02আগষ্ট By মইনা-মেলৰ প্ৰশাসক হাতৰ কাম: ঘৰচিৰিকাৰ পঁজা পেলনীয়া সামগ্ৰীৰে বনোৱা ঘনচিৰিকা চৰাইৰ পজাঁ। বনাইছে নীৰজ দাসে । এওঁ শিশু নিকেতন হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ । কুমাৰ পাৰা,নাৰায়ণ নগৰ,গুৱাহাটী ।
মবাইলত মইনামেল পাই ভাল লাগিছে |