কাক কি বুলি জানো ?(অসমীয়া সাহিত্যিকৰ তালিকা)

কাক কি বুলি জানো ?
✿✿✿✿✿✿✿✿✿✿✿
১) অগ্নিকবি : কমলাকান্ত ভট্রাচার্য
২) অতিন্দ্রিয়বাদী কবি : নলিনীবালা দেৱী
৩) অভিনয়াচার্য : ব্রজনাথ শর্মা
৪) অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰী
৫) অসম গৌৰৱ : হেম বৰুৱা
৬)।উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ
৭) কথা শিল্পী : আব্দুল মালিক
৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতিয়া ফুকন
৯) কর্মবীৰ : নবীন চন্দ্র বৰদলৈ
১০) কলাগুৰু : বিষ্ণুপ্রসাদ ৰাভা
১১) খৰিকা জাঁইৰ কবি : ভবানন্দ ৰাজখোৱা
১২) গীতিকবি : পার্ৱতিপ্রসাদ বৰুৱা
১৩) জ্ঞানমালিনীৰ কবি : মফিজুদ্দিন আহমদ হাজৰিকা
১৪) জননায়ক : দেৱেশ্বৰ শর্মা
১৫) ত্যাগবীৰ : হেমচন্দ্র বৰুৱা
১৬) দেশপ্রাণ : লক্ষ্মীধৰ শর্মা
১৭) দেশভক্ত : তৰুণৰাম ফুকন
১৮) ধ্বনি কবি : বিনন্দ চন্দ্র বৰুৱা
১৯) নটসূর্য : ফণী শর্মা
২০) নাট্য প্রভাকৰ : সত্যপ্রসাদ বৰুৱা
২১) নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা
২২) পথাৰৰ কবি : ৰাম গগৈ
২৩) প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা
২৪) প্রেম আৰু ৰ’দালিৰ কবি : হীৰেন ভট্রাটার্য
২৫) পাপৰিৰ কবি: গণেশ চন্দ্র গগৈ
২৬) ফুলনিৰ কবি : পদ্মধৰ চলিহা
২৭) বকুলবনৰ কবি : আনন্দ চন্দ্র বৰুৱা
২৮) বনকোঁৱৰ : আনন্দিৰাম দাস
২৯) বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা
৩০) বাগ্মীবৰ : নীলমণি ফুকন
৩১) বিদ্রোহী কবি : প্রসন্নলাল চৌধুৰী
৩২) বিহগী কবি : ৰঘুনাথ চৌধাৰী
৩৩) বীৰবালা : কনকলতা
৩৪) ভাঙনি কোঁৱৰ : আনন্দ চন্দ্র আগৰৱালা
৩৫) মৰমী কবি : দুর্গেশ্বৰ শর্মা
৩৬) লুইত কোঁৱৰ : ৰুদ্র বৰুৱা
৩৭) লোকনায়ক : অমিয় কুমাৰ দাস
৩৮) লোকপ্রাণ : মতিৰাম বৰা
৩৯) লোকপ্রিয় : গোপীনাথ বৰদলৈ
৪০) লোকবন্ধু : ডাঃ ভুৱনেশ্বৰ বৰুৱা
৪১) লৌহ মানৱ : বিষ্ণুৰাম মেধি
৪২) শেৱালি কবি : ৰত্নকান্ত বৰকাকতী
৪৩) শোণিত কোঁৱৰ : গজেন বৰুৱা
৪৪) সংগীতাচার্য : লক্ষ্মীৰাম বৰুৱা
৪৫) সাহিত্য ৰত্ন : চন্দ্রধৰ বৰুৱা
৪৬) সিংহপুৰুষ : ৰাধাগোৱিন্দ বৰুৱা
৪৭) সেউজ কোঁৱৰ : পৰাগধৰ চলিহা
৪৮) সৰস্বতী : নির্মলপ্রভা বৰদলৈ
৪৯) ৰসাল কবি : দণ্ডিনাথ কলিতা
৫০) ৰসৰাজ/সাহিত্যৰথী : লক্ষ্মীনাথ বেজবৰুৱা

 

(জেহিৰুল ইচলামৰ পৰা সংগ্ৰহিত)

এই বিষয়ে আনকো জনাওক..
Share on Facebook
Facebook
0Share on Google+
Google+
0Tweet about this on Twitter
Twitter
Share on LinkedIn
Linkedin
Email this to someone
email
Print this page
Print

এটা মন্তব্য দিয়ক

আপোনাৰ ই-মেইল আইডিটো প্ৰকাশ কৰা নহয়। * চিহ্ণ থকাকেইটা আৱশ্যকীয় তথ্য ।