অনুগ্ৰহ কৰি মন কৰিব – তলৰ ভিডিঅ’টো চাবৰ বাবে বহুত বেছি ইন্টাৰনেট সেৱাৰ প্ৰয়োজন হ’ব । মোবাইল বা ডংগলৰ পৰা যদি আপুনি ইন্টাৰনেট সেৱা লৈ আছে, তেন্তে এই চিনেমাখন এতিয়া নোচোৱাই ভাল হ’ব (কাৰণ, বহুত ‘ডাটা’ৰ বাবদ যথেষ্ট টকা খৰছ হ’ব)। চিনেমাখন চাবৰ বাবে ৱাই-ফাই বা ভাল ব্ৰোডবেণ্ড সেৱাৰ ইন্টাৰনেট ব্যৱহাৰ কৰক ।
অভিনয়ত:
মৃগাক্ষী, অনুপ হাজৰিকা, ইন্দ্ৰানী চেতীয়া, অবোটোছ ভূঞাঁ
নাট্যকাৰ- জাহ্নু বৰুৱা
পৰিচালক- জাহ্নু বৰুৱা
প্ৰকাশৰ চন- ২০০৪
(২০০৩ বৰ্ষৰ শ্ৰেষ্ঠ শিশু-চলচ্চিত্ৰৰ পুৰস্কাৰ প্ৰাপ্ত)