমাৰ গাঁও !
দেশৰ হকে মৰিব পৰাআমাৰ গাঁৱৰ ডেকা ল’ৰা
ডেকেৰী নহয় পাছ পৰা
অ’ আমাৰ গাঁও ৷
একঠা মাটি মই উপজিয়ে পাওঁএমুঠি পেটৰ ভাত
এখনি কপোৰ গাত
আজি কিয় তাকো নাপাওঁ ?
এই মাটি মোৰ অধিকাৰমোৰে ভাত মোৰে কাপোৰ
মোৰে দেশ আজি মই
নিজে ৰখাওঁ ৷
কালৰ মূৰ্ত্তি ধৰি
শতৰু মূৰত
আকাশৰ চৰগ্ পেলাওঁ ৷
সুন্দৰ হৈছে অৰুনজ্যোতি ।
আপোনাক অশেষ ধন্যবাদ ! অনুগ্ৰহ কৰি এপটোৰ বিষয়ে আনকো জনাব চোন। লগতে আপোনাৰ ওচৰত ল’ৰা-ছোৱালীৰ কামত অহা কোনো লেখা যদি আছে, তেন্তে ইয়াত প্ৰকাশৰ বাবে দিব পাৰে ..
সুন্দৰ পদক্ষেপ। মইনাসকলৰ লগতে জেষ্ঠ্যজনৰো প্ৰয়োজনীয় এটি এপ। আপোনাৰ কষ্ট সফল হওঁক।
আপোনাক অশেষ ধন্যবাদ ! অনুগ্ৰহ কৰি এপটোৰ বিষয়ে আনকো জনাব চোন। লগতে আপোনাৰ ওচৰত ল’ৰা-ছোৱালীৰ কামত অহা কোনো লেখা যদি আছে, তেন্তে ইয়াত প্ৰকাশৰ বাবে দিব পাৰে ..
Nice and good app for all age group. Good initiative…. Keep it up.
Thank you so much .. Kindly share Moinamel App and also contribute to us if possible.