11আগষ্টআগষ্ট 11, 2016 By মইনা-মেলৰ প্ৰশাসক ছৱি আঁকো আহা -প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তলত দেখুওৱাৰ দৰে এঢাপ এঢাপকৈ ছৱিকেইটা আঁকিবলৈ চেষ্টা কৰা । ৰেখাবোৰ এবাৰতে আঁকিবলৈ চেষ্টা কৰিবা । পাৰিলে ৰবৰ আৰু স্কেল ব্যৱহাৰ নকৰাকৈ আঁকিবা ।