21জুলাইজুলাই 21, 2018 By মইনা-মেলৰ প্ৰশাসক বিজ্ঞানৰ যাদু ! তলৰ ভিডিঅ’টো চাই বিজ্ঞানৰ যাদু শিকিব পাৰিবা । আৰু এনে ভিডিঅ’ আৰু লেখা অতি শীঘ্ৰে এই পৃষ্ঠাত পঢ়িবলৈ পাবা । তোমালোকেও এনে ধৰণৰ বিজ্ঞানৰ কথা আমাৰ ইয়াত প্ৰকাশ কৰিবৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰা । নিজেও শিকা , আনকো শিকোৱা ।
মইনা মেলৰ প্ৰশাসক মন্ডলিৰ এই প্ৰয়াসক বুকুভৰি ওলগ জনাইছো, মোৰ কনমানি জনী অলপ ডাঙৰ হলেই এই মজিয়ালৈ লৈ আহিম। প্ৰত্যুত্তৰ দিয়ক
আপোনাক অশেষ ধন্যবাদ ! আপোনাৰ এই উৎসাহে আমাক অনুপ্ৰাণিত কৰিছে । অনুগ্ৰহ কৰি প্ৰকল্পটোত আপুনিও হাত উজান দিয়ক । কোনো লেখা, আলোকচিত্ৰ , খবৰ থাকিলে আমাক জনাব পাৰে । প্ৰত্যুত্তৰ দিয়ক
মইনা মেলৰ প্ৰশাসক মন্ডলিৰ এই প্ৰয়াসক বুকুভৰি ওলগ জনাইছো, মোৰ কনমানি জনী অলপ ডাঙৰ হলেই এই মজিয়ালৈ লৈ আহিম। প্ৰত্যুত্তৰ দিয়ক
Manab
মইনা মেলৰ প্ৰশাসক মন্ডলিৰ এই প্ৰয়াসক বুকুভৰি ওলগ জনাইছো, মোৰ কনমানি জনী অলপ ডাঙৰ হলেই এই মজিয়ালৈ লৈ আহিম।
আপোনাক অশেষ ধন্যবাদ ! আপোনাৰ এই উৎসাহে আমাক অনুপ্ৰাণিত কৰিছে । অনুগ্ৰহ কৰি প্ৰকল্পটোত আপুনিও হাত উজান দিয়ক । কোনো লেখা, আলোকচিত্ৰ , খবৰ থাকিলে আমাক জনাব পাৰে ।
মইনা মেলৰ প্ৰশাসক মন্ডলিৰ এই প্ৰয়াসক বুকুভৰি ওলগ জনাইছো, মোৰ কনমানি জনী অলপ ডাঙৰ হলেই এই মজিয়ালৈ লৈ আহিম।